October 28, 2025 8:49 PM October 28, 2025 8:49 PM
19
এছ জে-১০০ অসামৰিক যাত্রীবাহী বিমান ভাৰতত নিৰ্মাণ কৰাৰ বাবে ৰাছিয়াৰ সৈতে এখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ
হিন্দুস্তান এৰ'নাটিকছ লিমিটেডে এছ জে-১০০ অসামৰিক যাত্রীবাহী বিমান ভাৰতত নিৰ্মাণ কৰাৰ বাবে ৰাছিয়াৰ পাবলিক জইন্ট ষ্ট'ক কোম্পানী ইউনাইটেড এয়াৰ ক্রাফট কৰ্পৰেছনৰ সৈতে এখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে সামাজিক মাধ্যমৰ এক বাৰ্তাযোগে দেশৰ অসামৰিক বিমান পৰিবহন খণ্ডত এক উল্লেখ...