ৰাষ্ট্ৰীয়

October 24, 2025 12:51 PM October 24, 2025 12:51 PM

views 31

ৰাষ্ট্ৰীয় সেউজ হাইড্রাজেন অভিযানৰ বাবে লগ’ৰ আৰ্হি প্রতিযোগিতা ঘোষণা

নতুন আৰু নৱীকৰণযোগ্য শক্তি মন্ত্র্যালয়ে ৰাষ্ট্ৰীয় সেউজ হাইড্রাজেন অভিযানৰ বাবে লগ'ৰ আৰ্হি প্রতিযোগিতা ঘোষণা কৰিছে। মন্ধ্যালয়ে এটা বিজ্ঞপ্তিযোগে জানিবলৈ দিছে যে, এই প্রতিযোগিতাত বিজয়ীগৰাকীক নগদ ১ লাখ টকাৰ পুৰস্কাৰ আৰু প্ৰমাণ-পত্ৰ প্ৰদান কৰা হ'ব। এই লগ'টোৰ আর্হিত এই অভিযানৰ কথা, সেউজ হাইড্রাজেন উৎপাদন...

October 24, 2025 12:49 PM October 24, 2025 12:49 PM

views 26

ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰই বাণিজ্যিক বুজাবুজিৰ ক্ষেত্ৰত উল্লেখনীয় অগ্রগতি লাভ কৰিছে বুলি পিযুষ গোৱেলৰ প্ৰকাশ

ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰই বাণিজ্যিক বুজাবুজিৰ ক্ষেত্ৰত উল্লেখনীয় অগ্রগতি লাভ কৰিছে বুলি কেন্দ্রীয় বাণিজ্য আৰু উদ্যোগ মন্ত্রী পিযুষ গোৱেলৰ প্ৰকাশ কৰিছে। দূৰদৰ্শনৰ সৈতে হোৱা এটা সাক্ষাৎকাৰত শ্রীগোৱেলে কয়, যে দুয়োপক্ষই ভাৰত আৰু আমেৰিকাৰ দলসমূহৰ সৈতে এই সম্পর্কীয় আলোচনা আগবঢ়াই নিয়াৰ উদ্দেশ্যে সক্র...

October 24, 2025 12:46 PM October 24, 2025 12:46 PM

views 42

ষট্ পূজাৰ সময়ত ১৫০০ খন বিশেষ ৰেলৰ ব্যৱস্থা কৰা হব বুলি অশ্বিনী বৈষ্ণৱৰ প্ৰকাশ

ৰে'লমন্ত্রী অশ্বিনী বৈষ্ণৱে নতুন দিল্লীৰ ৰে'ল ভৱনৰ বিশেষ কক্ষৰ পৰা কালি এই উৎসৱৰ বতৰত ৰে'ল যাত্ৰীসকলৰ যাতায়াতৰ সুবিধাৰ বাবে চলাচল কৰোৱা বিশেষ ৰে'লৰ বিষয়ে সবিশেষ বুজ লয়। তেওঁ সমাগত ষট্ পূজাৰ প্ৰতি লক্ষ্য ৰাখি বাবে ৰে'ল কর্তৃপক্ষই যাত্ৰীৰ সুবিধাৰ বাবে গ্ৰহণ কৰা প্ৰস্তুতি সন্দৰ্ভত বিষয়াসকলৰ সৈতে মত বিন...

October 24, 2025 12:43 PM October 24, 2025 12:43 PM

views 66

গগণযানৰ ৯০ শতাংশ কাম সম্পূর্ণ হৈছে বুলি ইছৰোৰ অধ্যক্ষৰ প্ৰকাশ

গগণযান অভিযানৰ মানৱৰহিত পৰীক্ষামূলক উৎক্ষেপণ জি ৱানৰ ৯০ শতাংশ কাম সম্পূর্ণ হৈছে আৰু ডিচেম্বৰৰ প্ৰথম সপ্তাহত ইয়াৰ উৎক্ষেপণৰ বাবে সাজু হৈছে বুলি ভাৰতীয় মহাকাশ গবেষণা সংস্থা ইছৰোৰ অধ্যক্ষ ড° ভি. নাৰায়ণনে প্রকাশ কৰিছে। বাংগালুৰুত কালি সাংবাদিকৰ আগত ড° নাৰায়ণনে কয়, যে ক্রু এছকেপ ব্যৱস্থা, পেৰাছুট ব্যৱস্থ...

October 23, 2025 8:59 PM October 23, 2025 8:59 PM

views 39

ভাৰত-অষ্ট্ৰেলিয়াৰ তিনিখনীয়া এদিনীয়া ক্রিকেট শৃংখলাৰ দ্বিতীয়খন খেলত ভাৰত ২ উইকেটত পৰাস্ত

এডিলেইডত অনুষ্ঠিত তিনিখনীয়া এদিনীয়া ক্রিকেট শৃংখলাৰ দ্বিতীয়খন খেলত আজি অষ্ট্ৰেলিয়াই ভাৰতক ২ উইকেটত পৰাস্ত কৰে। অষ্ট্ৰেলিয়াই ২৬৫ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি মেথিঅ শ্বৰ্টৰ ৭৪ আৰু কুপাৰ কলনিৰ ৬১ ৰানৰ সহায়ত ৩ অভাৰতকৈ বেছি বাকী থকা অৱস্থাত নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়। ভাৰতৰ অৰ্শদীপ সিং, হৰ্ষি...

