October 19, 2025 2:25 PM October 19, 2025 2:25 PM
16
আৰক্ষী স্মৃতি দিৱস উপলক্ষে ৰাষ্ট্ৰীয় আৰক্ষী স্মাৰকত শ্বহীদ আৰক্ষী কর্মীসকলৰ প্ৰতি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ শ্ৰদ্ধার্ঘ্য নিবেদন
প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে অহা মঙলবাৰে আৰক্ষী স্মৃতি দিৱস উপলক্ষে নতুন দিল্লীত থকা ৰাষ্ট্ৰীয় আৰক্ষী স্মাৰকত শ্বহীদ আৰক্ষী কর্মীসকলৰ প্ৰতি শ্ৰদ্ধার্ঘ্য নিবেদন কৰিব। ১৯৫৯ চনৰ ২১ অক্টোবৰত লাডাখত চীনৰ সশস্ত্র সৈনিকৰ এটা দলে অতর্কিতে আক্রমণ চলাই নিহত কৰা ১০ গৰাকী আৰক্ষী কৰ্মীৰ স্মৃতিত এই দিৱস পালন কৰ...