ৰাষ্ট্ৰীয়

October 30, 2025 12:41 PM October 30, 2025 12:41 PM

views 17

কাইলৈ আন্তঃৰাষ্ট্ৰীয় আর্য শীর্ষ সম্মিলন-২০২৫ ত প্রধানমন্ত্রীৰ অংশগ্ৰহণ

প্রধানমন্ত্রীয়ে কাইলৈ নতুন দিল্লীত আয়োজিত আন্তঃৰাষ্ট্ৰীয় আর্য শীর্ষ সম্মিলন-২০২৫ ত অংশগ্রহণ কৰিব। মহর্ষি দয়ানন্দ সৰস্বতীৰ ২০০ বছৰীয়া জয়ন্তী আৰু আর্য সমাজৰ সেৱাৰ ১৫০ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে এই সন্মিলনৰ আয়োজন কৰা হৈছে। সম্মিলনৰ লগত সংগতি ৰাখি সেৱাৰ স্বর্ণিল ডেৰশ বছৰ শীর্ষক এখন প্রদর্শনী অনুষ্ঠিত হ'ব...

October 30, 2025 12:38 PM October 30, 2025 12:38 PM

views 36

গুজৰাটত আজি ১,১৪০ কোটিৰো অধিক টকা ব্যয় সাপেক্ষ ভালেমান প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰীৰ

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী আজি দুদিনীয়া ভ্রমণসূচীৰে গুজৰাটলৈ যাব। ভ্রমণকালত শ্রীমোদীয়ে আজি কেৱড়িয়াৰ একটা নগৰত এহেজাৰ ১৪০ কোটিৰো অধিক টকা ব্যয় সাপেক্ষ ভালেমান আন্তঃগাঁথনি আৰু উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। প্রধানমন্ত্রীয়ে উদ্বোধন কৰিলগীয়া প্রকল্পসমূহৰ ৰাজপিপলাৰ ভিতৰত বিৰছা মুণ...

October 29, 2025 8:51 PM October 29, 2025 8:51 PM

views 9

বাণিজ্যিক কয়লা খনি চতুর্দশ পর্যায় মুকলি মন্ত্রী জি কিষাণ ৰেড্ডীৰ

কয়লা আৰু খনি মন্ত্রী জি কিষাণ ৰেড্ডীয়ে আজি নতুন দিল্লীৰ পৰা ভার্চুৱেল ব্যৱস্থাৰে বাণিজ্যিক কয়লা খনি চতুর্দশ পর্যায় মুকলি কৰে। এই উপলক্ষে শ্রীৰেড্ডীয়ে কয়, যে ব্যৱসায় সুগম কৰি তোলা, বিভিন্ন ক্ষেত্ৰৰ বাবে বিনিয়োগ আকর্ষণ কৰা আৰু উদ্যোগ জগতৰ ব্যাপক অংশগ্রহণত উদগণি যোগোৱাই এই নিলামৰ মূল উদ্দেশ্য। মন্ত্ৰীগ...

October 29, 2025 8:42 PM October 29, 2025 8:42 PM

views 24

দুদিনীয়া ভ্রমণসূচীৰে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ কাইলৈ গুজৰাটলৈ যাত্ৰা

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী কাইলৈ দুদিনীয়া ভ্রমণসূচীৰে গুজৰাটলৈ যাব। এই ভ্রমণকালত শ্রী মোদীয়ে কাইলৈ কেবড়িয়াৰ একটা নগৰত এহেজাৰ ১৪০ কোটিৰো অধিক টকা ব্যয় সাপেক্ষ ভালেমান আন্তঃগাঠনি আৰু উন্নয়ন প্রকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। প্রধানমন্ত্রীয়ে উদ্বোধন কৰিলগীয়া প্রকল্পসমূহৰ ৰাজপিপলাৰ ভিতৰত বিবছা ...

October 29, 2025 8:39 PM October 29, 2025 8:39 PM

views 7

ৰাজ্যিক পৰ্যায়ৰ ৩৬টা আৰু জিলা পৰ্যায়ৰ সকলো হেল্পলাইন সক্ৰিয় নির্বাচন আয়োগৰ

নির্বাচন আয়োগে জনসাধাৰণৰ সকলো ধৰণৰ প্ৰশ্ন আৰু ওজৰ-আপত্তিৰ নিষ্পত্তিৰ বাবে ৰাষ্ট্ৰীয় ভোটদাতা হেল্পলাইন আৰু ৰাজ্যিক পৰ্যায়ৰ ৩৬টা আৰু জিলা পৰ্যায়ৰ সকলো হেল্পলাইন সক্ৰিয় কৰি তুলিছে। ৰাষ্ট্ৰীয় যোগাযোগ কেন্দ্রই সকলো ৰাজ্য আৰু কেন্দ্রীয় শাসিত অঞ্চলসমূহৰ বাবে কেন্দ্রীয় হেল্পলাইন হিচাপে কাম কৰিব। এই কেন...

