ৰাষ্ট্ৰীয়

October 26, 2025 8:23 PM October 26, 2025 8:23 PM

views 17

প্ৰফেছৰ জয়ন্ত বিষ্ণু নার্লিকাৰক মৰনোত্তৰভাৱে বিজ্ঞান ৰত্ন সন্মানেৰে বিভূষিত

চলিত বৰ্ষৰ ৰাষ্ট্ৰীয় বিজ্ঞান পুৰস্কাৰসমূহ ঘোষণা কৰা হৈছে। প্ৰফেছৰ জয়ন্ত বিষ্ণু নার্লিকাৰক মৰনোত্তৰভাৱে বিজ্ঞান ৰত্ন সন্মানেৰে বিভূষিত কৰা হৈছে। ৮ গৰাকী বিজ্ঞানীলৈ বিজ্ঞানশ্রী বঁটা আগবঢ়োৱা হৈছে। বিজ্ঞান যুৱ শিতানত অধীনত বিভিন্ন শাখাত ১৪ গৰাকী যুৱ বিজ্ঞানীক বাচনি কৰা হৈছে।

October 26, 2025 12:53 PM October 26, 2025 12:53 PM

views 17

ভাৰতীয় ৰেলৱে উৎসৱৰ সময়ছোৱাত যাত্ৰীৰ বৰ্ধিত চাহিদা পূৰণৰ বাবে ১২,০১১ খন বিশেষ ৰে’লৰ চলাচল

ভাৰতীয় ৰেলৱে উৎসৱৰ সময়ছোৱাত যাত্ৰীৰ বৰ্ধিত চাহিদা পূৰণৰ বাবে ১২ হাজাৰ ১১ খন বিশেষ ৰে'ল চলাচল কৰোৱাই আছে। যোৱা বছৰৰ এই সময়ছোৱাত সাত হাজাৰ ৭২৪ খন উৎসৱ বিশেষ ৰে'ল চলাচল কৰোৱা হৈছিল। উত্তৰ-পূব সীমান্ত ৰে'লবে যোৱা ছেপ্তেম্বৰৰ পৰা ডিচেম্বৰলৈ ৰেল পথসমূহত ৬২০ টা যাত্ৰাৰ বাবে ৪৮ খন উৎসৱবিশেষ ৰে'ল চলাচল কৰাই ...

October 26, 2025 11:31 AM October 26, 2025 11:31 AM

views 17

ৰাজস্থানৰ জেইচলমেৰত সেনাৰ কমাণ্ডাৰসকলৰ সন্মিলনত কেইবাটাও গুৰুত্বপূৰ্ণ ডিজিটেল আৰু কল্যাণমূলক পদক্ষেপৰ উদ্বোধন

ভাৰতীয় সেনাৰ দশকযোৰা পৰিৱৰ্তনৰ দৃষ্টিভংগীক শক্তিশালী ৰূপ প্ৰদান কৰি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কালি ৰাজস্থানৰ জেইচলমেৰত সেনাৰ কমাণ্ডাৰসকলৰ সন্মিলনত কেইবাটাও গুৰুত্বপূৰ্ণ ডিজিটেল আৰু কল্যাণমূলক পদক্ষেপৰ উদ্বোধন কৰে। এই গুৰুত্বপূৰ্ণ পদক্ষেপৰ ভিতৰত কোনার্ক আৰু ফায়াৰ এণ্ড ফিউৰি বাহিনীৰ বাবে ডাটা চ...

October 26, 2025 12:40 PM October 26, 2025 12:40 PM

views 189

বন্দে মাতৰম গীত ৰচনাৰে মাতৃভূমি আৰু সন্তানৰ মাজৰ সম্পর্কক এটা মন্ত্ৰৰ ৰূপ প্রদান কৰিলে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উল্লেখ

উনৈশ শতিকাত ৰচিত 'বন্দে মাতৰম' গীতটোত হাজাৰ বছৰ পুৰণি ভাৰতীয় চেতনা নিহিত হৈ আছে। বেদত এই চেতনা বর্ণিত হৈছে পৃথিৱী মাতৃ, মই তেওঁৰ সন্তান। বংকিমচন্দ্র চট্টোপাধ্যায়ে 'ৱন্দে মাতৰম' ৰচনা কৰি মাতৃভূমি আৰু তেওঁৰ সন্তানৰ মাজৰ সম্পর্কক এটা মন্ত্ৰৰ ৰূপ প্রদান কৰিলে বুলি প্ৰধানমন্ত্ৰীয়ে আকাশবাণীৰ মন কী বাতত উল...

October 26, 2025 11:58 AM October 26, 2025 11:58 AM

views 32

পবিত্ৰতা আৰু নীতি-নিয়ম পালনৰ দিশৰ পৰা অদ্বিতীয় ষট পূজা, সৰলতা আৰু সংযমৰ প্ৰতীক স্বৰূপঃ প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদী

দেশৰ বিভিন্ন অংশত কালিৰে পৰা ৪ দিনীয়া ষট পূজা অনুষ্ঠিত হৈছে। সূৰ্য দেৱতাৰ নামত উৎসৰ্গিত এই উৎসৱ প্ৰকৃতি আৰু পৰিষ্কাৰ পৰিচ্ছন্নতাৰ আৰাধনাৰ প্ৰতীক। ভক্তসকলে পূজাৰ প্ৰথম দিনা পবিত্ৰ ব্ৰত ৰখাৰ সংকল্পৰে পবিত্ৰ স্নান সম্পন্ন কৰে আৰু পূজা আৰ্চনাৰ অন্তত আৰৱা চাউলৰ আহাৰ আৰু জাতিলাও চবজী গ্ৰহণ কৰে। প্ৰধানমন্...

