ৰাষ্ট্ৰীয়

July 29, 2024 1:20 PM

views 16

আজিৰে পৰা উচ্চতম ন্যায়ালয়ৰ বিশেষ লোক আদালত সপ্তাহ

উচ্চতম ন্যায়ালয়ে ইয়াৰ ৭৫ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি আজিৰে পৰা বিশেষ লোক আদালত সপ্তাহৰ আয়োজন কৰিছে। আকাশবাণীৰ সৈতে হোৱা কথা-বতৰাত ন্যায়াধীশ কে ভি বিশ্বনাথনে কয় যে, উচ্চতম ন্যায়ালয়ৰ বিচাৰাধীন হৈ থকা গোচৰসমূহ মীমাংসা কৰাৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে। তেওঁ আৱেদনকাৰীসকলক লোক আদালত...

July 29, 2024 1:19 PM

views 12

নতুন দিল্লীৰ মানেকশ্ব’ কেন্দ্ৰ প্ৰেক্ষাগৃহত ৰাষ্ট্ৰীয় শিক্ষনীতি ২০২০ৰ ৰূপায়ণৰ চতুৰ্থ বার্ষিকী উপলক্ষে অখিল ভাৰতীয় শিক্ষা সমাগম-২০২৪ৰ আয়োজন

শিক্ষা মন্ত্ৰ্যালয়ে আজি নতুন দিল্লীৰ মানেকশ্ব’ কেন্দ্ৰ প্ৰেক্ষাগৃহত ৰাষ্ট্ৰীয় শিক্ষনীতি ২০২০ৰ ৰূপায়ণৰ চতুৰ্থ বার্ষিকী উপলক্ষে অখিল ভাৰতীয় শিক্ষা সমাগম ২০২৪ৰ আয়োজন কৰিছে। অখিল ভাৰতীয় শিক্ষা সমাগম হৈছে ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০ৰ ফলপ্ৰসূ ৰূপায়ণৰ বাবে বিভিন্ন অংশীদাৰসকলৰ প্ৰতিশ্ৰুতিবদ্ধতাক সজীৱ ...

July 29, 2024 1:16 PM

views 10

টকিঅ’ত কোৱাড বিদেশ মন্ত্ৰীসকলৰ বৈঠকত বিদেশ মন্ত্রী এছ জয়শংকৰ

বিদেশ মন্ত্রী এছ জয়শংকৰে আজি টকিঅ'ত কোৱাড বিদেশ মন্ত্ৰীসকলৰ বৈঠকত অংশগ্রহণ কৰিছে। শ্ৰীজয়শংকৰ দুদিনীয়া জাপান ভ্রমণসূচীৰে কালি টকিঅ'ত উপস্থিত হৈছেগৈ। কোৱাড বিদেশ মন্ত্ৰীসকলৰ বৈঠক অষ্ট্ৰেলিয়া, ভাৰত, জাপান আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ শীৰ্ষ কূটনীতিবিদসকলক একত্ৰিত কৰাৰ এখন মঞ্চ। সাংবাদিকৰ সৈতে হোৱা কথা ...

July 29, 2024 1:01 PM

views 19

আজি আন্তঃৰাষ্ট্ৰীয় ব্যাঘ্ৰ দিৱস

আজি আন্তঃৰাষ্ট্ৰীয় ব্যাঘ্ৰ দিৱস। বাঘৰ প্ৰাকৃতিক বাসস্থান সুৰক্ষিত কৰাৰ বাবে এটা গোলকীয় প্ৰণালী গঢ়ি তোলা তথা বাঘ সংৰক্ষণৰ ক্ষেত্ৰত সজাগতা বৃদ্ধি আৰু সমৰ্থন আগবঢ়োৱাৰ বিষয়টোৰ প্ৰচাৰৰ লক্ষ্যৰে প্ৰতি বছৰে আজিৰ দিনটো আন্তঃৰাষ্ট্ৰীয় ব্যাঘ্ৰ দিৱস হিচাপে পালন কৰা হয়। বিশ্ব বন্যপ্রাণী নিধিৰ তথ্য অনুসৰি...

July 28, 2024 8:13 PM

views 16

বিজেপি শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰী আৰু উপ-মুখ্যমন্ত্ৰীসকলৰ দুদিনীয়া সন্মিলনৰ সামৰণি

তুন দিল্লীত অনুষ্ঠিত বিজেপি শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰী আৰু উপ-মুখ্যমন্ত্ৰীসকলৰ দুদিনীয়া সন্মিলন-মুখ্যমন্ত্ৰী পৰিষদৰ আজি সামৰণি পৰে। সন্মিলনৰ আজিৰ সামৰণি সত্ৰক সম্বোধি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে, যেতিয়া জনসাধাৰণৰ কল্যাণৰ হকে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰসমূহে সহযোগিতাৰে শক্তিশালী ৰূপত কাম ক...

