ৰাষ্ট্ৰীয়

August 19, 2024 12:09 PM August 19, 2024 12:09 PM

views 8

বাংলাদেশত অতি সোনকালে মুক্ত, নিকা আৰু অংশগ্রহণমূলক নির্বাচন অনুষ্ঠিত হ’বঃ মহম্মদ ইউনুছ

বাংলাদেশৰ অন্তৰ্ৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছে কৈছে যে প্ৰশাসনীয় ব্যৱস্থাত প্রয়োজনীয় সংস্কাৰ অনাৰ পাছত দেশখনত অতি সোনকালে মুক্ত, নিকা আৰু অংশগ্রহণমূলক নির্বাচন অনুষ্ঠিত হ'ব। ঢাকাত কূটনীতিবিদসকলৰ সৈতে হোৱা এখন বৈঠকত মহম্মদ ইউনুছে কয় যে, নির্বাচন আয়োগ, ন্যায়পালিকা, অসামৰিক প্ৰশাস...

August 19, 2024 12:06 PM August 19, 2024 12:06 PM

views 4

আজি পৱিত্র অমৰনাথ যাত্ৰাৰ সামৰণি

পৱিত্র অমৰনাথ যাত্ৰাৰ আজি পুৱা সামৰণি পৰে। দেশৰ বিভিন্ন প্ৰান্তৰ ৫ লাখৰো অধিক তীর্থযাত্ৰীয়ে এইবাৰ অমৰনাথ গুহা পৰিদৰ্শন কৰে। জন্মু কাশ্মীৰৰ পৰা আমাৰ সংবাদদাতাই জনোৱা মতে, স্থানীয় পৰম্পৰা আৰু ধৰ্মীয় ৰীতি-নীতিৰে অমৰনাথ যাত্ৰাৰ অন্তিম কাৰ্যসূচী আনুষ্ঠানিকভাৱে পুৱাৰ ভাগত সমাপন কৰা হয়। উল্লেখযোগ্য যে,...

August 19, 2024 11:54 AM August 19, 2024 11:54 AM

views 9

কলকাতাত চিকিৎসকৰ ধৰ্ষণ-হত্যাৰ ঘটনা সন্দৰ্ভত প্ৰধানমন্ত্ৰীলৈ পদ্ম বঁটাৰে সন্মানিত ৭০গৰাকীতকৈ অধিক চিকিৎসকৰ পত্ৰ প্ৰেৰণ

দেশৰ পদ্ম বঁটাৰে সন্মানিত ৭০গৰাকীতকৈ অধিক চিকিৎসকে কলকাতাৰ আৰ জি কৰ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ আৱাসিক চিকিৎসকৰ ধৰ্ষণ আৰু হত্যাৰ ঘটনাৰ সৈতে জড়িত গোচৰত ব্যক্তিগতভাৱে হস্তক্ষেপ কৰাৰ আহ্বান জনাই প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীলৈ পত্ৰ প্ৰেৰণ কৰিছে। চিকিৎসকসকলে পত্ৰত উল্লেখ কৰিছে যে, এনেধৰণৰ অমানুষিক...

August 18, 2024 8:38 PM August 18, 2024 8:38 PM

views 10

নাগৰিকত্ব সংশোধনী আইনে কোনো ধৰ্মাৱলম্বী লোকৰ নাগৰিকৰ অধিকাৰ কাঢ়ি লৈ নাযায়ঃ গৃহমন্ত্রী অমিত শ্বাহ

নাগৰিকত্ব সংশোধনী আইনে কোনো ধৰ্মাৱলম্বী লোকৰ নাগৰিকৰ অধিকাৰ কাঢ়ি লৈ নাযায় বুলি কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি প্ৰকাশ কৰে। তেওঁ কয় যে, এই আইনে ভাৰতীয় নাগৰিকসকলৰ লগতে শৰণাৰ্থীসকলক সন্মান আৰু ন্যায় প্ৰদান কৰে। মন্ত্ৰীগৰাকীয়ে আজি আহমেদাবাদৰ এটা অনুষ্ঠানত নাগৰিকত্ব সংশোধনী আইনৰ অধীনত ১৮৮ গৰা...

August 18, 2024 8:36 PM August 18, 2024 8:36 PM

views 7

ৰাখী বন্ধনৰ প্ৰাক মুহূৰ্তত দেশবাসীক ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৰ শুভেচ্ছা জ্ঞাপন

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে ৰাখী বন্ধনৰ প্ৰাক মুহূৰ্তত সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছে। শুভেচ্ছা বার্তাত ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে, ৰাখী বন্ধন হৈছে ভাই-ভনীসকলৰ মাজত অনন্য বন্ধনৰ এক উৎসৱ, যি প্ৰেম আৰু পাৰস্পৰিক বিশ্বাসক শক্তিশালী কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে এই উৎসৱ ধৰ্মীয় আৰু সাংস্কৃতিক সী...

