ৰাষ্ট্ৰীয়

July 15, 2024 10:22 AM

views 26

ভুক্তভোগী পৰীক্ষাৰ্থীৰ বাবে Cuet-UGৰ পুনৰ পৰীক্ষা অনুষ্ঠিত কৰিব বুলি ঘোষণা এন টি এৰ

■ এন টি এ অর্থাৎ ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই ভুক্তভোগী পৰীক্ষাৰ্থীৰ বাবে স্নাতক পৰ্যায়ত নামভৰ্তিৰ উমৈহতীয়া প্ৰৱেশ পৰীক্ষা Cuet-UGৰ পুনৰ পৰীক্ষা অনুষ্ঠিত কৰিব বুলি ঘোষণা কৰিছে। এই পৰীক্ষা অহা ১৯ জুলাইত অনুষ্ঠিত হ'ব। সকলো ভুক্তভোগী পৰীক্ষাৰ্থীলৈ ই-মেইল যোগে এই খবৰ প্ৰেৰণ কৰা হৈছে। পৰীক্ষাৰ্থীসকলক প্ৰ...

July 15, 2024 9:47 AM

views 23

সামাজিক মাধ্যম এক্সত প্রধানমন্ত্ৰী মোদীৰ অনুগামীৰ সংখ্যা ১০ কোটি অতিক্ৰম

■ সামাজিক মাধ্যম এক্সত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অনুগামীৰ সংখ্যাই ১০ কোটি অতিক্ৰম কৰিছে। যোৱা তিনিটা বছৰত প্ৰধানমন্ত্ৰীৰ অনুগামীৰ সংখ্যা প্রায় ৩ কোটি বৃদ্ধি পাইছে। ইয়াৰ ফলত শ্রীমোদী এক্সত বিশ্বৰ সৰ্বাধিক অনুসৰণ কৰা নেতা হিচাপে পৰিগণিত হৈছে। অনুগামীৰ সংখ্যাৰ দিশৰ পৰা প্ৰধানমন্ত্রী মোদী ৩ কোটি ৪১...

July 14, 2024 8:48 PM

views 26

বিগত ১০ বছৰত ভাৰতৰ বিমান পৰিবহন খণ্ড গোলকীয়ভাৱে তৃতীয় স্থান উপনীত হৈছে: বিমান পৰিবহণ ৰাজ্য মন্ত্ৰী মুৰুলীধৰ মোহল

 বিমান পৰিবহণ ৰাজ্য মন্ত্ৰী মুৰুলীধৰ মোহলে আজি কয় যে, বিগত ১০ বছৰত ভাৰতৰ বিমান পৰিবহন খণ্ডত ব্যাপক প্ৰগতি সাধিত হোৱাৰ লগতে এই খণ্ড গোলকীয়ভাৱে তৃতীয় স্থান উপনীত হৈছে। পুনেৰ লহগাঁও বিমান বন্দৰত নৱনিৰ্মিত টার্মিনেল যাত্ৰীসকলৰ বাবে মুকলি কৰি আজি তেওঁ ভাষণ প্ৰসংগত এই কথা প্ৰকাশ কৰে। শ্ৰী মোহলে লগতে কয...

July 14, 2024 8:33 PM

views 16

ওড়িশাৰ পুৰীৰ ভগৱান জগন্নাথ মন্দিৰৰ ৰত্ন ভাণ্ডাৰৰ সকলো দ্বাৰ মুকলি

ওড়িশাৰ পুৰীৰ ভগৱান জগন্নাথ মন্দিৰৰ ৰত্ন ভাণ্ডাৰৰ সকলো দ্বাৰ আজি বিয়লি মুকলি কৰা হয়। এটা বিশেষ গোটে ৰত্ন ভাণ্ডাৰ মুকলি কৰে। উল্লেখযোগ্য যে ১৯৮৫ চনত অন্তিমবাৰৰ বাবে এই ভাণ্ডাৰ মুকলি কৰা হৈছিল । ৰাজ্য চৰকাৰে জাৰি কৰা মানসম্পন্ন পৰিচালনা বিধি অনুসৰি ৰত্ন ভাণ্ডাৰ মুকলি কৰা হয়। ৰত্ন ভাণ্ডাৰ মুকলি কৰাৰ...

July 14, 2024 8:28 PM

views 14

ইন্দোৰত মাতৃৰ নামত এজোপা গছ অভিযান মুকলি কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি ইন্দোৰত মাতৃৰ নামত এজোপা গছ অভিযান আৰম্ভ কৰে। এই অভিযানৰ জৰিয়তে ইন্দোৰত একেদিনাই ১১ লাখ গছপুলি ৰোপণ কৰা হয়। এয়া হৈছে একেদিনাই একোটা অঞ্চলত গছপুলি ৰোপণৰ বিশ্ব অভিলেখ। এই অনুষ্ঠানত অংশগ্ৰহণ কৰি গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে, ইন্দোৰ শেহতীয়াকৈ এখন সেউজ মহানগৰ হো...