July 28, 2024 8:08 PM

views 22

কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা কৰ্ণাটকলৈ কৰ হস্তান্তৰণ সন্দৰ্ভত ভুৱা বাতৰি বিয়পোৱা বাবে বিৰোধী তথা কৰ্ণাটক চৰকাৰক কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনৰ সমালোচনা

কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা কৰ্ণাটকলৈ কৰ হস্তান্তৰ কৰা সন্দৰ্ভত ভুৱা বাতৰি বিয়পোৱাৰ বাবে বিৰোধী তথা কৰ্ণাটক ৰাজ্য চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে। বেংগালুৰুত আজি সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত বিত্তমন্ত্ৰীগৰাকীয়ে ইউ পি এ আৰু এন ডি এ চৰকাৰৰ সময়ছোৱাত কৰ্ণাটকলৈ দ...

July 28, 2024 8:00 PM

views 18

দিল্লীৰ কোচিং চেণ্টাৰত বিদ্যুৎপৃষ্ট হৈ প্ৰশিক্ষাৰ্থীৰ মৃত্যুত উপ-ৰাজ্যপাল ভি কে ছাক্সেনাৰ দুখ প্ৰকাশ; তদন্ত ঘোষণা

দিল্লীৰ উপ-ৰাজ্যপাল ভি কে ছাক্সেনাই এটা কোচিং চেণ্টাৰৰ তলৰ মহলাত পানী জমা হোৱাৰ ফলত তিনিজন আৰু বিদ্যুৎ পৃষ্ট হৈ এজন প্ৰশিক্ষাৰ্থীৰ মৃত্যুত দুখ প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা পোষ্ট যোগে দেশৰ ৰাজধানীত হোৱা এনে ঘটনাক তেওঁ দুৰ্ভাগ্যজনক আৰু অগ্রহণযোগ্য বুলি অভিহিত কৰে। তেওঁ সংমণ্ডল আয়ুক্তক মঙলবাৰৰ ভি...

July 28, 2024 7:49 PM

views 32

কাইলৈ নতুন দিল্লীৰ মানেকছ চেণ্টাৰত ৰাষ্ট্ৰীয় শিক্ষা নীতি, ২০২০ৰ ৰূপায়ণৰ চতুৰ্থ বৰ্ষপূর্তি উদযাপন

শিক্ষা মন্ত্ৰ্যালয়ে কাইলৈ নতুন দিল্লীৰ মানেকছ চেণ্টাৰ প্ৰেক্ষাগৃহত অখিল ভাৰতীয় শিক্ষা সমাগম, ২০২৪ সৈতে ৰাষ্ট্ৰীয় শিক্ষা নীতি, ২০২০ৰ ৰূপায়ণৰ চতুৰ্থ বৰ্ষপূর্তি উদযাপন কৰিব। ৰাষ্ট্ৰীয় শিক্ষা নীতি, ২০২০ৰ সফল ৰূপায়ণৰ বাবে অংশীদাৰসকলৰ দায়বদ্ধতাক পুনৰ সজীব কৰি তোলাৰ বাবে অখিল ভাৰতীয় শিক্ষা সমাজৰ ধা...

July 28, 2024 6:37 PM

views 51

চৰাইদেউ মৈদাম ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃত হোৱাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গৌৰৱ প্ৰকাশ

অসমৰ ঐতিহাসিক চৰাইদেউ মৈদাম ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃত হোৱাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গৌৰৱ প্ৰকাশ কৰিছে। আকাশবাণীযোগে প্ৰচাৰিত মাহেকীয়া মন কী বাত অনুষ্ঠানত আজি প্রধানমন্ত্ৰীয়ে কয় যে, চৰাইদেউ মৈদাম ভাৰতৰ ৪৩ সংখ্যক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে পৰিগণিত হৈছে আৰু উত্তৰ পূৰ্বাঞ্...

July 28, 2024 11:54 AM

views 11

ভাৰতত তীখাৰ উৎপাদন ২০৩০ চনৰ ভিতৰত ৩০ কোটি টনতকৈও অধিক হোৱাৰ সম্ভাৱনাঃ তীখা সচিব

তীখা সচিব নগেন্দ্ৰ নাথ সিনহাই কৈছে যে, চৰকাৰী আন্তঃগাঁথনিমূলক প্রকল্পসমূহৰ বাবে চাহিদা বৃদ্ধিৰ ফলত ভাৰতত তীখাৰ উৎপাদন ২০৩০ চনৰ ভিতৰত ৩০ কোটি টনতকৈও অধিক হোৱাৰ সম্ভাৱনা আছে। নতুন দিল্লীত ভাৰত চেম্বাৰ অব কমাৰ্চক সম্বোধন কৰি জ্যেষ্ঠ বিষয়াগৰাকীয়ে কয় যে, আন্তঃগাঁথনিমূলক কাম-কাজত চৰকাৰে গুৰুত্ব প্ৰদান ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।