July 8, 2024 6:43 PM July 8, 2024 6:43 PM
6
শ্রীঅমৰনাথ জী যাত্ৰা ২০২৪ ৰ বিশেষ পনী এম্বুলেঞ্চ সেৱা মুকলি
জম্মু কাশ্মীৰত স্বাস্থ্যসেৱা সঞ্চালকালয়ে শ্রীঅমৰনাথ জী যাত্ৰা ২০২৪ ৰ বাবে বিশেষ পনী এম্বুলেঞ্চ সেৱা মুকলি কৰিছে। এই এম্বুলেঞ্চৰ দ্বাৰা তীর্থযাত্ৰীসকলে যাত্ৰাৰ সময়ছোৱাত সন্মুখীন হোৱা জটিল স্বাস্থ্যজনিত সেৱা আগবঢ়োৱা হ'ব। কাশ্মীৰৰ স্বাস্থ্যসেৱা সঞ্চালক ডº মুস্তাক আহমদ ৰাথাৰে চিকিৎসা শিক্ষা আৰু স্বাস...