July 14, 2024 6:48 PM

views 24

সাংসদ গৌৰৱ গগৈক লোকসভাত কংগ্রেছ সংসদীয় দলৰ উপ দলপতি হিচাপে নিযুক্তি

কংগ্ৰেছৰ সংসদীয় দলৰ অধ্যক্ষ ছোনীয়া গান্ধীয়ে লোকসভাত দলৰ উপ নেতা, মুখ্য হুইপ আৰু অন্য দুগৰাকী হুইপ নিযুক্তি সন্দৰ্ভত নিম্ন সদনৰ অধ্যক্ষলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে। সেই অনুসৰি যোৰহাটৰ সাংসদ গৌৰৱ গগৈ পুনৰ লোকসভাত কংগ্রেছ সংসদীয় দলৰ উপ দলপতি হিচাপে নিযুক্তি দিয়া হৈছে। আনহাতে, কোদিকুমিল সুৰেশক মুখ্য হুইপ হি...

July 14, 2024 12:19 PM

views 67

২০ৰ পৰা ২৪ নৱেম্বৰলৈ গোৱাত ভাৰতৰ প্ৰথম বিশ্ব দৃশ্য শ্রাব্য মনোৰঞ্জন সন্মিলন

ভাৰতে অহা ২০ৰ পৰা ২৪ নৱেম্বৰলৈ গোৱাত প্ৰথম বিশ্ব দৃশ্য শ্রাব্য মনোৰঞ্জন সন্মিলন ৱেভছ আয়োজন কৰিব। দিল্লীত কালি গোৱাৰ মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্তে কয় যে, ভাৰত বিশ্বৰ সবাতোকৈ বৃহৎ চলচ্চিত্র নির্মাণকাৰী ৰাষ্ট্ৰসমূহৰ অন্যতম। তেওঁ কয় যে, ৱেভছ সন্মিলন দেশৰ মিডিয়া আৰু মনোৰঞ্জন উদ্যোগৰ ভৱিষ্যৎ গঢ় দিয়াৰ ...

July 14, 2024 12:15 PM

views 20

বিগত ৩-৪ বছৰত ৮ কোটি নতুন কর্ম সংস্থাপন সৃষ্টি হৈছেঃ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে, বিগত ৩-৪ বছৰত ৮ কোটি নতুন কর্ম সংস্থাপন সৃষ্টি হৈছে আৰু ইয়াৰ ফলত কৰ্ম সংস্থাপনহীনতাৰ বিষয়ে অপপ্ৰচাৰ চলোৱাসকলৰ মুখ বন্ধ হৈছে। ভাৰতীয় ৰিজাৰ্ভ বেংক আৰ বি আইত কর্মসংস্থাপন সম্পর্কীয় এখন প্ৰতিবেদনৰ উদ্ধৃতি দি শ্রীমোদীয়ে কয় যে, দেশত দক্ষতা বিকাশ আৰু কৰ্মসংস্থা...

July 14, 2024 12:11 PM

views 18

সংবাদ মাধ্যমে জনকল্যাণকাৰী উদ্যমসমূহৰ প্ৰসাৰত চৰকাৰক সহায় কৰা উচিতঃ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে, সংবাদ মাধ্যমে জনকল্যাণকাৰী উদ্যমসমূহৰ প্ৰসাৰত চৰকাৰক সহায় কৰা উচিত। পৰিৱেশ সংৰক্ষণৰ বাবে আৰম্ভ কৰা এজোপা গছ মাতৃৰ নামত উদ্যমৰ উদাহৰণ দি শ্রীমোদীয়ে কয় যে, গোলকীয় পৰ্যায়ত এই উদ্যমৰ ভূয়ষী প্ৰশংসা কৰা হৈছে। সংবাদ মাধ্যমে এই উদ্যমক গণ আন্দোলনত পৰিণত কৰাত সহায...

July 13, 2024 9:04 PM

views 14

দেশৰ ৭খন ৰাজ্যৰ ১৩খন বিধানসভা আসনৰ বাবে হোৱা উপ-নির্বাচনত কংগ্ৰেছ আৰু তৃণমূল কংগ্ৰেছৰ ৪খনকৈ আসন লাভ

দেশৰ সাতখন ৰাজ্যৰ ১৩ খন বিধানসভা আসনৰ বাবে বুধবাৰে হোৱা উপ-নির্বাচনত কংগ্ৰেছ আৰু তৃণমূল কংগ্ৰেছে চাৰিখনকৈ আসন লাভ কৰিছে। বিজেপি দুখন আৰু আম আদমী পাৰ্টী আৰু ডি এম কে একোখনকৈ আসনত জয় হৈছে। ইফালে বিহাৰৰ ৰুপৌলী বিধানসভা সমষ্টিত নির্দলীয় প্রার্থী শংকৰ সিঙে তেওঁৰ নিকটতম প্রতিদ্বন্দ্বী জে ডি ইউৰ কলাধৰ প্...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।