ৰাষ্ট্ৰীয়

December 2, 2025 9:55 PM

views 14

অসমৰ ৬টা জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো কেন্দ্ৰীয় চৰকাৰক সহমর্মিতাৰে বিবেচনা কৰিবলৈ ৰাজ্যসভাত সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যৰ আহ্বান

অসমৰ ৬টা জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টোও কেন্দ্ৰীয় চৰকাৰক সহমর্মিতাৰে বিবেচনা কৰিবলৈ আজি ৰাজ্যসভাৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই আহ্বান জনায়। শ্রীবৈশ্যই কয় যে এই ছটা জনগোষ্ঠী অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ আৰু সেয়েহে জনজাতিকৰণৰ সকলো যোগ্যতা তেওঁলোকৰ আছে। বিৰোধী দল কংগ্ৰেছে সাংসদজনৰ এই বক্তব্যৰো তীব্ৰ ব...

December 2, 2025 9:52 PM

views 12

ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ সংশোধনীকে ধৰি বিভিন্ন বিষয়ত বিৰোধী পক্ষৰ প্ৰতিবাদত সংসদৰ কার্যক্রমণিকা ব্যাহত

ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ সংশোধনীকে ধৰি বিভিন্ন বিষয়ক লৈ বিৰোধী পক্ষই সৃষ্টি কৰা হুলস্থূলীয়া পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত লোকসভাৰ কাৰ্যক্ৰমণিকা দিনটোৰ বাবে স্থগিত ৰখা হয়। প্ৰথমবাৰৰ বাবে নিম্ন সদন স্থগিত ৰখাৰ পাছত দুপৰীয়া ১২ বজাত সদন পুনৰ মিলিত হোৱাৰ লগে লগে বিৰোধী পক্ষৰ সদস্যসকলে সদনৰ মজিয়ালৈ...

December 2, 2025 9:38 PM

views 11

গ্রাম্য অর্থনীতিক সবল কৰি তোলাৰ উদ্দেশ্যে সমবায় খণ্ডত বিগত চাৰি বছৰত চৰকাৰৰ কেইবাটাও যুগান্তকাৰী পদক্ষেপ গ্ৰহণ

গ্রাম্য অর্থনীতিক সবল কৰি তোলাৰ উদ্দেশ্যে সমবায় খণ্ডত চৰকাৰে বিগত চাৰি বছৰত কেইবাটাও যুগান্তকাৰী পদক্ষেপ গ্ৰহণ কৰিছে। লোকসভাত আজি প্রশ্নোত্তৰ কালত এটা পৰিপূৰক প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় সমবায় ৰাজ্য মন্ত্ৰী মুৰলীধৰ মহলে কয়, যে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰে সমবায় সমিতিসমূহক শক্তিশালী কৰাৰ উদ্দেশ...

December 2, 2025 9:36 PM

views 16

এখন উন্নত ভাৰত গঢ়িবৰ বাবে দেশৰ সকলো ৰাজ্যৰ সকলো খণ্ডতে উন্নয়ন আৰু প্ৰগতি নিশ্চিত হ’ব লাগিবঃ কেন্দ্ৰীয় মন্ত্ৰী ৰাজীৱ ৰঞ্জন সিং

এখন উন্নত ভাৰত গঢ়িবৰ বাবে দেশৰ সকলো ৰাজ্যৰ সকলো খণ্ডতে উন্নয়ন আৰু প্ৰগতি নিশ্চিত হ’ব লাগিব বুলি কেন্দ্রীয় মীন, পশুপালন আৰু দুগ্ধ উৎপাদন মন্ত্ৰী ৰাজীৱ ৰঞ্জন সিঙে প্ৰকাশ কৰে। লোকসভাত আজি এটা পৰিপূৰক প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে কয়, যে প্রধানমন্ত্রী মৎস্য সম্পাদা যোজনাৰ অধীনত মীন খণ্ডত বৈপ্লৱিক প...

December 2, 2025 9:13 PM

views 27

জ্যেষ্ঠ বিজেপি নেতা ড° প্রেম কুমাৰ অষ্টাদশ বিহাৰ বিধানসভাৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত

জ্যেষ্ঠ বিজেপি নেতা ড° প্রেম কুমাৰক অষ্টাদশ বিহাৰ বিধানসভাৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত কৰা হৈছে। বিহাৰ বিধানসভাৰ অধিৱেশনৰ আজিৰ দ্বিতীয় দিনটোত প্ৰ'টেম অধ্যক্ষ নৰেন্দ্ৰ নাৰায়ণ য়াদৱে অধ্যক্ষৰ পদত তেওঁ সৰ্বসন্মতভাৱে নিৰ্বাচিত হোৱা বুলি ঘোষণা কৰে। ইয়াৰ পূৰ্বে সদন আৰম্ভ হোৱাৰ আগতে ড° কুমাৰে অধ্যক্ষ পদ ব...

