ৰাষ্ট্ৰীয়

August 2, 2024 3:03 PM

views 25

তামিলনাডুত সংঘটিত এটা পথ দুৰ্ঘটনাত ৩ গৰাকী তীর্থযাত্রী মৃত্যু

তামিলনাডুত আজি নিচেই পুৱাতে সংঘটিত এটা পথ দুৰ্ঘটনাত তিনিগৰাকী তীর্থযাত্রী মৃত্যুমুখত পৰে। ৰাজ্যখনৰ ছাটুৰ-কোৱিলপট্টি ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এই পথ দুৰ্ঘটনাটো সন্দৰ্ভত চৰকাৰী সূত্ৰই প্ৰকাশ কৰা মতে ৫০ গৰাকী তীর্থযাত্ৰীক কঢ়িয়াই ইক্কানকুড়ি মন্দিৰ অভিমুখে গৈ এখন গাড়ীক ৰাষ্ট্ৰীয় ঘাইপথটোত এখন ট্রাকে খ...

August 2, 2024 3:01 PM

views 14

ৰাষ্ট্ৰীয় পতাকাৰ আৰ্হি প্ৰস্তুত কৰোতা তথা মহান স্বাধীনতা সংগ্রামী পিংগালী ভেংকয়াক জন্মবার্ষিকীত প্রধানমন্ত্ৰী মোদীৰ স্মৰণ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাষ্ট্ৰীয় পতাকাৰ আৰ্হি প্ৰস্তুত কৰোতা তথা মহান স্বাধীনতা সংগ্রামী পিংগালী ভেংকয়াক জন্মবার্ষিকীত স্মৰণ কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত প্ৰধানমন্ত্রীয়ে কয় যে জাতিটোক ত্ৰিৰংগা প্ৰদানৰ ক্ষেত্ৰত পিংগালী ভেংকয়াই কৰা প্ৰচেষ্টা সদায় স্মৰণীয় হৈ থাকিব।

August 2, 2024 2:58 PM

views 33

দেশে গুণগত শিক্ষাৰ জৰিয়তেহে ২০৪৭ চনৰ ভিতৰত ৩০ লাখ কোটি ডলাৰৰ অৰ্থ ব্যৱস্থাৰ লক্ষ্যত উপনীত হ’ব পাৰিবঃ ধর্মেন্দ্র প্রধান

লোকসভাই শিক্ষা মন্ত্ৰ্যালয়ৰ দাবী মঞ্জুৰিত অনুমোদন জনাইছে। শিক্ষা মন্ত্রী ধর্মেন্দ্র প্রধানে কালি কয় যে, যোৱা কেইটামান বছৰত শিক্ষা মন্ত্ৰ্যালয়ৰ বাবে বাজেটত আমন্ত্ৰিত ধন বৃদ্ধি পাইছে। মন্ত্ৰীগৰাকীয়ে কয় যে দেশে গুণগত শিক্ষাৰ জৰিয়তেহে ২০৪৭ চনৰ ভিতৰত ৩০ লাখ কোটি ডলাৰৰ অৰ্থ ব্যৱস্থাৰ লক্ষ্যত উপনীত হ...

August 2, 2024 12:32 PM

views 34

কেন্দ্ৰীয় পৰিবহণ মন্ত্রী নীতিন গাডকাৰী আৰু কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালক মন্ত্ৰী কেশৱ মহন্তৰ সাক্ষাৎ

অসমৰ পৰিবহণ খণ্ডৰ উন্নয়নৰ দিশত কেন্দ্ৰীয় চৰকাৰৰ বিশেষ পৃষ্ঠপোষকতা বিচাৰি ৰাজ্যৰ পৰিবহণ মন্ত্ৰী কেশৱ মহন্তই কালি নতুন দিল্লীত কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্রী নীতিন গাডকাৰী আৰু কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালক সাক্ষাৎ কৰে। কেন্দ্ৰীয় মন্ত্ৰী গাডকাৰীয়ে মন্ত্ৰী মহন্তৰ অ...

August 2, 2024 8:12 AM

views 17

ৰাষ্ট্ৰপতি ভৱনত ৰাজ্যপালসকলৰ দুদিনীয়া সন্মিলনত ৰাষ্ট্ৰপতি মুৰ্মুৱে অধ্যক্ষতা কৰিব

■ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে ৰাষ্ট্ৰপতি ভৱনত আজিৰে পৰা হ'বলগীয়া ৰাজ্যপালসকলৰ দুদিনীয়া সন্মিলনত অধ্যক্ষতা কৰিব। এইখন হ'ব ৰাষ্ট্ৰপতিৰ অধ্যক্ষতাত হ'বলগীয়া ৰাজ্যপালসকলৰ প্ৰথমখন সন্মিলন। সকলো ৰাজ্যৰ ৰাজ্যপালে এই সন্মিলনত অংশগ্ৰহণ কৰিব। উপৰাষ্ট্ৰপতি জগদীপ ধনখড়, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, অম...

