ৰাষ্ট্ৰীয়

June 20, 2024 12:12 PM June 20, 2024 12:12 PM

views 7

বিশ্ববিদ্যালয় অনুদান আয়োগৰ জুনৰ সৰ্বভাৰতীয় যোগ্যতা নিৰূপণ পৰীক্ষা UGC NET বাতিল

চৰকাৰে জুনত অনুষ্ঠিত বিশ্ববিদ্যালয় অনুদান আয়োগৰ সৰ্বভাৰতীয় যোগ্যতা নিৰূপণ পৰীক্ষা UGC NET বাতিল কৰিছে। পৰীক্ষাৰ নতুন সূচী আৰু তথ্য পুনৰ প্ৰকাশ কৰা হ'ব বুলি জানিবলৈ দিয়া হৈছে। ভাৰতীয় চাইবাৰ অপৰাধ সমন্বয় কেন্দ্ৰই দাখিল কৰা কিছু তথ্যৰ পাছতে পৰীক্ষা বাতিলৰ সিদ্ধান্ত লোৱা হয়। বিষয়টোৰ তদন্তৰ ভাৰ ক...

June 20, 2024 12:10 PM June 20, 2024 12:10 PM

views 8

দুদিনীয়া ভ্ৰমণসূচীৰে আজি জম্মু কাশ্মীৰলৈ যাব প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি দুদিনীয়া ভ্ৰমণসূচীৰে জম্মু কাশ্মীৰলৈ যাব। তাত তেওঁ এহেজাৰ ৫শ কোটিৰো অধিক টকা ব্যয় সাপেক্ষ ৮৪ টা গুৰুত্বপূৰ্ণ উন্নয়নমূলক প্রকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। শ্রীমোদীয়ে আজি শ্ৰীনগৰত আয়োজিত যুৱ প্ৰজন্মৰ সৱলীকৰণ, জম্মু-কাশ্মীৰৰ পৰিৱৰ্তন শীৰ্ষক এটা অনুষ্ঠানত অংশ...

June 20, 2024 12:08 PM June 20, 2024 12:08 PM

views 11

আকাশবাণীৰ ৩০ জুনৰ ‘মন কী বাত’ৰ বাবে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জনসাধাৰণৰ পৰা দিহা-পৰামৰ্শ আহ্বান

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ৩০ জুনত আকাশবাণীযোগে প্ৰচাৰ হ’বলগীয়া মন কী বাত অনুষ্ঠানৰ বাবে জনসাধাৰণৰ পৰা দিহা-পৰামৰ্শ বিচাৰিছে। প্ৰধানমন্ত্রীয়ে সামাজিক মাধ্যমযোগে নৰেন্দ্ৰ মোদী এপ, মাই গভ মুকলি মঞ্চৰ জৰিয়তে অথবা ১৮০০-১১-৭৮০০ এই শুল্কবিহীন নম্বৰত ফোন কৰি পৰামৰ্শ আগবঢ়াবলৈ সকলোৰে প্ৰতি আহ্বান...

June 20, 2024 12:06 PM June 20, 2024 12:06 PM

views 6

তামিলনাডুৰ কল্লাকুৰুচিত বিষাক্ত সুৰা পানৰ ফলত ১৫জন লোকৰ মৃত্যু

তামিলনাডুৰ কল্লাকুৰুচিত তথাকথিতভাৱে বিষাক্ত সুৰা পান কৰাৰ ফলত ১৫জন লোকে প্রাণ হেৰুৱাইছে আৰু অন্য ১৫জনৰো অধিক লোক অসুস্থ হৈ পৰিছে। অসুস্থ লোককেইজনক কল্লাকুৰুচি আৰু ছলেম চৰকাৰী চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। জিলাধিপতি শ্ৰৱণ কুমাৰ জাটৱথে কৈছে যে এতিয়ালৈকে মৃত্যুৰ কাৰণ নিশ্চিত কৰিব পৰা হোৱা নাই। তেওঁ কয...

June 20, 2024 12:03 PM June 20, 2024 12:03 PM

views 7

শ্ৰীলংকাৰ চৰকাৰী ভ্ৰমণৰ অংশ হিচাপে বিদেশ মন্ত্রী ড° এছ জয়শংকৰ আজি কলম্বোত উপস্থিত হ’ব

বিদেশ মন্ত্রী ড° এছ জয়শংকৰ শ্ৰীলংকাৰ চৰকাৰী ভ্ৰমণৰ অংশ হিচাপে আজি কলম্বোত উপস্থিত হ'ব। ভ্রমণকালত ড০ জয়শংকৰ শ্ৰীলংকাৰ নেতৃবৰ্গৰ সৈতে দ্বিপাক্ষিক সহযোগিতা সন্দৰ্ভত বিভিন্ন বিষয় লৈ বৈঠকত মিলিত হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত নতুন চৰকাৰ গঠনৰ পাছত এয়া হ'ল বিদেশ মন্ত্ৰীগৰাকীৰ প্ৰথমটো দ্বিপা...

