ৰাষ্ট্ৰীয়

July 23, 2024 10:04 AM

views 27

নীট স্নাতক পৰীক্ষা সন্দৰ্ভত ভাৰতীয় প্ৰযুক্তিবিদ্যা প্রতিষ্ঠান দিল্লীক  বিশেষজ্ঞ সমিতি গঠন কৰিবলৈ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ

উচ্চতম ন্যায়ালয়ে চলিত বৰ্ষৰ নীট স্নাতক পৰীক্ষাৰ পদাৰ্থ বিজ্ঞানৰ এটা প্ৰশ্নত দিয়া দুটা বিকল্প উত্তৰক ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই শুদ্ধ বুলি গন্য কৰা সিদ্ধান্ত সন্দৰ্ভত ভাৰতীয় প্ৰযুক্তিবিদ্যা প্রতিষ্ঠান দিল্লীক এখন বিশেষজ্ঞ সমিতি গঠন কৰি মতামত আগবঢ়াবলৈ নিৰ্দেশ দিছে। উচ্চতম ন্যায়ালয়ে আজি দিনৰ ১২ ...

July 23, 2024 10:01 AM

views 21

দেশৰ পদ্ম বঁটাসমূহৰ বাবে মনোনয়ন দাখিলৰ প্ৰক্ৰিয়া ১৫ ছেপ্তেম্বৰ পৰ্যন্ত মুকলি

দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান পদ্ম বঁটাসমূহৰ বাবে মনোনয়ন দাখিলৰ প্ৰক্ৰিয়া চলিত বৰ্ষৰ ১৫ ছেপ্তেম্বৰ পৰ্যন্ত মুকলি থাকিব। কেন্দ্রীয় গৃহ মন্ত্ৰ্যালয়ে এই সন্দৰ্ভত প্রকাশ কৰা মতে পদ্ম বঁটাৰ বাবে মনোনয়ন আৰু পৰামৰ্শসমূহ ৰাষ্ট্ৰীয় পুৰস্কাৰ প'ৰ্টেলত অনলাইন ব্যৱস্থাৰ জৰিয়তে গ্ৰহণ কৰা হ'ব। উল্লেখযোগ্য যে...

July 23, 2024 9:57 AM

views 92

লোকসভাত  আজি ২০২৪-২৫ বিত্তীয় বৰ্ষৰ কেন্দ্ৰীয় বাজেট উত্থাপন

কেন্দ্রীয় বিত্ত মন্ত্রী নির্মলা সীতাৰমনে আজি দিনৰ ১১ বজাত লোকসভাত ২০২৪-২৫ বিত্তীয় বৰ্ষৰ কেন্দ্ৰীয় বাজেট উত্থাপন কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰত তৃতীয়বাৰলৈ চৰকাৰ গঠন হোৱাৰ পাছত এয়া প্ৰথম বাজেট হ'ব। ইপিনে ২০১৯ বৰ্ষত দায়িত্বভাৰ গ্ৰহণ কৰাৰ পাছত এয়া হ'ব শ্রীসীতাৰমনৰ ক্ৰমাগত সপ...

July 22, 2024 7:45 PM

views 28

আসন্ন অলিম্পিক ক্রীড়া মহোৎসৱৰ বাবে ভাৰতৰ প্ৰস্তুতি সম্পর্কত লোকসভাত আলোচনা

লোকসভাই আজি আসন্ন অলিম্পিক ক্রীড়া মহোৎসৱৰ বাবে ভাৰতৰ প্ৰস্তুতি সম্পর্কে আলোচনা কৰে। আলোচনাৰ আৰম্ভণি কৰি বিজেপিৰ ডº সঞ্জয় জয়ছোৱালে কয় যে, নৰেন্দ্ৰ মোদী চৰকাৰে দেশত ক্ৰীড়াৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে কেইবাটাও উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰিছে। এন ডি এ চৰকাৰৰ অধীনত বাজেটত ক্ৰীড়া ক্ষেত্ৰৰ বাবে ২০১৪ চনৰ...

July 22, 2024 7:43 PM

views 18

সংসদৰ বাজেট অধিবেশনৰ প্ৰথম দিনটোত ৰাজ্যসভাৰ কাৰ্যকাল দিনটোৰ বাবে স্থগিত

সংসদৰ বাজেট অধিবেশনৰ প্ৰথম দিনটোত ৰাজ্যসভাৰ কাৰ্যকাল দিনটোৰ বাবে স্থগিত ৰখা হৈছে। কাইলৈ বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণৰ দ্বাৰা লোকসভাত সাধাৰণ বাজেট দাখিলৰ সমাপ্তিৰ পাছতে পুনৰ ৰাজ্যসভাৰ কাম কাজ আৰম্ভ হ'ব। ইয়াৰ পূৰ্বে উচ্চ সদনত কেইবাগৰাকীও সদস্যই ৰাজহুৱা বিষয়সমূহ উত্থাপন কৰাৰ সময়ত ৰাজ্যসভাৰ কাম-কাজ ...

