ৰাষ্ট্ৰীয়

July 24, 2024 10:31 AM

views 13

২০২৪-২৫ বৰ্ষৰ কেন্দ্ৰীয় বাজেটক লৈ কংগ্ৰেছৰ সমালোচনা

কংগ্ৰেছে ২০২৪-২৫বৰ্ষৰ কেন্দ্ৰীয় বাজেটক সমালোচনা কৰি কৈছে যে বাজেটত সাধাৰণ মানুহক সকাহ প্রদানৰ বাবে কোনো ব্যৱস্থা নাই। কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে সামাজিক মাধ্যমৰ এটা পোষ্টত এইবাৰৰ বাজেট বিজেপিৰ মিত্ৰৰ পক্ষত প্ৰস্তুত কৰা হৈছে বুলি দাবী কৰিছে। দলৰ সভাপতি মল্লিকার্জুন খার্গেই কয় যে সমগ্র দেশে মুদ্রা...

July 24, 2024 10:27 AM

views 25

এন ডি এৰ তৃতীয়টো কাৰ্যকালৰ প্ৰথমখন বাজেটৰ ওপৰত স্বাস্থ্যমন্ত্রী জে পি নাড্ডাৰ মন্তব্য

কেন্দ্রীয় স্বাস্থ্যমন্ত্রী তথা বিজেপিৰ সভাপতি জে পি নাড্ডাই কয় যে নৰেন্দ্ৰ মোডী চৰকাৰৰ তৃতীয়টো কাৰ্যকালৰ প্ৰথমখন বাজেটে ভাৰতৰ সৰ্বাংগীন বৃদ্ধি, বহনক্ষম উন্নয়ন আৰু অর্থনৈতিক স্থিতিস্থাপকতাৰ প্ৰমাণ হিচাপে থিয় দিছে। নতুন দিল্লীত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত শ্ৰী নাড্ডাই কয় যে এই দূৰদৰ্শী বাজ...

July 24, 2024 10:21 AM

views 11

২০২৪-২৫ বৰ্ষৰ বাজেট সন্দৰ্ভত কেন্দ্রীয় মন্ত্রী অমিত শ্বাহৰ প্ৰতিক্ৰিয়া

কেন্দ্রীয় মন্ত্রী অমিত শ্বাহে কৈছে যে ২০২৪-২৫ বৰ্ষৰ বাজেটে ভাৰতৰ অৰ্থনৈতিক বিকাশক যুৱশক্তিৰ সৈতে সংলগ্ন কৰাৰ বাবে ইতিহাসত লিপিবদ্ধ হ'ব। সামাজিক মাধ্যমৰ এটা পোষ্টত শ্ৰী শ্বাহে কয় যে বাজেটত ৪ কোটি ১০ লাখ যুৱক-যুৱতীক দক্ষতা বিকাশৰ প্ৰশিক্ষণ দিবলৈ দুই লাখ কোটি টকাৰ বৃহৎ পুঁজিৰ ব্যৱস্থা কৰা হৈছে আৰু এক...

July 24, 2024 10:18 AM

views 13

দুদিনীয়া কাৰ্যসূচীৰে ব্ৰিটেইনৰ বিদেশ মন্ত্ৰী ডেভিদ লেমি ভাৰত ভ্ৰমণ

ব্ৰিটেইনৰ বিদেশ মন্ত্ৰী ডেভিদ লেমি আজি দুদিনীয়া ভাৰত ভ্ৰমণসূচীৰে দিল্লীত উপস্থিত হ'ব। বিদেশ মন্ত্ৰীগৰাকীয়ে ভ্ৰমণ কালত সর্বাত্মক কৌশলগত সহযোগিতা সুদৃঢ় কৰা আৰু ভাৰত-ব্ৰিটেইন মুক্ত বাণিজ্য চুক্তি সম্পর্কে আলোচনা কৰিব। ব্ৰিটেইনত প্রধানমন্ত্ৰী কিৰ ষ্টাৰ্মৰৰ নেতৃত্বত লেবাৰ পাৰ্টীৰ চৰকাৰ গঠন হোৱাৰ পাছত ...

July 24, 2024 10:12 AM

views 19

দেশৰ গ্ৰামাঞ্চলৰ ১৫ কোটি পৰিয়াললৈ নলযোগে পানী যোগানৰ সংযোগ

জল জীৱন মিছনে দেশৰ গ্ৰামাঞ্চলৰ ১৫ কোটি পৰিয়াললৈ নলযোগে পানী যোগানৰ সংযোগ প্ৰদান কৰি ঐতিহাসিক সাফল্য অৰ্জন কৰিছে। ২০২৪ চনৰ ভিতৰত গ্ৰামাঞ্চলৰ প্ৰতিটো পৰিয়ালক নলযোগে পানী যোগানৰ লক্ষ্যৰে ২০১৯ চনত এই অভিযানৰ ঘোষণা কৰা হৈছিল। বিগত পাঁচ বছৰত এই অভিযানৰ অধীনত নলযোগে পানী যোগান লাভ কৰা পৰিয়ালৰ সংখ্যা ৩ ক...

