ৰাষ্ট্ৰীয়

July 22, 2024 12:24 PM

views 20

সম্পূর্ণতা অভিযানৰ অধীনত অসমৰ কেইবাখনো জিলাত স্বাস্থ্য আৰু কৃষি বিভাগৰ বিভিন্ন সজাগতামূলক কাৰ্যসূচী

নিটি আয়োগৰ বিশেষ কাৰ্যসূচী সম্পূর্ণতা অভিযানৰ অধীনত অসমৰ কেইবাখনো জিলাত কাৰ্যসূচী অব্যাহত আছে। এই উপলক্ষে ৰাজ্যৰ বিভিন্ন জিলাত স্বাস্থ্য আৰু কৃষি বিভাগে বিভিন্ন সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰিছে। সম্পূর্ণতা অভিযানৰ অধীনত অভিলাষী জিলা আৰু উন্নয়ন খণ্ডসমূহত মহিলা আৰু শিশুৰ স্বাস্থ্য আৰু পৰিপুষ্টিৰ দিশ...

July 22, 2024 12:12 PM

views 23

অসমৰ ঐতিহাসিক মৈদামসমূহ ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত অন্তৰ্ভুক্ত কৰাৰ বাবে প্ৰস্তাৱ আগবঢ়োৱা হৈছেঃ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে, অসমৰ ঐতিহাসিক মৈদামসমূহ ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত অন্তৰ্ভুক্ত কৰাৰ বাবে প্ৰস্তাৱ আগবঢ়োৱা হৈছে। তেওঁ কয় যে, এয়া হ'ব দেশৰ ৪৩ সংখ্যক তথা উত্তৰ-পূব ভাৰতৰ প্ৰথমটো বিশ্ব ঐতিহ্য ক্ষেত্ৰ যাক সাংস্কৃতিক বিশ্ব ঐতিহ্যৰ আখ্যা দিয়া হ'ব। প্রধানমন্ত্ৰীয়ে ক...

July 22, 2024 11:52 AM

views 24

সংসদৰ বাজেট অধিবেশন আৰম্ভ

সংসদৰ বাজেট অধিবেশন আজি আৰম্ভ হৈছে। ১২ আগষ্টত সমাপ্ত হ'বলগীয়া এই অধিৱেশনত ১৬ খন বৈঠক অনুষ্ঠিত হ'ব। আমাৰ সংবাদদাতাই জনোৱা মতে, অধিৱেশনৰ প্ৰথম দিনা বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে সদনত ২০২৩-২৪ বিত্তীয় বৰ্ষৰ অৰ্থনৈতিক জৰীপ দাখিল কৰিব। অর্থনৈতিক জৰীপে অৰ্থব্যৱস্থাৰ বিভিন্ন খণ্ডৰ পাৰিসাংখ্যিক তথ্য আৰু বি...

July 21, 2024 8:22 PM

views 96

পাব্লিক স্পীকত কাইলৈ আইকৰ কৰ ৰিটাৰ্ণ দাখিল কৰাৰ সহজ পদ্ধতি সম্পর্কে আলোচনা

আকাশবাণী বাতৰি সেৱা বিভাগৰ দ্বিভাষিক ফোন ইন অনুষ্ঠান পাব্লিক স্পীকত কাইলৈ নিশা ৯.৩০ বজাত আয়কৰ আয়ুক্ত সৌম্য আচাৰ আৰু চাৰ্টাৰ একাউণ্টেণ্ট সঞ্জীৱ নাৰায়ণৰ সৈতে আইকৰ কৰ ৰিটাৰ্ণ দাখিল কৰাৰ সহজ পদ্ধতি সম্পর্কে এটি আলোচনা প্ৰচাৰ কৰা হ'ব। আগ্রহী শ্রোতাসকলে অনুষ্ঠান চলি থকাৰ সময়ত ০১১-২৩৪২ ১০৫০ আৰু ০১১ ২৩৩...

July 21, 2024 8:14 PM

views 30

৩৭৩ গৰাকী ভাৰতীয় আৰু তিনিগৰাকী নেপালী শিক্ষার্থী ত্ৰিপুৰাৰ সীমান্তৰে বাংলাদেশৰ পৰা ভাৰতলৈ প্ৰত্যাৱৰ্তন কৰা বুলি সীমান্ত সুৰক্ষা বাহিনীৰ প্ৰকাশ

সীমান্ত সুৰক্ষা বাহিনীয়ে আজি প্ৰকাশ কৰিছে যে, ৩৭৩ গৰাকী ভাৰতীয় শিক্ষাৰ্থীৰ লগতে তিনি গৰাকী নেপালী শিক্ষার্থী ত্ৰিপুৰাৰ দুটা ছেকপোষ্টেৰে বাংলাদেশৰ পৰা ভাৰতলৈ উভতি আহিছে। বাংলাদেশত যোৱা কিছুদিন ধৰি সংৰক্ষণৰ বিৰোধীতাৰে হিংসাত্মক পৰিস্থিতি সৃষ্টি হোৱা পৰিপ্ৰেক্ষিতত শিক্ষাৰ্থীসকল নিজৰ দেশলৈ উভতি আহিছে।...