October 29, 2025 8:37 PM October 29, 2025 8:37 PM

views 8

সামুদ্রিক ক্ষেত্ৰ দেশৰ বিকাশৰ চালিকাশক্তি ৰূপে পৰিগণিত হৈছে : প্ৰধানমন্ত্ৰী

সামুদ্রিক ক্ষেত্ৰ, দেশৰ বিকাশৰ চালিকাশক্তি ৰূপে পৰিগণিত হৈছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। মুম্বাইত আয়োজিত ভাৰত সামুদ্রিক সপ্তাহ ২০২৫ৰ অধীনৰ এখন সন্মিলনত ভাষণ দি প্রধানমন্ত্ৰীয়ে আজি এইদৰে মন্তব্য কৰে। তেওঁ কয় যে বিগত এটা দশকত এই ক্ষেত্ৰত যথেষ্ট পৰিৱৰ্তন হৈছে আৰু ব্যৱসায় তথা ব...

October 29, 2025 11:38 AM October 29, 2025 11:38 AM

views 17

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহঁৰা বনাঞ্চলত অহা ২ নৱেম্বৰৰ পৰা পৰ্যটকৰ বাবে জীপ আৰু হাতী ছাফাৰি মুকলি

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহঁৰা বনাঞ্চলত অহা ২ নৱেম্বৰৰ পৰা পৰ্যটকসকলে জীপ আৰু হাতী ছাফাৰি কৰিব পাৰিব। ইয়াৰ বাবে বনাঞ্চলখনৰ মূল প্ৰৱেশদ্বাৰ ৰং-তুলিকাৰে সজাই তোলা হৈছে। আৰ্ট ফৰ নেচাৰ নামৰ এটা সংস্থাৰ শিল্পীসকলে উদ্যানখনৰ প্ৰতিটো বন্য জীৱ ছবিৰে প্ৰৱেশদ্বাৰখন সজাই তুলিছে। চালে চকুৰোৱা এই ছবিসমূহে পর্...

October 29, 2025 11:37 AM October 29, 2025 11:37 AM

views 7

উৎসৱৰ বতৰত যাত্ৰীৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় ৰে’লৱেৰ ১২,০১১খন ৰে’লৰ চলাচল

ভাৰতীয় ৰে'লৱে উৎসৱৰ বতৰত যাত্ৰীৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি সমগ্ৰ দেশতে ১২ হাজাৰ ১১ খন ৰে'লৰ চলাচল কৰাইছে। ইয়াৰ অংশ হিচাপে উত্তৰ-পূব সীমান্ত ৰে'লৱে ৪৮ খন বিশেষ ৰে'লৰ চলাচল কৰাইছে। এই ৰে’লগাড়ী কেইখনে ডিচেম্বৰলৈকে ৬২০টা যাত্ৰা সম্পন্ন কৰিব। উত্তৰ-পূব সীমান্ত ৰে'লৱে মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া কপিঞ্জ...

October 29, 2025 11:29 AM October 29, 2025 11:29 AM

views 205

গুৱাহাটীৰ বৰ্ষাপাৰাত আজি আই চি চি মহিলা বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ প্ৰথমখন ছেমি ফাইনেল

আই চি চি মহিলা বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ প্ৰথমখন ছেমি ফাইনেল আজি গুৱাহাটীৰ বৰ্ষাপাৰা ক্রিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। ছেমি ফাইনেলত দক্ষিণ আফ্ৰিকা ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। অসমত প্ৰথমবাৰৰ বাবে হ'বলগীয়া মহিলা বিশ্বকাপ ক্রিকেটৰ ছেমি ফাইনেল খেলখনৰ বাবে দৰ্শকৰ মাজত যথেষ্ট আগ্রহ পৰিলক্ষিত হৈছে।...

October 28, 2025 8:52 PM October 28, 2025 8:52 PM

views 33

ৰাষ্ট্ৰীয় ক্রীড়া বঁটাসমূহৰ বাবে আবেদন দাখিলৰ সময়সীমা ৪ নৱেম্বৰলৈ বৃদ্ধি

ৰাষ্ট্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্রীড়া মন্ত্রালয়ে ৰাষ্ট্ৰীয় ক্রীড়া বঁটাসমূহৰ বাবে আবেদন দাখিলৰ সময়সীমা ৪ নৱেম্বৰলৈ বৃদ্ধি কৰিছে। যোগ্য খেলুৱৈ, প্রশিক্ষক আৰু প্রতিষ্ঠানসমূহে www.dbtyas-sports.gov.in পোর্টেলৰ যোগে আবেদন দাখিল কৰিব পাৰিব। ক্রীড়াৰ ক্ষেত্ৰত অতুলনীয় অৱদান আৰু প্ৰদৰ্শনৰ স্বীকৃতিস্বৰূপে বছৰি এই ...