December 3, 2025 9:03 PM
17
দিব্যাংগসকলৰ মৰ্যাদা আৰু সম-সুযোগ নিশ্চিত কৰাৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰীৰ গুৰুত্ব
প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আজি আন্তঃৰাষ্ট্ৰীয় দিব্যাংগ দিৱস উপলক্ষে দিব্যাংগসকলৰ মৰ্যাদা আৰু সম-সুযোগ নিশ্চিত কৰাৰ ক্ষেত্ৰত চৰকাৰৰ প্ৰতিশ্রুতিবদ্ধতাক দোহাৰে। সামাজিক মাধ্যমৰ এটা বার্তাত প্রধানমন্ত্রী মোদীয়ে কয় যে দিব্যাংগ লোকসকলে তেওঁলোকৰ সৃষ্টিশীলতা আৰু সমর্পনৰ জৰিয়তে বিভিন্ন ক্ষেত্রত আগবাঢ়ি যাব...