August 8, 2024 12:58 PM August 8, 2024 12:58 PM
10
ৰাজ্যসভাত কালি বিনিয়োজন বিধেয়ক ২০২৪ সন্দৰ্ভত আলোচনা
ৰাজ্যসভাত কালি বিনিয়োজন বিধেয়ক ২০২৪ সন্দৰ্ভত আলোচনা হয়। আলোচনাৰ পাতনি মেলি কংগ্ৰেছৰ দিগ্বিজয় সিঙে কয় যে ধনী আৰু দুখীয়াৰ মাজত ব্যৱধান হ্ৰাস কৰা, মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰা আৰু কৰ্মসংস্থাপনহীনতাৰ সমস্যা দূৰ কৰাটো চৰকাৰৰ আগ্ৰাধিকাৰ হোৱা উচিত। তেওঁ কয় যে এইবাৰৰ বাজেটখন মোদী চৰকাৰৰ একাদশ বাজেট আৰু...