October 23, 2025 8:53 PM October 23, 2025 8:53 PM

views 21

নাগপুৰত অহা ২৬ অক্টোবৰৰ পৰা হ’বলগীয়া ১৯ বছৰ অনূৰ্ধ্ব টি-টুৱেণ্টি মহিলা ক্ৰিকেটৰ প্ৰথম তিনিখন খেলৰ বাবে ৰাজ্যিক দল ঘোষণা

অসম ক্রিকেট সন্থাই অহা ২৬ অক্টোবৰৰ পৰা নাগপুৰত হ’বলগীয়া ১৯ বছৰ অনূৰ্ধ্ব  টি-টুৱেণ্টি মহিলা ক্ৰিকেটৰ প্ৰথম তিনিখন খেলৰ বাবে ৰাজ্যিক দলৰ খেলুৱৈসকলৰ নাম ঘোষণা কৰিছে। এই খেলুৱৈসকল হৈছে অধিনায়ক কাকু বৰ্মন, উপ অধিনায়ক খুছি কুমাৰী, প্ৰিয়ংকা কলিতা, ৰীমা পেগু, ডলী কার্দং, নেহা চন্দ, পয়োনিধি দাস, গ্রীতিশ...

October 23, 2025 8:19 PM October 23, 2025 8:19 PM

views 40

জনতাৰ শিল্পী জুবিন গাৰ্গক ন্যায় প্ৰদানৰ দাবীত সদৌ অসম ছাত্ৰ সন্থাৰ ৰাজ্যজুৰি ন্যায় সমদল

জনতাৰ শিল্পী জুবিন গাৰ্গক ন্যায় প্ৰদানৰ দাবীৰে সদৌ অসম ছাত্ৰ সন্থাই আজি ৰাজ্যজুৰি ন্যায় সমদল উলিয়ায়। সদৌ কামৰূপ মহানগৰ জিলা ছাত্রসন্থা আৰু কামৰূপ জিলা ছাত্ৰসন্থাৰ উদ্যোগত গুৱাহাটীৰ উজান বজাৰৰ ছহিদ ন্যাস ভৱনৰ পৰাও পুৱা ন্যায় সমদল উলিওৱা হয়। ভালে সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে অংশ লোৱা এই সমদলৰ জৰিয়তে ...

October 23, 2025 12:18 PM October 23, 2025 12:18 PM

views 7

জি এছ টি সঞ্চয় উৎসৱৰ পৰা সমাজৰ সকলো শ্ৰেণীৰ লোক উপকৃত হৈছে বুলি প্ৰধানমন্ত্ৰীৰ প্ৰকাশ

প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ঘোষণা কৰা আৰু যোৱা ২২ ছেপ্তেম্বৰৰ পৰা সমগ্ৰ দেশত ৰূপায়ণ হোৱা সামগ্ৰী আৰু সেৱা কৰ জি এছ টি সঞ্চয় উৎসৱৰ পৰা সমাজৰ সকলো শ্ৰেণীৰ লোক উপকৃত হৈছে। চৰকাৰে জনসাধাৰণক সকাহ প্ৰদানৰ উদ্দেশ্যে স্বাস্থ্য সেৱা খণ্ডত আৰোপিত কৰ যথেষ্ট হ্রাস হৈছে। চৰকাৰে পৰৱৰ্তী প্ৰজন্মৰ জি এছ টি সংস্কা...

October 23, 2025 12:16 PM October 23, 2025 12:16 PM

views 21

অপাৰেচন সিন্দুৰ দেশৰ জল, স্থল আৰু বায়ু এই তিনিওটা সেৱাৰ মাজৰ অসাধাৰণ সহযোগিতা আৰু একত্ৰীকৰণৰ সাক্ষী- ৰাজনাথ সিঙ

অপাৰেচন সিন্দুৰে দেশৰ জল, স্থল আৰু বায়ু এই তিনিওটা সেৱাৰ মাজৰ অসাধাৰণ সহযোগিতা আৰু একত্ৰীকৰণৰ সাক্ষী হৈছিল বুলি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে উল্লেখ কৰে। পৰিৱৰ্তিত বিশ্ব ব্যৱস্থা আৰু যুদ্ধৰ বিকশিত পদ্ধতিৰপৰা উদ্ভৱ হোৱা প্ৰত্যাহ্বানসমূহৰ সৈতে মোকাবিলা কৰিবলৈ সমন্বিত আৰু প্ৰতিৰক্ষা কৌশল উদ্ভাৱন কৰাৰ...

October 23, 2025 12:20 PM October 23, 2025 12:20 PM

views 11

তিনিদিনীয়া ভ্রমণসূচীৰে ৰাজনাথ সিং কাইলৈ জয়ছলমেৰলৈ ৰাওনা

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং তিনিদিনীয়া ভ্রমণসূচীৰে কাইলৈ জয়ছলমেৰলৈ যাব। তাত তেওঁ সেনা কামাণ্ডৰসকলৰ সন্মিলনত অংশগ্ৰহণ কৰিব। অপাৰেচন সিন্দূৰৰ পাছত মৰুভূমিৰ নগৰখনত প্ৰথমবাৰৰ বাবে এনে সম্মিলনৰ আয়োজন কৰা হৈছে। সামৰিক অভিযানসমূহৰ প্ৰস্তুতি আৰু ভৱিষ্যতৰ সুৰক্ষা প্রত্যাহ্বানসমূহৰ সন্দৰ্ভত পর্যালোচনা কৰাৰ ...

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।