July 4, 2024 8:22 PM July 4, 2024 8:22 PM
8
৮ জুলাইত প্রধানমন্ত্ৰী মোদীৰ ৪ দিনীয়া ৰাছিয়া আৰু অষ্ট্ৰিয়া ভ্ৰমণসূচী
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অহা ৮ জুলাইত ৪ দিনীয়া ৰাছিয়া আৰু অষ্ট্ৰিয়া ভ্ৰমণসূচীৰে স্বদেশৰ পৰা ৰাওনা হ'ব। বিদেশ মন্ত্ৰ্যালয়ে কৈছে যে, ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ আমন্ত্ৰণ মৰ্মে ২২ সংখ্যক ভাৰত-ৰাছিয়া সন্মিলনত অংশগ্রহণ উদ্দেশ্যে শ্রী মোদী ৮ জুলাইত মস্কোত উপস্থিত হ'ব। দুয়োগৰাকী নেতাই সাম...