ৰাষ্ট্ৰীয়

July 17, 2024 10:49 AM

views 18

সমগ্র দেশতে ধৰ্মীয় ৰীতি-নীতিৰে মহৰম পালন

সমগ্র দেশতে আজি ধৰ্মীয় ৰীতি-নীতিৰে মহৰম পালন কৰা হৈছে। কাৰবালাত সত্য আৰু ন্যায়ৰ বাবে প্ৰাণ আহুতি দিয়া পয়গম্বৰ মহম্মদৰ নাতি হজৰত ইমাম হুছেইন আৰু তেওঁৰ সহযোগীসকলৰ স্মৃতিত এই পৰ্ব পালন কৰা হয়। এই উপলক্ষে সমগ্র দেশতে তাজিয়া উলিওৱা হয়। কাৰবালাৰ শ্বহীদসকলৰ সর্বোচ্চ ত্যাগত আলোকপাত কৰি ধৰ্মীয় সভা আৰ...

July 17, 2024 10:43 AM

views 24

নীতি আয়োগৰ গঠন প্ৰণালী সংশোধন

চৰকাৰে নীতি আয়োগৰ গঠন প্ৰণালীৰ সংশোধন কৰিছে। কৃষিমন্ত্ৰী শিৱৰাজ সিং চৌহানৰ লগতে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনক পদেন সদস্য হিচাপে আয়োগত অন্তৰ্ভুক্ত কৰা হৈছে। এখন জাননী অনুসৰি চৰকাৰে পথ পৰিবহন আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰী, স্বাস্থ্য মন্ত্ৰী...

July 17, 2024 10:17 AM

views 14

ৰাষ্ট্ৰীয় কৃতি শিক্ষক বঁটাৰ বাবে যোগ্য শিক্ষক-শিক্ষয়িত্ৰীৰ স্ব-মনোনয়নৰ সময়-সীমা বৃদ্ধি

২০২৪ বৰ্ষৰ ৰাষ্ট্ৰীয় কৃতি শিক্ষক বঁটাৰ বাবে যোগ্য শিক্ষক-শিক্ষয়িত্ৰীসকলৰ স্ব-মনোনয়নৰ বাবে নাম পঞ্জীয়নৰ সময়-সীমা বৃহস্পতিবাৰলৈ বৃদ্ধি কৰা হৈছে। আবেদনকাৰীসকলে ২১ জুলাইৰ ভিতৰত সম্পূৰ্ণ স্ব- মনোনয়ন লাগিব। কৰিব শিক্ষা মন্ত্ৰালয়ৰ দাখিল nationalawardstoteachers.education.gov.in পোৰ্টেলৰ জৰিয়তে ২৭ জ...

July 17, 2024 10:13 AM

views 18

মেক ইন ইণ্ডিয়া অভিযানে দেশৰ অৰ্থব্যৱস্থা গোলকীয় মঞ্চত আগুৱাই নিছে : প্রধানমন্ত্ৰী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সামাজিক মাধ্যমৰ এটা পোষ্টযোগে মেক ইন ইণ্ডিয়া অভিযানে কিদৰে দেশৰ অৰ্থব্যৱস্থা গোলকীয় মঞ্চত আগুৱাই লৈ গৈছে সেই কথা প্ৰকাশ কৰিছে। পোষ্টটোত মেক ইন ইণ্ডিয়া অভিযানৰ আভাস দি এইবুলি কোৱা হৈছে যে সমগ্ৰ বিশ্বত ভাৰতীয় বাইচাইকেলৰ চাহিদা বৃদ্ধি পাইছে। ব্ৰিটেইন, জার্মানী আৰু নেড...

July 17, 2024 10:02 AM

views 18

সংসদৰ বাজেট অধিবেশনৰ পূৰ্বে দেওবাৰে সর্বদলীয় বৈঠকৰ আহ্বান

চৰকাৰে সংসদৰ বাজেট অধিবেশনৰ পূৰ্বে দেওবাৰে এখন সর্বদলীয় বৈঠকৰ আহ্বান কৰিছে। বৈঠকত চৰকাৰে সংসদৰ উভয় সদনৰ কাম-কাজ সুচাৰুৰূপে আগবঢ়াই নিয়াৰ বাবে সকলো ধৰণৰ সহযোগিতা কামনা কৰিব। বাজেট অধিবেশন ২২ জুলাইৰ পৰা ১২ আগষ্টলৈ অনুষ্ঠিত হ'ব। কেন্দ্রীয় বাজেট ২৩ জুলাইত সদনত দাখিল কৰা হ'ব। এয়া হ'ব প্ৰধানমন্ত্ৰী ন...