August 18, 2024 8:24 PM August 18, 2024 8:24 PM

views 8

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ চেন্নাইৰ আঞ্চলিক সামুদ্রিক প্রদূষণ সঁহাৰি কেন্দ্ৰ, আৰ এম পি আৰ চি মুকলি

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি চেন্নাইৰ ভাৰতৰ উপকূলৰক্ষী বাহিনীৰ আঞ্চলিক মুখ্য কাৰ্যালয়ত আঞ্চলিক সামুদ্রিক প্রদূষণ সঁহাৰি কেন্দ্ৰ, আৰ এম পি আৰ চি মুকলি কৰে। এই কেন্দ্ৰৰ জৰিয়তে সমুদ্রত তেলৰ অপব্যয় ৰোধ কৰিবলৈ বিশেষ দৃষ্টিভংগী নিশ্চিত কৰি এটা নিৰ্দিষ্ট অঞ্চলৰ ভিতৰৰ দেশসমূহৰ মাজৰ সহযোগিতা বৃদ্ধি ...

August 18, 2024 6:46 PM August 18, 2024 6:46 PM

views 4

পহিলা ছেপ্টেম্বৰৰ পৰা বিজেপিৰ নতুন সদস্যভর্তি অভিযান

বিজেপিয়ে পহিলা ছেপ্টেম্বৰৰ পৰা নতুন সদস্যভর্তি অভিযান আৰম্ভ কৰিব। দলে এই অভিযানৰ অধীনত ১০ কোটিৰো অধিক সদস্যভৰ্তিৰ লক্ষ্য স্থিৰ কৰিছে। এই সন্দৰ্ভত কালি ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত অনুষ্ঠিত দলৰ কৰ্মকৰ্তাসকলৰ এখন বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰা হয়। বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্র সম্বিত পাত্ৰাই কৈছে যে, সদস্য ভ...

August 18, 2024 6:42 PM August 18, 2024 6:42 PM

views 30

শ্ৰীৰাম আই এছ  প্ৰশিক্ষণ প্ৰতিষ্ঠানটোক ভুৱা আৰু বিভ্ৰান্তিকৰ বিজ্ঞাপন প্ৰকাশৰ বাবে কেন্দ্ৰীয় উপভোক্তা সুৰক্ষা প্ৰাধিকৰণ চিচিপিৰ  জৰিমণা

 কেন্দ্ৰীয় উপভোক্তা সুৰক্ষা প্ৰাধিকৰণ চিচিপিয়ে ২০২২ বৰ্ষৰ কেন্দ্ৰীয় লোকসেৱা আয়োগৰ অসামৰিক পৰীক্ষাৰ ফলাফল সন্দৰ্ভত ভুৱা আৰু বিভ্ৰান্তিকৰ বিজ্ঞাপন প্ৰকাশ কৰাৰ বাবে শ্ৰীৰাম আই এছ নামৰ প্ৰশিক্ষণ প্ৰতিষ্ঠানটোক ৩ লাখ টকাৰ জৰিমণা বিহিছে। গ্রাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰালয়ে কৈছে যে, উপভ...

August 18, 2024 6:37 PM August 18, 2024 6:37 PM

views 9

আৰ জি কৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ চৌপাশে ৭ দিনৰ বাবে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ ১৬৩ ধাৰা বলবৎ

কলকাতা আৰক্ষীয়ে আৰ জি কৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ চৌপাশে বে-আইনী গতিবিধি ৰোধ কৰাৰ উদ্দেশ্যে অঞ্চলটোত আজিৰে পৰা ৭ দিনৰ বাবে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ ১৬৩ ধাৰা বলবৎ কৰিছে। কলকাতা আৰক্ষীয়ে ১৪ আগষ্টৰ নিশা চিকিৎসা মহাবিদ্যালয়খনত সংঘটিত হিংসাত্মক ঘটনাৰ সংক্ৰান্তত ষ্টুডেণ্টছ ফেডাৰেছন অৱ ইণ্ডি...

August 18, 2024 7:32 PM August 18, 2024 7:32 PM

views 28

কলকাতাৰ চিকিৎসকৰ ধৰ্ষণ আৰু হত্যাৰ গোচৰত অভিযুক্ত সঞ্জয় ৰায়ৰ চিবিআইৰ মনস্তাত্বিক পৰীক্ষা

দেশজুৰি আলোড়ন সৃষ্টি কৰা কলকাতাৰ চিকিৎ‍সকগৰাকীৰ ধৰ্ষণ আৰু হত্যাৰ গোচৰত অভিযুক্ত সঞ্জয় ৰয়ৰ কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চিবিআইয়ে মনস্তাত্বিক পৰীক্ষা কৰিব। ইয়াৰ বাবে দিল্লীস্থিত কেন্দ্ৰীয় ফৰেনচিক বিজ্ঞান পৰীক্ষাগাৰৰ মনোবৈজ্ঞানিক আৰু আচৰণগত বিশ্লেষকৰ এটা দল ইতিমধ্যে কলকাতাত উপস্থিত হৈছে। চিবিআইয়ে...