June 26, 2024 10:07 AM June 26, 2024 10:07 AM
2
কংগ্ৰেছ সাংসদ ৰাহুল গান্ধী লোকসভাত বিৰোধী পক্ষৰ নেতা নিৰ্বাচিত
কংগ্ৰেছ সাংসদ ৰাহুল গান্ধী লোকসভাত বিৰোধী পক্ষৰ নেতা হ'ব। দলৰ সাধাৰণ সম্পাদক কে চি বেণুগোপালে কালি বিয়লি নতুন দিল্লীত সংবাদ মাধ্যমৰ আগত এইকথা প্ৰকাশ কৰে। তেওঁ কয় যে কংগ্ৰেছৰ সংসদীয় দলৰ অধ্যক্ষ ছোনিয়া গান্ধীয়ে লোকসভাত ৰাহুল গান্ধী বিৰোধী পক্ষৰ নেতা হ'ব বুলি পত্রযোগে অস্থায়ী অধ্যক্ষ ভর্তৃহৰি মেহ...