December 2, 2025 8:46 PM

views 18

সংযুক্ত আৰৱ আমিৰিৰ ৰাষ্ট্ৰীয় দিৱস উপলক্ষে দেশখনৰ উপ-প্রধানমন্ত্রীক বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰৰ শুভেচ্ছা

সংযুক্ত আৰৱ-আমিৰি ৰাষ্ট্ৰ-UAEৰ উপ-প্রধানমন্ত্রী তথা বৈদেশিক পৰিক্ৰমা মন্ত্ৰী আব্দুল্লা-বিন-জায়েদ-আল্-নাহায়েনক দেশখনৰ ৰাষ্ট্ৰীয় দিৱস উপলক্ষে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰে শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে কয়, যে ভাৰতে -UAEৰ সৈতে কৌশলগত অ...

December 2, 2025 8:45 PM

views 11

মুম্বাইৰ শিৱাজী মহাৰাজ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত কুৱেইটৰ পৰা হায়দাবাদ অভিমুখী ইণ্ডোগো বিমানৰ জৰুৰীকালীন অৱতৰণ

মুম্বাইৰ শিৱাজী মহাৰাজ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত আজি পুৱা কুৱেইটৰ পৰা হায়দাবাদ অভিমুখী ইণ্ডোগোৰ এখন বিমান জৰুৰীকালীনভাৱে অৱতৰণ কৰোৱা হয়। কৰ্তৃপক্ষই জনোৱা মতে বিমানখনত মানৱ বোমা থকা বুলি এখন ই-মেইল লাভ কৰাৰ পাছতে এই সিদ্ধান্ত লোৱা হয়। বিমানখন নিৰাপদে অৱতৰণ কৰোৱা হয় আৰু পাছত সুৰক্ষা পৰীক্ষা কৰা...

December 2, 2025 7:49 PM

views 15

তেজপুৰ বিশ্ববিদ্যালয়ৰ অচলাৱস্থাৰ অৱসান ঘটাবলৈ কেন্দ্ৰীয় শিক্ষামন্ত্রীক আহ্বান সাংসদ অজিত কুমাৰ ভূঞাৰ

তেজপুৰ বিশ্ববিদ্যালয়ত যোৱা প্ৰায় দুমাহ ধৰি সৃষ্টি হোৱা অচলাৱস্থাৰ অৱসান ঘটাবলৈ সাংসদ অজিত কুমাৰ ভূঞাই আজি ৰাজ্যসভাত কেন্দ্ৰীয় শিক্ষামন্ত্রীক আহ্বান জনায়। তেওঁ কয় যে ১৯৯৪ চনৰ সংশ্লিষ্ট আইনৰ অধীনত প্ৰতিষ্ঠা হোৱা এই কেন্দ্ৰীয় বিশ্ববিদ্যালয়খনত সংঘটিত বিভিন্ন অনিয়ম সন্দৰ্ভত বিশ্ববিদ্যালয়খনৰ ছাত্...

December 2, 2025 7:47 PM

views 25

সংসদত মণিপুৰ সামগ্ৰী আৰু সেৱা কৰ দ্বিতীয় সংশোধনী বিধেয়ক-২০২৫ গৃহীত

সংসদত আজি মণিপুৰ সামগ্ৰী আৰু সেৱা কৰ দ্বিতীয় সংশোধনী বিধেয়ক ২০২৫ গৃহীত হয়। এই বিধেয়কখনে ২০১৭ বৰ্ষৰ সামগ্ৰী আৰু সেৱা কৰ আইনৰ সংশোধন ঘটাব। তদুপৰি বিধেয়কখনে মণিপুৰ সামগ্ৰী আৰু সেৱা কৰ দ্বিতীয় সংশোধনী অধ্যাদেশ ২০২৫ৰো স্থান ল'ব। আজি ৰাজ্যসভাত বিত্ত ৰাজ্যমন্ত্ৰী পংকজ চৌধুৰীয়ে এই বিধেয়কখন উত্থাপন কৰ...

December 2, 2025 11:53 AM

views 17

বাংলাদেশৰ প্ৰাক্তন প্রধানমন্ত্রী বেগম খালেদা জিয়াৰ স্বাস্থ্যক লৈ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উদ্বেগ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বাংলাদেশৰ প্ৰাক্তন প্রধানমন্ত্রী বেগম খালেদা জিয়াৰ স্বাস্থ্যক লৈ উদ্বেগ প্রকাশ কৰি তেওঁৰ আশু আৰোগ্যৰ বাবে প্ৰাৰ্থনা আৰু শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্রীমোদীয়ে কয়, যে বাংলাদেশৰ প্ৰাক্তন প্রধানমন্ত্ৰীগৰাকীয়ে বহু দীর্ঘদিনে দেশখনৰ জাতীয় জীৱনলৈ ব...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।