ৰাষ্ট্ৰীয়

January 3, 2026 1:05 PM January 3, 2026 1:05 PM

views 10

ঘন কুঁৱলীৰ পৰিস্থিতিৰ বাবে দিল্লী, হাৰিয়ানা, পঞ্জাৱ আৰু চণ্ডীগড়ত ৰেড এলার্ট জাৰি

ভাৰতৰ বতৰ বিজ্ঞান বিভাগে আজি দিল্লী, হাৰিয়ানা, পঞ্জাৱ আৰু চণ্ডীগড়ত ঘনৰ পৰা অতি ঘন কুঁৱলীৰ পৰিস্থিতিৰ বাবে ৰেড এলার্ট জাৰি কৰিছে। সংস্থাটোৱে জনোৱা অনুসৰি হিমাচল প্ৰদেশৰ বিচ্ছিন্ন স্থানত শীত প্ৰৱাহ আৰু উত্তৰাখণ্ডত হিমবাহ হোৱাৰ সম্ভাৱনা আছে।

January 3, 2026 1:00 PM January 3, 2026 1:00 PM

views 5

মেজৰ ধ্যান চান্দ ষ্টেডিয়ামত তিনিদিনীয়া সাংস্কৃতিক উৎসৱ “দিল্লী শব্দোৎসৱ ২০২৬”ৰ শুভাৰম্ভ

দিল্লীৰ ইণ্ডিয়া গেটৰ ওচৰত অৱস্থিত মেজৰ ধ্যান চান্দ ষ্টেডিয়ামত তিনিদিনীয়া সাংস্কৃতিক উৎসৱ "দিল্লী শব্দোৎসৱ ২০২৬"ৰ কালি শুভাৰম্ভ হয় । দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই ২ জানুৱাৰীৰ পৰা ৪ জানুৱাৰীলৈ হ'বলগীয়া এই মহোৎসৱৰ উদ্বোধন কৰে। এই অনুষ্ঠানত কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী হৰ্ষ মালহোত্রা, দিল্লীৰ কলা ত...

January 3, 2026 12:51 PM January 3, 2026 12:51 PM

views 6

ভাৰত-ম্যানমাৰ সীমান্তত আছাম ৰাইফলছৰ অভিযানত মেথামফেটামাইন টেবলেটসহ এজন সৰবৰাহকাৰীক আটক

আছাম ৰাইফলছে ভাৰত-ম্যানমাৰ সীমান্তত অভিযান চলাই কালি বুজন পৰিমাণৰ মেথামফেটামাইন টেবলেটসহ এজন সৰবৰাহকাৰীক আটক কৰে। মাদক দ্রব্যখিনিৰ বজাৰ মূল্য ৩৩ কোটি টকাৰো অধিক হ’ব বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ। প্ৰতিৰক্ষা মুখপাত্ৰই জনোৱা মতে ভাৰত-ম্যানমাৰ সীমান্তৰ সমীপত মাদক দ্রব্য সৰবৰাহ সন্দৰ্ভত লাভ কৰা গোপন সূত্ৰৰ...

January 3, 2026 12:48 PM January 3, 2026 12:48 PM

views 8

ডিজিটেল প্রশাসন মঞ্চই মুখ্য কল্যাণকামী আঁচনি আৰু প্ৰকল্পৰ ৰূপায়ণ বৃদ্ধি কৰিছে : টি বি সোমনাথন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সক্রিয় শাসন আৰু যিকোনো আঁচনি সময়মতে ৰূপায়ণৰ অন্যতম ব্যৱস্থা প্ৰগতি শীর্ষক ডিজিটেল প্রশাসন মঞ্চই মুখ্য কল্যাণকামী আঁচনি আৰু প্ৰকল্পসমূহৰ ৰূপায়ণ বৃদ্ধি কৰিছে। প্ৰগতি পদ্ধতি সন্দৰ্ভত নতুন দিল্লীত কালি সাংবাদিকৰ আগত কেবিনেট সচিব টি বি সোমনাথনে এই কথা প্ৰকাশ কৰি কয়, যে প...

January 3, 2026 12:42 PM January 3, 2026 12:42 PM

views 8

ছৌদি আৰৱ ভ্ৰমণৰ বাবে যিকোনো ঔষধ নিয়াৰ বাবে আৱশ্যকীয় অনুমতি ল’বলৈ এন চি বিৰ পৰামৰ্শ

মাদক দ্রব্য নিয়ন্ত্রণ ব্যুৰ’- এন চি বিয়ে ভাৰতীয় যাত্ৰীসকলক ছৌদি আৰৱ ভ্ৰমণৰ পূৰ্বে নিজৰ লগত যিকোনো ঔষধ নিয়াৰ বাবে আৱশ্যকীয় অনুমতি ল'বলৈ পৰামৰ্শ দিছে। ছৌদি আৰৱে শেহতীয়াকৈ দেশখনত প্ৰৱেশ কৰা অথবা দেশখনৰ পৰা বাহিৰলৈ যোৱা ব্যক্তিৰ ব্যক্তিগত ব্যৱহাৰৰ বাবে ঔষধ লৈ যোৱাৰ ক্ষেত্ৰত পূৰ্বে অনুমতি লাভ কৰা হ...