July 21, 2024 6:47 PM

views 19

চৰকাৰে আসন্ন বাজেট অধিৱেশনৰ সময়ছোৱাত সংসদৰ উভয় সদনৰ কাম-কাজ নিয়াৰিকৈ চলাই নিয়াৰ ক্ষেত্ৰত সকলো ৰাজনৈতিক দলৰ সহযোগিতা বিচাৰিছে

চৰকাৰে সংসদৰ বাজেট অধিৱেশনৰ পূৰ্বে আজি এখন সর্বদলীয় বৈঠকৰ আহ্বান কৰে। বৈঠকত চৰকাৰে আসন্ন বাজেট অধিৱেশনৰ সময়ছোৱাত সংসদৰ উভয় সদনৰ কাম-কাজ নিয়াৰিকৈ চলাই নিয়াৰ ক্ষেত্ৰত সকলো ৰাজনৈতিক দলৰ সহযোগিতা কামনা কৰে। কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিং, কিৰেন ৰিজিজু, অর্জুন ৰাম মেঘৱাল, জে পি নাড্ডা, চিৰাগ পাচোৱান,...

July 21, 2024 12:22 PM

views 38

জম্মু-কাশ্মীৰৰ মূল শিৱিৰৰ পৰা পৱিত্ৰ অমৰনাথ গুহা দৰ্শনৰ বাবে ৩,১১৩ গৰাকী তীর্থযাত্ৰীৰ ৰাওনা

পৱিত্ৰ অমৰনাথ গুহা দৰ্শনৰ বাবে ৩,১১৩ গৰাকী তীর্থযাত্ৰীৰ আৰু এটা দল জম্মু-কাশ্মীৰৰ ভগৱতী নগৰ যাত্ৰী নিৱাসৰ মূল শিৱিৰৰ পৰা ৰাওনা হৈছে। তীর্থ যাত্ৰীৰ দলটো আজি নিচেই পুৱা সৰু-বৰ ১২৩ খন বাহনেৰে অমৰনাথ গুহা অভিমুখে যাত্ৰা কৰে। দলটোত ২,৩১৫ গৰাকী পুৰুষ, ৬৯২ গৰাকী মহিলা, চাৰিটি শিশু আৰু ১০২ গৰাকী সাধু-সন্ন্য...

July 21, 2024 12:18 PM

views 51

NEET-UGৰ প্ৰশ্নকাকত ফাদিল গোচৰত আৰু তিনিজনক গ্ৰেপ্তাৰ

কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চি বি আইয়ে চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ ৰাষ্ট্ৰীয় যোগ্যতা নিৰূপণ তথা প্ৰৱেশ পৰীক্ষা NEET-UGৰ প্ৰশ্নকাকত ফাদিল গোচৰ সংক্ৰান্তত আৰু তিনিজন লোকক গ্ৰেপ্তাৰ কৰিছে। গ্ৰেপ্তাৰ হোৱাসকলৰ ভিতৰত ৰাজস্থানৰ ভৰতপুৰ চিকিৎসা মহাবিদ্যালয়ৰ দুজন শিক্ষাৰ্থী আছে। সূত্ৰৰ পৰা...

July 21, 2024 12:08 PM

views 24

ভাৰতে নতুন দিল্লীত বিশ্ব ঐতিহ্য সমিতিৰ অধিৱেশন অনুষ্ঠিত কৰাৰ সুযোগ লাভ কৰি যথেষ্ট গৌৰৱবোধ কৰিছেঃ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে, ভাৰতে নতুন দিল্লীত বিশ্ব ঐতিহ্য সমিতিৰ অধিৱেশন অনুষ্ঠিত কৰাৰ সুযোগ লাভ কৰি যথেষ্ট গৌৰৱবোধ কৰিছে। ছ'চিয়েল মিডিয়াৰ এটা পষ্টত শ্রীমোদীয়ে কয় যে, ভাৰতে এই সমিতিখনৰ অধিৱেশন প্ৰথমবাৰৰ বাবে আয়োজন কৰিছে আৰু আজি সন্ধিয়াৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ তেওঁ আগ্ৰহেৰে বা...

July 20, 2024 8:28 PM

views 26

ঝাৰখণ্ডৰ হেমন্ত চোৰেন নেতৃত্বাধীন চৰকাৰ দেশৰ আটাইতকৈ দুৰ্নীতিগ্ৰস্ত চৰকাৰ বুলি অভিযোগ উত্থাপন গৃহমন্ত্ৰী অমিত শ্বাহৰ

কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা অমিত শ্বাহে ঝাৰখণ্ডৰ হেমন্ত চোৰেন নেতৃত্বাধীন চৰকাৰ দেশৰ আটাইতকৈ দুৰ্নীতিগ্ৰস্ত চৰকাৰ বুলি অভিযোগ উত্থাপন কৰিছে। ৰাঁছীত প্রভাতকাৰা ময়দানত ঝাৰখণ্ড বিজেপিৰ সম্প্ৰসাৰিত কাৰ্যকাৰী কমিটিৰ বৈঠকত ভাষণ দি শ্ৰী শ্বাহে কয় যে, ঝাৰখণ্ডৰ এগৰাকী সাংসদৰ ঘৰৰ পৰা ৩০০ ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।