ৰাষ্ট্ৰীয়

July 26, 2024 12:20 PM

views 15

ৰাজ্যসমূহে খনিজ সম্পদৰ ৰয়েল্টী নির্ধাৰণৰ অধিকাৰ পাব বুলি উচ্চতম ন্যায়ালয়ৰ সাংবিধানিক বিচাৰপীঠৰ ৰায়দান

ৰাজ্যসমূহে খনিজ সম্পদৰ ৰয়েটি নির্ধাৰণৰ অধিকাৰ পাব বুলি উচ্চতম ন্যায়ালয়ৰ সাংবিধানিক বিচাৰপীঠে ৰায়দান কৰিছে। কালি দেশৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত গঠিত এখন ন-জনীয়া বিচাৰপীঠে এই ঐতিহাসিক ৰায় দান কৰি খনি আৰু খনিজ পদাৰ্থৰ ওপৰত সাংবিধানিক অধিকাৰ ৰাজ্যসমূহৰ থকা বুলি নিশ্চিত কৰে। উল্ল...

July 26, 2024 12:17 PM

views 8

ৰাষ্ট্ৰপতি ভৱনৰ দৰবাৰ হলক গণতন্ত্ৰ মণ্ডপ আৰু অশোক হলক অশোক মণ্ডপ ৰূপে নামকৰণ

ৰাষ্ট্ৰপতি ভৱনৰ দুটা ঐতিহাসিক হলৰ নতুন নামকৰণ কৰা হৈছে। সেই অনুসৰি ৰাষ্ট্ৰপতি ভৱনৰ দৰবাৰ হল আৰু অশোক হলক এতিয়াৰে পৰা গণতন্ত্ৰ মণ্ডপ আৰু অশোক মণ্ডপ ৰূপে জনা যাব। উল্লেখ্য যে দৰবাৰ হলত ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰদানৰ দৰে গুৰুত্বপূৰ্ণ সমাৰোহ অনুষ্ঠিত হৈ আহিছে। আনহাতে অশোক হলটো ব্ৰিটিছ শাসনৰ সময়ত নৃত্যশাল...

July 26, 2024 12:14 PM

views 22

ইছৰোলৈ ইণ্টাৰনেচনেল এষ্ট্ৰ’ন’টিকেল ফেডাৰেচনৰ ‘ৱৰ্ল্ড স্পেছ এৱাৰ্ড’

ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ইছৰো)লৈ ইণ্টাৰনেচনেল এষ্ট্ৰ’ন'টিকেল ফেডাৰেচন চমুকৈ আই এফ এৰ ফালৰ পৰা ৱৰ্ল্ড স্পেছ এৱাৰ্ড আগবঢ়োৱা হৈছে। চন্দ্ৰৰ দক্ষিণ মেৰুত চন্দ্ৰযান-৩ৰ সফল পদাৰ্পণৰ স্বীকৃতি স্বৰূপে ইছৰোলৈ এই সন্মান প্ৰদান কৰা হ'ব। অহা ১৪ অক্টোবৰত ইটালীৰ মিলানত অনুষ্ঠিত হ'বলগীয়া আই এফ এৰ এটা বিশেষ অ...

July 25, 2024 8:25 PM

views 35

ৰাষ্ট্ৰপতিত্বৰ দুবছৰ সম্পূৰ্ণ হোৱাৰ পৰিপ্ৰেক্ষিতত নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক পাঠদান ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৰ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি তেওঁ ৰাষ্ট্ৰপতিত্বৰ দুবছৰ সম্পূৰ্ণ হোৱাৰ পৰিপ্ৰেক্ষিতত নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনৰ চৌহদতস্থিত ডº ৰাজেন্দ্ৰ প্ৰসাদ কেন্দ্ৰীয় বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলক পাঠদান কৰে ৷ ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে হোৱা মত বিনিময়ৰ সময়ত তেওঁ বৰ্তমানৰ আধুনিক বিশ্বত উদ্ভৱ হো...

July 25, 2024 8:21 PM

views 19

ৰপ্তানিৰ প্ৰসাৰৰ উদ্দেশ্যে দেশৰ বিভিন্ন প্ৰান্তত ১,০১৩ টা ডাকঘৰ ৰপ্তানি কেন্দ্ৰ স্থাপন – ডাঃ পেম্মাছানী চন্দ্ৰশেখৰ

চৰকাৰে ডাকঘৰ নেটৱৰ্কৰ জৰিয়তে ৰপ্তানিৰ প্ৰসাৰৰ উদ্দেশ্যে দেশৰ বিভিন্ন প্ৰান্তত এহেজাৰ ১৩টা ডাকঘৰ ৰপ্তানি কেন্দ্ৰ স্থাপন কৰিছে। যোগাযোগ আৰু গ্ৰামোন্নয়ন মন্ত্রী ডাঃ পেম্মাছানী চন্দ্ৰশেখৰে আজি লোকসভাত এটা লিখিত উত্তৰত এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে, এই কেন্দ্ৰসমূহে সীমান্তৰ সিপাৰলৈ ই-বাণিজ্যৰ সুবিধা আ...

