ৰাষ্ট্ৰীয়

July 24, 2024 6:58 PM July 24, 2024 6:58 PM

views 7

আদালতৰ কৰ্ম সম্পাদনৰ সময়ৰ ক্ষেত্ৰত নিয়মৰ সাল-সলনি উচ্চতম ন্যায়ালয়ৰ

উচ্চতম ন্যায়ালয়ে আদালতৰ কৰ্ম সম্পাদনৰ সময়ৰ ক্ষেত্ৰত নিয়মৰ কিছু সাল-সলনি ঘটাইছে। শেহতীয়া সংশোধনী অনুসৰি এতিয়াৰে পৰা উচ্চতম ন্যায়ালয়ৰ কামৰ সময় হ'ব পুৱা ১০ বজাৰ পৰা বিয়লি ৫ বজালৈ। তদুপৰি সৰ্বোচ্চ ন্যায়ালয়ৰ শেহতীয়া জাননীত প্ৰকাশ পোৱা মতে বন্ধৰ দিনসমূহৰ লগতে প্ৰতি মাহৰ দ্বিতীয় আৰু চতুৰ্থ শন...

July 24, 2024 6:56 PM July 24, 2024 6:56 PM

views 5

কৰ্মচাৰীৰ ৰাজ্যিক বীমা আঁচনিৰ অধীনত ২০ লাখৰো অধিক নতুন শ্রমিকৰ নামভৰ্তি

কৰ্মচাৰীৰ ৰাজ্যিক বীমা আঁচনিৰ অধীনত ২০ লাখৰো অধিক নতুন শ্রমিকৰ নামভৰ্তি কৰা হৈছে। শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়ে জনাইছে যে মুঠ ২৩ লাখ কৰ্মচাৰীৰ ভিতৰত ১১ লাখতকৈও অধিক কৰ্মচাৰী ২৫ বছৰ বয়স পর্যন্ত গোটৰ অন্তৰ্গত। আনহাতে মে' মাহত মহিলা সদস্যৰ নামভৰ্তিৰ সংখ্যা আছিল ৪ লাখ ৪৭ হাজাৰ ।

July 24, 2024 6:53 PM July 24, 2024 6:53 PM

views 10

‘সম্পূর্ণতা অভিযান’ৰ অধীনত ৰাজ্যৰ বিভিন্ন জিলাত স্বাস্থ্য আৰু কৃষি বিভাগৰ সজাগতামূলক কাৰ্যসূচী গ্ৰহণ

নিটি আয়োগৰ বিশেষ কাৰ্যসূচী সম্পূর্ণতা অভিযানৰ অধীনত অসমৰ কেইবাখনো জিলাত কাৰ্যসূচী অব্যাহত আছে। এই উপলক্ষে ৰাজ্যৰ বিভিন্ন জিলাত স্বাস্থ্য আৰু কৃষি বিভাগে বিভিন্ন সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰিছে। সম্পূর্ণতা অভিযানৰ অধীনত অভিলাষী জিলা আৰু উন্নয়ন খণ্ডসমূহত মহিলা আৰু শিশুৰ স্বাস্থ্য আৰু পৰিপুষ্টিৰ দিশ...

July 24, 2024 6:50 PM July 24, 2024 6:50 PM

views 9

উচ্চতম ন্যায়ালয়ত বিচাৰাধীন গোচৰ নিষ্পত্তিৰ বাবে ২৯ জুলাইৰ পৰা ৩ আগষ্টলৈ লোক আদালতৰ আয়োজন

উচ্চতম ন্যায়ালয়ে বিচাৰাধীন গোচৰসমূহ নিষ্পত্তিৰ বাবে অহা ২৯ জুলাইৰ পৰা ৩ আগষ্টলৈ লোক আদালতৰ আয়োজন কৰিছে। উচ্চতম ন্যায়ালয়ৰ প্ৰতিষ্ঠাৰ ৭৫ সংখ্যক বৰ্ষ পূৰ্ণ হোৱা উপলক্ষে এই পদক্ষেপ লোৱা হৈছে। মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে নাগৰিকসকলক সৰ্বোচ্চ ন্যায়ালয়ত বিচাৰাধীন নিজৰ গোচৰসমূহ নিষ্পত্তিৰ সুবি...

July 24, 2024 10:35 AM July 24, 2024 10:35 AM

views 9

বাজেটত ৰে’ল বিভাগত আবণ্টন দিয়া পুঁজি ঐতিহাসিক : অশ্বিনী বৈষ্ণৱ

কেন্দ্ৰীয় ৰে'ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে বাজেটত ৰে'ল বিভাগৰ বাবে আবণ্টন দিয়া পুঁজিক ঐতিহাসিক বুলি অভিহিত কৰিছে। নতুন দিল্লীত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত শ্ৰী বৈষ্ণৱে কয় যে ৰে'লৱেৰ বাবে বাজেটত দুই লাখ ৬২ হাজাৰ ২০০ কোটি টকাৰ আৱন্টন দিয়া হৈছে আৰু ইয়াৰ দ্বাৰা ৰে'ল বিভাগে বৃহৎ উত্থান লাভ কৰিব। ত...