July 24, 2024 10:08 AM

views 24

নীট সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ ৰায় সম্পৰ্কত শিক্ষামন্ত্রী ধর্মেন্দ্ৰ প্ৰধানৰ মন্তব্য

শিক্ষামন্ত্রী ধর্মেন্দ্ৰ প্ৰধানে ৰাষ্ট্ৰীয় যোগ্যতা নিৰূপণ তথা প্ৰৱেশ পৰীক্ষা নীট সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে দিয়া ৰায়ৰ প্ৰতি আদৰণি জনাই কৈছে যে অৱশেষত সত্যৰ জয় হ'ল। নীট সন্দৰ্ভত সর্বোচ্চ ন্যায়ালয়ৰ ৰায় সম্পর্কে সাংবাদিকক সম্বোধন কৰি শ্ৰীপ্ৰধানে কয় যে নৰেন্দ্ৰ মোদী চৰকাৰ স্বচ্ছ, বিসংগতিবিহীন আ...

July 24, 2024 10:05 AM

views 17

নীট ইউ-জি বাতিল তথা নতুনকৈ পৰীক্ষা অনুষ্ঠিত কৰাৰ নিৰ্দেশ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

উচ্চতম ন্যায়ালয়ে চলিত বৰ্ষৰ চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ পৰীক্ষা নীট ইউ-জি বাতিল কৰিবলৈ আৰু নতুনকৈ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ নিৰ্দেশ দিবলৈ অস্বীকাৰ কৰিছে। ইয়াৰ ফলত সমগ্ৰ দেশৰ চৰকাৰী আৰু ব্যক্তিগত চিকিৎসা মহাবিদ্যালয়সমূহত স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে আজিৰে পৰা পৰামৰ্শ প্ৰক্ৰিয়া...

July 23, 2024 6:56 PM

views 17

কেন্দ্ৰীয় বাজেটখনে সৰ্বাত্মক বিকাশৰ লগতে এখন বিকশিত ভাৰতৰ ভেটি নিৰ্মাণ কৰাটো সুনিশ্চিত বুলি প্ৰধামন্ত্ৰীৰ মন্তব্য

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সদনত দাখিল হোৱা কেন্দ্ৰীয় বাজেটখনে সৰ্বাত্মক বিকাশ আৰু সমাজৰ বহুতো স্তৰৰ লোকক উপকৃত কৰি এখন বিকশিত ভাৰতৰ ভেটি নিৰ্মাণ কৰাটো সুনিশ্চিত কৰিব বুলি মন্তব্য কৰিছে। তেওঁ কয় যে, কেন্দ্ৰীয় চৰকাৰে কৰ্মসংস্থাপনৰ সৈতে জড়িত উদগনিমূলক আঁচনি ঘোষণা কৰিছে আৰু ইয়াৰ দ্বাৰা দেশত...

July 23, 2024 6:16 PM

views 37

লোকসভাত আজি নিৰ্মলা সীতাৰমনৰ ২০২৪-২৫ বিত্তীয় বৰ্ষৰ সাধাৰণ বাজেট দাখিল

২০২৪-২৫ বিত্তীয় বৰ্ষৰ সাধাৰণ বাজেটত সকলোৰে বাবে সুযোগ সৃষ্টিৰ উদ্দেশ্যে ৯টা অগ্ৰাধিকাৰৰ কথা উল্লেখ কৰা হৈছে। এই অগ্ৰাধিকাৰসমূহ হৈছে – উৎপাদনশীলতা আৰু কৃষিৰ স্থিতিস্থাপকতা, কৰ্ম সংস্থাপন আৰু দক্ষতাৰ বিকাশ, সৰ্বাত্মক মানৱ সম্পদ উন্নয়ন আৰু সামাজিক ন্যায়, নিৰ্মাণ আৰু সেৱা, নগৰ উন্নয়ন, শক্তি সুৰক্ষা,...

July 23, 2024 10:09 AM

views 9

ব্যক্তিগত প্ৰতিষ্ঠান আৰু ষ্টার্টআপসমূহৰ সৈতে সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰ্যালয়ৰ ৭২ খন বুজাবুজিৰ চুক্তি

সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰ্যালয়ৰ অধীনৰ বিশেষভাৱে সক্ষম লোকসকলৰ সৱলীকৰণ বিভাগে কালি নতুন দিল্লীত ব্যক্তিগত প্ৰতিষ্ঠান আৰু ষ্টার্টআপসমূহৰ সৈতে ৭২ খন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে। বিশেষভাৱে সক্ষম লোকসকলক সামাজিক, শৈক্ষিক আৰু অৰ্থনৈতিকভাৱে সৱল কৰি তোলাই এই বুজাবুজিৰ চুক্তিসমূহৰ প্ৰধান লক্ষ্য। ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।