July 25, 2024 8:19 PM

views 16

লোকসভাত আজি কেন্দ্রীয় বাজেট সন্দৰ্ভত আলোচনা পুনৰ আৰম্ভ

লোকসভাত আজি কেন্দ্রীয় বাজেট সন্দৰ্ভত আলোচনা পুনৰ আৰম্ভ হয়। আলোচনাত অংশগ্ৰহণ কৰি কংগ্ৰেছৰ চৰণজিৎ সিং চন্নীয়ে এইবাৰৰ বাজেটে জনসাধাৰণক নিৰাশ কৰা বুলি অভিযোগ তোলে। তেওঁ লগতে সংসদ ভৱনৰ ডº বি আৰ আম্বেদকাৰৰ প্ৰতিমূৰ্তি স্থানান্তৰনৰ বিষয় লৈ প্ৰশ্ন উত্থাপন কৰে। এইবাৰৰ বাজেটত পাঞ্জাবৰ সৈতে মাহীআইৰ দৰে আচৰ...

July 25, 2024 8:11 PM

views 28

ৰাজ্যসভাত আজি কেন্দ্ৰীয় বাজেট কেন্দ্ৰীয় শাসিত অঞ্চলৰ বাজেট ২০২৪-২৫ বৰ্ষৰ ওপৰত পুনৰ আলোচনা আৰম্ভ

ৰাজ্যসভাই আজি ২০২৪-২৫ বৰ্ষৰ কেন্দ্ৰীয় বাজেট আৰু ২০২৪-২৫ বৰ্ষৰ বাবে কেন্দ্ৰীয় শাসিত অঞ্চল জম্মু-কাশ্মীৰৰ বাজেটৰ ওপৰত পুনৰ আলোচনা আৰম্ভ কৰে। আলোচনাত অংশগ্ৰহণ কৰি কংগ্ৰেছৰ সুৰেশ সি সূৰ্যেৱালাই কৃষক, দৰিদ্ৰ আৰু নিবনুৱাৰ সমস্যাৰ বিষয়ে উত্থাপন কৰে। তেওঁ কয় যে, বাজেটত কৃষকৰ ঋণ ৰেহাইৰ কোনো ব্যৱস্থা কৰা ...

July 25, 2024 7:09 PM

views 21

দেশৰ জনাদেশক অৱমাননা কৰা বুলি বিৰোধী পক্ষক সমালোচনা কিৰেণ ৰিজিজুৰ

সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে আজি দেশৰ জনাদেশক অৱমাননা কৰা বুলি বিৰোধী পক্ষক সমালোচনা কৰে। নতুন দিল্লীত আজি সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত শ্ৰী ৰিজিজুৱে কয় যে, দেশৰ জনসাধাৰণে সংসদত বাজেট সন্দৰ্ভত ইতিবাচক আৰু অৰ্থৱহ আলোচনা হোৱাটো বিচাৰে। তেওঁ লগতে কয় যে, একাংশ দলৰ নেতাৰ ব্যক্তব্যই সদনৰ মৰ্...

July 25, 2024 7:04 PM

views 30

আজিৰে পৰা নতুন দিল্লীত বিজেপিৰ ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদকসকলৰ দুদিনীয়া বৈঠক

বিজেপিৰ ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদকসকলৰ দুদিনীয়া গুৰুত্বপূৰ্ণ বৈঠক আজিৰে পৰা নতুন দিল্লীত অনুষ্ঠিত হৈছে। এই বৈঠকত দলৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা আৰু ৰাষ্ট্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদক বি এল সন্তোষ উপস্থিত থাকিব। এই বৈঠকত লোকসভা নিৰ্বাচনৰ ফলাফল পুনৰীক্ষণ কৰাৰ লগতে ৰাজ্যসমূহত হ'বলগীয়া বিধানস...

July 25, 2024 6:59 PM

views 23

পদ্ম বঁটাসমূহৰ মনোনয়ন দাখিলৰ প্ৰক্ৰিয়া চলিত বৰ্ষৰ ১৫ ছেপ্তেম্বৰ পৰ্যন্ত মুকলি

দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান পদ্ম বঁটাসমূহৰ বাবে মনোনয়ন দাখিলৰ প্ৰক্ৰিয়া চলিত বৰ্ষৰ ১৫ ছেপ্তেম্বৰ পৰ্যন্ত মুকলি থাকিব। কেন্দ্রীয় গৃহ মন্ত্ৰ্যালয়ে এই সন্দৰ্ভত প্ৰকাশ কৰা মতে পদ্ম বঁটাৰ বাবে মনোনয়ন আৰু পৰামৰ্শসমূহ ৰাষ্ট্ৰীয় পুৰস্কাৰ প'ৰ্টেলত অনলাইন ব্যৱস্থাৰ জৰিয়তে গ্ৰহণ কৰা হ'ব। উল্লেখযোগ্য যে...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।