July 22, 2024 7:31 PM

views 25

সংসদত কাইলৈ বিত্তমন্ত্রী নির্মলা সীতাৰমনৰ ২০২৪-২৫ বৰ্ষৰ বাজেট দাখিল

সংসদৰ বাজেট অধিৱেশন আজি আৰম্ভ হৈছে। কাইলৈ বিত্তমন্ত্রী নির্মলা সীতাৰমনে ২০২৪-২৫ বৰ্ষৰ বাজেট দাখিল কৰিব। আজি বিত্তমন্ত্ৰীগৰাকীয়ে সদনত চলিত বিত্তীয় বৰ্ষৰ বাবে ৬ দশমিক ৫ৰ পৰা ৭ শতাংশ মুঠ ঘৰুৱা উৎপাদন বৃদ্ধিৰ সম্ভাৱনাৰে অৰ্থনৈতিক সমীক্ষা দাখিল কৰে। ইপিনে, সদনত কাইলৈ দাখিল কৰিবলগীয়া কেন্দ্ৰীয় বাজেটে ...

July 22, 2024 6:51 PM

views 30

প্রধানমন্ত্রী বিশ্বকর্মা আঁচনিৰ অধীনত দুই কোটি ২৮ লাখ ক্ষুদ্র শিল্পী আৰু কাৰিকৰৰ নাম অন্তর্ভুক্ত

প্রধানমন্ত্রী বিশ্বকর্মা আঁচনিৰ অধীনত বর্তমানলৈ প্রায় দুই কোটি ২৮ লাখ ক্ষুদ্র শিল্পী আৰু কাৰিকৰে নাম অন্তর্ভুক্ত কৰিছে। ইয়াৰে ১৩ লাখ ৯৪ হাজাৰ হিতাধিকাৰীৰ সুকলমে নাম পঞ্জীয়ন কৰা হৈছে। এইসকলৰ ভিতৰত পাঁচ লাখ ৪২ হাজাৰৰো অধিক মহিলা। দক্ষতা বিকাশ আৰু উদ্যোগীকৰণ কেন্দ্রীয় ৰাজ্যিক মন্ত্রী জয়ন্ত চৌধুৰীয়ে লোক...

July 22, 2024 5:35 PM

views 14

কেন্দ্ৰীয় বাজেটে দেশৰ পৰৱৰ্তী ৫ বছৰৰ কাৰ্যকলাপৰ বাবে দিশ নিৰ্ণয় কৰিব বুলি প্ৰধানমন্ত্ৰীৰ প্ৰকাশ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে কাইলৈ দাখিল কৰিবলগীয়া কেন্দ্ৰীয় বাজেটে দেশৰ পৰৱৰ্তী ৫ বছৰৰ কাৰ্যকলাপৰ বাবে দিশ নিৰ্ণয় কৰাৰ লগতে ২০৪৭ বৰ্ষৰ বিকশিত ভাৰতৰ সপোনক বাস্তৱ ৰূপ দিবৰ বাবে ভেটি প্রস্তুত কৰিব। আজি সংসদৰ বাজেট অধিৱেশন আৰম্ভ হোৱাৰ পূৰ্বে সংসদ ভৱনৰ বাহিৰত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰ...

July 22, 2024 5:28 PM

views 34

চলিত বৰ্ষৰ ১৫ ছেপ্তেম্বৰ পর্যন্ত পদ্ম বঁটাসমূহৰ মনোনয়ন দাখিলৰ প্ৰক্ৰিয়া মুকলি

দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান পদ্ম বঁটাসমূহৰ বাবে মনোনয়ন দাখিলৰ প্ৰক্ৰিয়া চলিত বৰ্ষৰ ১৫ ছেপ্তেম্বৰ পর্যন্ত মুকলি থাকিব। কেন্দ্রীয় গৃহ মন্ত্ৰালয়ে এই সন্দৰ্ভত প্রকাশ কৰা মতে পদ্ম বঁটাৰ বাবে মনোনয়ন আৰু পৰামৰ্শসমূহ ৰাষ্ট্ৰীয় পুৰস্কাৰ প'ৰ্টেলত অনলাইন ব্যৱস্থাৰ জৰিয়তে গ্ৰহণ কৰা হ'ব। উল্লেখযোগ্য যে প...

July 22, 2024 5:22 PM

views 24

ইউনেস্কোৰ বিশ্ব ঐতিহ্য কেন্দ্ৰলৈ প্রধানমন্ত্ৰীৰ ১০ লাখ ডলাৰৰ অনুদান

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি নতুন দিল্লীৰ ভাৰত মণ্ডপমত বিশ্ব ঐতিহ্য সমিতিৰ ৪৬ সংখ্যক অধিৱেশন মুকলি কৰে। ভাৰতত প্ৰথমবাৰৰ বাবে আয়োজন কৰা বিশ্ব ঐতিহ্য সমিতিৰ এই অধিৱেশনখনৰ অহা ৩১ জুলাইত সামৰণি পৰিব। অনুষ্ঠানত ভাষণ দি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে, ভাৰত গোলকীয় সহযোগিতা প্ৰচাৰ কৰা তথা ঐত...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।