June 19, 2024 9:16 PM June 19, 2024 9:16 PM

views 12

দেশৰ ভালেমান অংশত গ্ৰীষ্ম প্ৰবাহৰ প্ৰকোপৰ ওপৰত মন্ত্রী জে পি নাড্ডাৰ পৰ্যালোচনা

দেশৰ ভালেমান অংশত গ্ৰীষ্ম প্ৰবাহৰ প্ৰকোপলৈ চাই কেন্দ্রীয় স্বাস্থ্য মন্ত্রী জে পি নাড্ডাই আজি গ্রীষ্ম প্ৰবাহজনিত পৰিস্থিতি আৰু কেন্দ্ৰীয় চৰকাৰৰ চিকিৎসালয়সমূহৰ প্ৰস্তুতিৰ পৰ্যালোচনা চলায় আৰু চিকিৎসালয়সমূহক গ্রীষ্ম প্রবাহৰ ফলত হোৱা ৰোগৰ চিকিৎ‍সাৰ বাবে বিশেষ গোটৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়ে। তেওঁ...

June 19, 2024 9:13 PM June 19, 2024 9:13 PM

views 8

আগশাৰীৰ অৰ্থনীতিবিদসকলৰে প্ৰথমলানি প্রাক্-বাজেট আলোচনা মন্ত্ৰী নিৰ্মলা সীতাৰমনৰ

বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে ২০২৪-২৫ বিত্তীয় বৰ্ষৰ সাধাৰণ বাজেট প্রস্তুতিৰ অংশ হিচাপে আজি নতুন দিল্লীত আগশাৰীৰ অৰ্থনীতিবিদসকলৰ সৈতে প্ৰথমলানি প্রাক বাজেট আলোচনাত মিলিত হয়। এই বৈঠকত বিত্ত ৰাজ্যমন্ত্ৰী পংকজ চৌধুৰী, বিত্ত সচিব, অর্থনৈতিক পৰিক্ৰমা, ৰাজহ, বিত্তীয় সেৱা আৰু কোম্পানী পৰিক্ৰমা বিভাগৰ সচ...

June 19, 2024 9:10 PM June 19, 2024 9:10 PM

views 5

সংসদ ভৱন চৌহদৰ বিশিষ্ট নেতাৰ প্ৰতিমূৰ্তিৰ স্থানান্তৰক লৈ কংগ্ৰেছ সভাপতি মল্লিকার্জুন খাৰ্গেৰ প্ৰশ্ন উত্থাপন

কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকার্জুন খাৰ্গেই সংসদ ভৱন চৌহদত থকা বিশিষ্ট নেতাসকলৰ প্ৰতিমূৰ্তিৰ স্থানান্তৰক লৈ প্ৰশ্ন উত্থাপন কৰিছে। তেওঁ মহাত্মা গান্ধী, ড০ বাবাচাহেব আম্বেদকাৰ আৰু অন্য ৰাষ্ট্ৰীয় নেতাসকলৰ প্ৰতিমূৰ্তি সংসদ ভৱন চৌহদৰ মূল স্থানলৈ পুনৰ স্থানান্তৰিত কৰিবলৈ দাবী জনাইছে। শ্রীখার্গে আজি এ...

June 19, 2024 9:03 PM June 19, 2024 9:03 PM

views 8

ৰক্তাল্পতা ৰোগ সন্দৰ্ভত সজাগতা সৃষ্টি বিষয়ক ৰাষ্ট্ৰীয় সন্মিলনত জনজাতীয় পৰিক্ৰমা মন্ত্ৰী জুৱেল ওৰামৰ ভাষণ

কেন্দ্ৰীয় জনজাতীয় পৰিক্ৰমা মন্ত্ৰী জুৱেল ওৰামে আজি কৈছে যে, কেৱল জনজাতীয় লোকসকল ৰক্তাল্পতা ৰোগত ভূগে বুলি সমাজত এটা ভুল ধাৰণা আছে। নতুন দিল্লীৰ সৰ্বভাৰতীয় আয়ুর্বিজ্ঞান প্ৰতিষ্ঠানত আয়োজিত ৰক্তাল্পতা ৰোগ সন্দৰ্ভত সজাগতা সৃষ্টি বিষয়ক এখন ৰাষ্ট্ৰীয় সন্মিলনত সমবেত লোকসকলক সম্বোধন কৰি শ্ৰীওৰামে কয...

June 19, 2024 9:00 PM June 19, 2024 9:00 PM

views 6

বিশ্ব Sickle cell ৰক্তাল্পতা দিৱস উপলক্ষে প্ৰধানমন্ত্ৰীৰ বক্তব্য

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে, Sickle cell ৰক্তাল্পতা ৰোগ সম্পৰ্কীয় প্ৰত্যাহ্বানসমূহ দূৰ কৰিবলৈ চৰকাৰে প্ৰযুক্তিৰ সামৰ্থ ব্যৱহাৰ কৰিছে। বিশ্ব Sickle cell ৰক্তাল্পতা দিৱস উপলক্ষে শ্রীমোদীয়ে এই ৰোগ নিয়ন্ত্ৰণ কৰিবলৈ চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাক দোহাৰে। সামাজিক মাধ্যমৰ জৰিয়তে প্ৰকাশ কৰা এটা বা...