January 3, 2026 12:36 PM January 3, 2026 12:36 PM

views 11

পশ্চিমবংগ সংশ্লিষ্ট জিলা নির্বাচন কর্তৃপক্ষক নির্দেশ নির্বাচন আয়োগৰ নিৰ্দেশ

নির্বাচন আয়োগে ভোটাৰ তালিকাত অবৈধভাৱে ভুৱা ভোটাৰৰ নাম অন্তৰ্ভুক্ত কৰাৰ অভিযোগত বৰ্খাস্ত কৰা পশ্চিমবংগৰ পাঁচজন বিষয়াৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিবলৈ সংশ্লিষ্ট জিলা নির্বাচন কর্তৃপক্ষক নির্দেশ দিছে। ৰাজ্যিক মুখ্য নির্বাচনী বিষয়াৰ কাৰ্যালয়ে প্রকাশ কৰা অনুসৰি বাৰুইপুৰ পূব বিধানসভা সমষ্টিৰ নিৰ্বাচনী পঞ...

January 2, 2026 8:48 PM January 2, 2026 8:48 PM

views 8

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ১৭ জানুৱাৰীত দুদিনীয়া সূচীৰে অসম ভ্ৰমণ কৰিব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ১৭ জানুৱাৰীত দুদিনীয়া সূচীৰে অসম ভ্ৰমণ কৰিব। ৰাজ্য চৰকাৰৰ উদ্যোগত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত ১৭ জানুৱাৰীৰ দিনা সৰুসজাই ষ্টেডিয়ামত বাগৰুম্বা নৃত্যৰে বিশ্ব অভিলেখ গঢ়াৰ প্ৰস্তুতি চলোৱা হৈছে। আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু সাংস্কৃতিক মন্ত্ৰী ...

January 2, 2026 11:58 AM January 2, 2026 11:58 AM

views 9

দেশৰ অর্থনীতিৰ গতি ত্বৰান্বিত কৰাত কৃত্রিম বুদ্ধিমত্তাই বিশেষ ভূমিকা পালন কৰিছে বুলি ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুর্মুৰ প্ৰকাশ

ভাৰত শীঘ্রেই বিশ্বৰ তৃতীয় বৃহৎ অর্থনীতিৰ দেশ হিচাপে পৰিগণিত হোৱাৰ দিশে অগ্ৰসৰ হৈছে আৰু দেশৰ অর্থনীতিৰ গতি ত্বৰান্বিত কৰাত কৃত্রিম বুদ্ধিমত্তাই বিশেষ ভূমিকা পালন কৰিছে। নতুন দিল্লীৰ ৰাষ্ট্ৰপতিভৱনত আয়োজিত কৃত্রিম বুদ্ধিমত্তাৰ প্ৰস্তুতিৰ বাবে দক্ষতাৰ বিকাশ- SOAR শীর্ষক এটা বিশেষ অনুষ্ঠানত ৰাষ্ট্ৰপতি শ্...

January 2, 2026 11:55 AM January 2, 2026 11:55 AM

views 4

১ ফেব্ৰুৱাৰীৰ পৰা নতুন ফাষ্ট টেগ জাৰী কৰাৰ বাবে KYV কাৰ্ডৰ প্ৰচলন বন্ধ কৰা হ’ব বুলি ঘোষণা

ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্রাধীকৰণে পহিলা ফেব্ৰুৱাৰীৰ পৰা নতুন ফাষ্ট টেগ জাৰী কৰাৰ বাবে আপোনাৰ বাহনখনক জানক KYV কাৰ্ডৰ প্ৰচলন বন্ধ কৰা হ'ব বুলি ঘোষণা কৰিছে। পথ পৰিবহণ আৰু ঘাইপথ মন্ত্র্যালয়ে প্ৰকাশ কৰা মতে, ঘাইপথেৰে অহা-যোৱা কৰা লোকৰ সুবিধা আৰু ফাষ্ট টেগ সক্ৰিয়কৰণৰ পৰৱৰ্তী পৰ্যায়ৰ সমস্যা দূৰ কৰাৰ বাবে ...

January 2, 2026 11:52 AM January 2, 2026 11:52 AM

views 3

ভাৰতীয় অর্থনীতিত ৰপ্তানি এটা গুৰুত্বপূর্ণ স্তম্ভ বুলি বিত্তীয় সেৱা বিভাগৰ প্রকাশ

ভাৰতীয় অর্থনীতিত ৰপ্তানি এটা গুৰুত্বপূর্ণ স্তম্ভ বুলি বিত্তীয় সেৱা বিভাগে প্রকাশ কৰিছে। ই মুঠ ঘৰুৱা উৎপাদন জি ডি পিৰ প্ৰায় ২১ শতাংশ ৰপ্তানিৰ জৰিয়তে দেশে বৃহৎ পৰিমাণৰ বিদেশী মুদ্রা আহৰণ কৰিব পাৰে। সেই খণ্ডত প্রত্যক্ষ আৰু প্ৰৰোক্ষভাৱে ৪ কোটি ৫০ লাখতকৈ অধিক লোক জড়িত হৈ আছে। ক্ষুদ্র, লঘু আৰু মজলীয়া উদ্য...

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।