July 16, 2024 1:51 PM

views 13

পূব আফগানিস্তানৰ কুনাৰ প্ৰদেশত বানৰ ফলত কালি পর্যন্ত কমেও ৫ গৰাকী লোকৰ মৃত্যু

পূব আফগানিস্তানৰ কুনাৰ প্ৰদেশত বানৰ ফলত কালি পর্যন্ত কমেও পাঁচগৰাকী লোকৰ মৃত্যু হৈছে। ৰাজ্যখনৰ ৰাজধানী আছাদাবাদৰ লগতে আন কিছু জিলাত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত বানৰ সৃষ্টি হয়। দুর্যোগ ব্যৱস্থাপনা বিভাগৰ হৈ প্ৰাদেশিক পৰিচালক ইহছানুল্লাহ ইহছানে জনাইছে যে আছাদাবাদ চহৰত বানৰ ফলত শিশু- মহিলাসহ চাৰিগৰাকী লোক...

July 16, 2024 1:45 PM

views 16

জনসাধাৰণৰ বাবে বিমান যাত্ৰা অধিক সুলভ আৰু সহজসাধ্য কৰি তোলাটো চৰকাৰৰ অন্যতম অগ্ৰাধিকাৰঃ কিঞ্জাৰাপু ৰামমোহন নাইডু

অসামৰিক বিমান পৰিবহণ মন্ত্ৰী কিঞ্জাৰাপু ৰামমোহন নাইডুৱে কৈছে যে, জনসাধাৰণৰ বাবে বিমান যাত্ৰা অধিক সুলভ আৰু সহজসাধ্য কৰি তোলাটো চৰকাৰৰ অন্যতম অগ্ৰাধিকাৰ। নতুন দিল্লীত চলিত বৰ্ষৰ দ্বিতীয় এছিয়া প্রশান্ত মহাসাগৰীয় অঞ্চলৰ মন্ত্ৰী পৰ্যায়ৰ সন্মিলনৰ সৈতে জড়িত এটা বিশেষ অনুষ্ঠানত অংশগ্ৰহণ কৰি শ্ৰীনাইডুৱ...

July 16, 2024 1:38 PM

views 30

কে কমৰাজৰ জয়ন্তীত প্রধানমন্ত্ৰী মোদীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে খ্যাতনামা ৰাজনীতিক কে কমৰাজৰ জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা পোষ্টত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে শিক্ষাৰ ক্ষেত্ৰত প্ৰয়াত কমৰাজৰ অৱদান এতিয়াও অনন্য আৰু তেঁওৰ আদৰ্শক বাস্তবায়িত কৰাৰ লগতে এখন কল্যাণকামী সমাজ গঢ়িবলৈ চৰকাৰ সংকল্পবদ্ধ।

July 16, 2024 1:36 PM

views 28

আজিৰে পৰা দুদিনীয়া চৰকাৰী সূচীৰে বিদেশ মন্ত্রী ড০ এছ জয়শংকৰৰ মৰিচাছ ভ্ৰমণ

বিদেশ মন্ত্রী ড০ এছ জয়শংকৰে আজিৰে পৰা দুদিনীয়া চৰকাৰী সূচীৰে মৰিচাছ ভ্ৰমণ কৰিব। ভ্ৰমণকালত বিদেশ মন্ত্ৰীগৰাকীয়ে দেশখনৰ প্ৰধানমন্ত্রী প্রবীন্দ যুগনাথক সাক্ষাৎ কৰিব আৰু দেশখনৰ অন্যান্য জ্যেষ্ঠ মন্ত্ৰীসকলৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হ'ব। তেওঁ লগতে দেশখনৰ অন্যান্য বিশেষ নেতাসকলৰ সৈতেও মত বিনিময় কৰি...

July 16, 2024 1:21 PM

views 28

প্রধানমন্ত্রী ফচল বীমা যোজনাৰ অধীনত বিগত ৪টা বছৰত ক্ষতিগ্ৰস্ত কৃষকক এক লাখ ৬০ হাজাৰ কোটি টকা পৰিশোধ

প্রধানমন্ত্রী ফচল বীমা যোজনাৰ অধীনত বিগত ৪টা বছৰত দেশৰ ক্ষতিগ্ৰস্ত কৃষকক এক লাখ ৬০ হাজাৰ কোটি টকা পৰিশোধ কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ে এই তথ্য প্রকাশ কৰি খেতিয়কসকলক ফচল বীমা আঁচনিৰ সৈতে জড়িত হ'বলৈ আহ্বান জনাইছে। এই ক্ষেত্ৰত সংশ্লিষ্ট কৃষকসকলে ব্যৱহাৰ কৰিব পৰা হেল্পলা...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।