July 24, 2024 10:31 AM July 24, 2024 10:31 AM

views 5

২০২৪-২৫ বৰ্ষৰ কেন্দ্ৰীয় বাজেটক লৈ কংগ্ৰেছৰ সমালোচনা

কংগ্ৰেছে ২০২৪-২৫বৰ্ষৰ কেন্দ্ৰীয় বাজেটক সমালোচনা কৰি কৈছে যে বাজেটত সাধাৰণ মানুহক সকাহ প্রদানৰ বাবে কোনো ব্যৱস্থা নাই। কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে সামাজিক মাধ্যমৰ এটা পোষ্টত এইবাৰৰ বাজেট বিজেপিৰ মিত্ৰৰ পক্ষত প্ৰস্তুত কৰা হৈছে বুলি দাবী কৰিছে। দলৰ সভাপতি মল্লিকার্জুন খার্গেই কয় যে সমগ্র দেশে মুদ্রা...

July 24, 2024 10:27 AM July 24, 2024 10:27 AM

views 14

এন ডি এৰ তৃতীয়টো কাৰ্যকালৰ প্ৰথমখন বাজেটৰ ওপৰত স্বাস্থ্যমন্ত্রী জে পি নাড্ডাৰ মন্তব্য

কেন্দ্রীয় স্বাস্থ্যমন্ত্রী তথা বিজেপিৰ সভাপতি জে পি নাড্ডাই কয় যে নৰেন্দ্ৰ মোডী চৰকাৰৰ তৃতীয়টো কাৰ্যকালৰ প্ৰথমখন বাজেটে ভাৰতৰ সৰ্বাংগীন বৃদ্ধি, বহনক্ষম উন্নয়ন আৰু অর্থনৈতিক স্থিতিস্থাপকতাৰ প্ৰমাণ হিচাপে থিয় দিছে। নতুন দিল্লীত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত শ্ৰী নাড্ডাই কয় যে এই দূৰদৰ্শী বাজ...

July 24, 2024 10:21 AM July 24, 2024 10:21 AM

views 2

২০২৪-২৫ বৰ্ষৰ বাজেট সন্দৰ্ভত কেন্দ্রীয় মন্ত্রী অমিত শ্বাহৰ প্ৰতিক্ৰিয়া

কেন্দ্রীয় মন্ত্রী অমিত শ্বাহে কৈছে যে ২০২৪-২৫ বৰ্ষৰ বাজেটে ভাৰতৰ অৰ্থনৈতিক বিকাশক যুৱশক্তিৰ সৈতে সংলগ্ন কৰাৰ বাবে ইতিহাসত লিপিবদ্ধ হ'ব। সামাজিক মাধ্যমৰ এটা পোষ্টত শ্ৰী শ্বাহে কয় যে বাজেটত ৪ কোটি ১০ লাখ যুৱক-যুৱতীক দক্ষতা বিকাশৰ প্ৰশিক্ষণ দিবলৈ দুই লাখ কোটি টকাৰ বৃহৎ পুঁজিৰ ব্যৱস্থা কৰা হৈছে আৰু এক...

July 24, 2024 10:18 AM July 24, 2024 10:18 AM

views 6

দুদিনীয়া কাৰ্যসূচীৰে ব্ৰিটেইনৰ বিদেশ মন্ত্ৰী ডেভিদ লেমি ভাৰত ভ্ৰমণ

ব্ৰিটেইনৰ বিদেশ মন্ত্ৰী ডেভিদ লেমি আজি দুদিনীয়া ভাৰত ভ্ৰমণসূচীৰে দিল্লীত উপস্থিত হ'ব। বিদেশ মন্ত্ৰীগৰাকীয়ে ভ্ৰমণ কালত সর্বাত্মক কৌশলগত সহযোগিতা সুদৃঢ় কৰা আৰু ভাৰত-ব্ৰিটেইন মুক্ত বাণিজ্য চুক্তি সম্পর্কে আলোচনা কৰিব। ব্ৰিটেইনত প্রধানমন্ত্ৰী কিৰ ষ্টাৰ্মৰৰ নেতৃত্বত লেবাৰ পাৰ্টীৰ চৰকাৰ গঠন হোৱাৰ পাছত ...

July 24, 2024 10:12 AM July 24, 2024 10:12 AM

views 9

দেশৰ গ্ৰামাঞ্চলৰ ১৫ কোটি পৰিয়াললৈ নলযোগে পানী যোগানৰ সংযোগ

জল জীৱন মিছনে দেশৰ গ্ৰামাঞ্চলৰ ১৫ কোটি পৰিয়াললৈ নলযোগে পানী যোগানৰ সংযোগ প্ৰদান কৰি ঐতিহাসিক সাফল্য অৰ্জন কৰিছে। ২০২৪ চনৰ ভিতৰত গ্ৰামাঞ্চলৰ প্ৰতিটো পৰিয়ালক নলযোগে পানী যোগানৰ লক্ষ্যৰে ২০১৯ চনত এই অভিযানৰ ঘোষণা কৰা হৈছিল। বিগত পাঁচ বছৰত এই অভিযানৰ অধীনত নলযোগে পানী যোগান লাভ কৰা পৰিয়ালৰ সংখ্যা ৩ ক...