December 4, 2025 1:03 PM
19
নৌ সেনা দিৱস উপলক্ষে নৌ সেনাৰ জোৱানসকললৈ প্রধানমন্ত্রীৰ শুভেচ্ছা
আজি নৌ সেনা দিৱস। বিদেশী ৰাষ্ট্ৰৰ আক্ৰমণৰ পৰা দেশ মাতৃক সুৰক্ষা দিয়াৰ বাবে সমুদ্ৰত সকলো প্রত্যাহ্বান নেওচি অতন্দ্ৰ প্ৰহৰি ৰূপে থকা ভাৰতীয় নৌ সেনা বাহিনীৰ বীৰত্ব আৰু স্বদেশ প্রেমক উদযাপনেৰে এই দিনটো নৌ সেনা দিৱস হিচাপে পালন কৰা হয়। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে এই দিবস উপলক্ষে নৌ সেনাৰ জোৱানসকললৈ শুভ...