July 25, 2024 6:43 PM
15
ভাৰতীয় গণ সংযোগ প্রতিষ্ঠানত ৫০০ সংখ্যক সামূহিক অনাতাঁৰ কেন্দ্ৰৰ শুভাৰম্ভ অশ্বিনী বৈষ্ণৱৰ
কেন্দ্ৰীয় চৰকাৰৰ এক্ট ইষ্ট নীতিৰ অধীনৰ উল্লেখযোগ্য পদক্ষেপৰ অংশ হিচাপে তথ্য আৰু সম্প্ৰচাৰ মন্ত্রী অশ্বিনী বৈষ্ণৱে আজি মিজোৰামৰ আইজলত থকা ভাৰতীয় গণ সংযোগ প্রতিষ্ঠান অর্থাৎ আই আই এম চিত ৫০০ সংখ্যক সামূহিক অনাতাঁৰ কেন্দ্ৰৰ শুভাৰম্ভ কৰে। তেওঁ লগতে এই অনুষ্ঠানতে দশম ৰাষ্ট্ৰীয় সামূহিক অনাতাঁৰ বঁটাও ঘোষ...