August 2, 2024 8:08 AM

views 8

গুণগত শিক্ষাৰ জৰিয়তেহে ২০৪৭ চনৰ ভিতৰত ৩০ লাখ কোটি ডলাৰৰ অৰ্থ ব্যৱস্থাৰ লক্ষ্যত উপনীত হ’ব পাৰিব: ধর্মেন্দ্র প্রধান

● লোকসভাই শিক্ষা মন্ত্ৰ্যালয়ৰ দাবী মঞ্জুৰিত অনুমোদন জনাইছে। শিক্ষা মন্ত্রী ধর্মেন্দ্র প্রধানে কালি কয় যে, যোৱা কেইটামান বছৰত শিক্ষা মন্ত্ৰ্যালয়ৰ বাবে বাজেটত আমন্ত্ৰিত ধন বৃদ্ধি পাইছে। মন্ত্ৰীগৰাকীয়ে কয় যে দেশে গুণগত শিক্ষাৰ জৰিয়তেহে ২০৪৭ চনৰ ভিতৰত ৩০ লাখ কোটি ডলাৰৰ অৰ্থ ব্যৱস্থাৰ লক্ষ্যত উপনীত...

August 2, 2024 8:04 AM

views 30

ৱাইনাডৰ ভূমিস্খলনৰ ঘটনাত নিহত লোকাৰ সংখ্যা ২৭৪লৈ বৃদ্ধি

● কেৰালাৰ ৱাইনাডত হোৱা ভূমিস্খলনৰ ঘটনাত নিহত লোকাৰ সংখ্যা ২৭৪লৈ বৃদ্ধি পাইছে। এই ঘটনাত আহত ১৮৭ লোক বিভিন্ন চিকিৎসালয়ত ভৰ্তি হৈ আছে আৰু ১০৭ জন লোক সন্ধানহীন হৈ আছে। অঞ্চলটোত স্থাপন কৰা ৭০টা সাহায্য শিবিৰত ৭ হাজাৰৰো অধিক লোকে আশ্ৰয় লৈ আছে।

August 1, 2024 8:41 PM

views 15

বান ব্যৱস্থাপনা আঁচনিৰ অধীনত সমগ্ৰ দেশতে ৩৫খন প্ৰকল্পৰ কাম চলি আছে

শেহতীয়া বানৰ ফলত প্ৰভাৱিত জিলাসমূহৰ তথ্য কেন্দ্ৰীয়ভাৱে তদাৰক কৰা হোৱা নাই। বান আৰু খহনীয়া প্ৰতিৰোধকে ধৰি বান ব্যৱস্থাপনা আঁচনিসমূহ সংশ্লিষ্ট ৰাজ্য চৰকাৰে অগ্ৰাধিকাৰৰ ভিত্তিত নিজৰ পুঁজিৰে ৰূপায়ণ কৰে। কেন্দ্ৰীয় চৰকাৰে কাৰিকৰী দিহা-পৰামৰ্শ আৰু জটিল এলেকাসমূহত বানৰ ব্যৱস্থাপনাৰ বাবে উদগণিমূলক বিত্ত...

August 1, 2024 8:38 PM

views 16

চৰকাৰে পথ দুৰ্ঘটনাৰ বলি হোৱা লোকসকললৈ নগদ ধন ৰহিত চিকিৎসা প্ৰদান কৰিছেঃ নীতিন গাডকাৰী

চৰকাৰে পথ দুৰ্ঘটনাৰ বলি হোৱা লোকসকললৈ নগদ ধন ৰহিত চিকিৎসা প্ৰদান কৰিছে। ৰাষ্ট্ৰীয় স্বাস্থ্য প্ৰাধীকৰণৰ সহযোগত চণ্ডীগড় আৰু অসমত পৰীক্ষামূলকভাৱে এনে চিকিৎসা প্রদান কৰা হৈছে। পথ পৰিবহন আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে আজি লোকসভা এটা লিখিত উত্তৰত এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে, পথ দুৰ্ঘটনাত বলি হোৱা...

August 1, 2024 8:35 PM

views 23

ভাৰতীয় খেল প্ৰাধীকৰণৰ বিশেষ চিকিৎসা বীমা যোজনাৰ অধীনত সমগ্ৰ দেশৰ ১৩ হাজাৰৰো অধিক খেলুৱৈ, প্ৰশিক্ষক আৰু সহায়ক-কৰ্মচাৰীলৈ বীমা সুবিধা

ভাৰতীয় খেল প্ৰাধীকৰণৰ বিশেষ চিকিৎসা বীমা যোজনাৰ অধীনত সমগ্ৰ দেশৰ ১৩ হাজাৰৰো অধিক খেলুৱৈ, প্ৰশিক্ষক আৰু সহায়ক-কৰ্মচাৰীলৈ বীমা সুবিধা আগবঢ়োৱা হৈছে। ক্রীড়া মন্ত্ৰী ড০ মনসুখ মন্দাভিয়াই আজি ৰাজ্যসভাত এটা লিখিত উত্তৰত এই বিষয়ে জানিবলৈ দিয়ে। তেওঁ কয় যে, এনে বীমাৰ অধীনত প্ৰতিগৰাকী ব্যক্তিলৈ পাঁচ লাখ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।