October 25, 2025 11:36 AM October 25, 2025 11:36 AM

views 19

ভাৰতীয় পৰিসংখ্যা প্ৰতিষ্ঠান বিধেয়ক ২০২৫ৰ খচৰা সন্দৰ্ভত মতামত আৰু পৰামৰ্শ দাখিলৰ সময়সীমা বৃদ্ধি

পৰিসংখ্যা আৰু ৰূপায়ণ মন্ত্ৰালয়ে ভাৰতীয় পৰিসংখ্যা প্ৰতিষ্ঠান বিধেয়ক ২০২৫ৰ খচৰা সন্দৰ্ভত মতামত আৰু পৰামৰ্শ দাখিলৰ সময়সীমা বৃদ্ধি কৰিছে। জনসাধাৰণে অহা তিনি নৱেম্বৰ পৰ্যন্ত নিজৰ মতামত আৰু পৰামৰ্শ মন্ত্ৰ্যালয়লৈ নির্দিষ্ট ৱেবছাইটত প্ৰেৰণ কৰিব পাৰিব। পৰামৰ্শসমূহ ই-মেইল যোগেও প্ৰেৰণৰ সুবিধা আছে। এই খচ...

October 25, 2025 11:32 AM October 25, 2025 11:32 AM

views 50

সম্ভাব্য ঘূর্ণীবতাহৰ পৰিপ্ৰেক্ষিতত সকলো জিলা প্ৰশাসন আৰু বিভাগলৈ ওড়িশা চৰকাৰৰ বিশেষ সতর্কতা জাৰি

ওড়িশা চৰকাৰে বংগোপসাগৰত অহা সোমবাৰলৈকে আহিবলগীয়া সম্ভাব্য ঘূর্ণীবতাহৰ পৰিপ্ৰেক্ষিতত সকলো জিলা প্ৰশাসন আৰু বিভাগসমূহলৈ বিশেষ সতর্কতা জাৰি কৰিছে। ওড়িশাৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী সুৰেশ পূজাৰীয়ে প্ৰকাশ কৰা মতে সম্ভাব্য পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি পৰ্যাপ্ত পৰিমাণৰ সাহায্য সামগ্ৰী মজুত কৰ...

October 25, 2025 11:27 AM October 25, 2025 11:27 AM

views 126

এল চি ছেভেণ্টি ফাইভ আৰু বি এল চি বিনিয়োগ বিকল্পৰ সম্প্ৰসাৰণত কেন্দ্ৰৰ অনুমোদন

চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে ৰাষ্ট্ৰীয় পেন্সন আঁচনি, এন পি এছ আৰু সংহত পেন্সন আঁচনি ইউ পি এছৰ অন্তর্গত এল চি ছেভেণ্টি ফাইভ আৰু বি এল চি বিনিয়োগ বিকল্পৰ সম্প্ৰসাৰণত অনুমোদন দিছে। বেচৰকাৰী গ্ৰাহকৰ বাবে থকা বিনিয়োগৰ বিকল্পৰ দৰে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলেও তেওঁলোকৰ বাবে দীৰ্ঘদিন ধৰি...

October 24, 2025 9:28 PM October 24, 2025 9:28 PM

views 12

দেশৰ বিদেশী মুদ্রা ভাণ্ডাৰত জমা থকা ধনৰ পৰিমাণ প্রায় ৪৫০ কোটি আমেৰিকান ডলাৰ বৃদ্ধি পাই ৭২ হাজাৰ কোটি ডলাৰৰো অধিক হৈছে

দেশৰ বিদেশী মুদ্রা ভাণ্ডাৰত জমা থকা ধনৰ পৰিমাণ প্রায় ৪৫০ কোটি আমেৰিকান ডলাৰ বৃদ্ধি পাই ৭২ হাজাৰ কোটি ডলাৰৰো অধিক হৈছে। ভাৰতীয় ৰিজাৰ্ভ বেংকে জাৰি কৰা সাপ্তাহিক পৰিসংখ্যা অনুসৰি যোৱা সপ্তাহত বিদেশী মুদ্রা ভাণ্ডাৰত জমা থকা সোণৰ পৰিমাণ ৬১৮ কোটি ডলাৰ বৃদ্ধি পাই ১০ হাজাৰ ৮০০ কোটি ডলাৰ হয়গৈ।

October 24, 2025 9:26 PM October 24, 2025 9:26 PM

views 51

জি এছ টি ব্যৱস্থাৰ পৰৱৰ্তী প্ৰজন্মৰ সংস্কাৰে কৰ আৰোপন প্ৰণালীক অধিক দক্ষ, যুক্তিসংগত আৰু বিকাশমুখী কৰি তোলাঃ নির্মলা সীতাৰমণ

কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নির্মলা সীতাৰমনে জি এছ টি ব্যৱস্থাৰ পৰৱৰ্তী প্ৰজন্মৰ সংস্কাৰে কৰ আৰোপন প্ৰণালীক অধিক দক্ষ, যুক্তিসংগত আৰু বিকাশমুখী কৰি তোলা বুলি মন্তব্য কৰিছে। নিয়মিত কদাতাসকলৰ বাবে জীৱন সহজলভ্য কৰি তুলিবলৈ চৰকাৰ বদ্ধপৰিকৰ বুলি তেওঁ জানিবলৈ দিয়ে। মন্ত্ৰীগৰাকীয়ে আজি গাজিয়াবাদত কেন্দ্ৰীয...