ৰাষ্ট্ৰীয়

October 31, 2025 8:06 PM October 31, 2025 8:06 PM

views 19

নক্সালবাদ আৰু মাওবাদী কার্যকলাপ নির্মূলৰ বাবে চৰকাৰ দৃঢ় প্রতিজ্ঞ বুলি প্ৰধানমন্ত্ৰীৰ প্ৰকাশ

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে নাগৰিকসকলক একত্রিত হৈ দেশৰ প্ৰগতিৰ বাবে নিজকে উৎসৰ্গা কৰি বিকশিত ভাৰতৰ সপোন পূৰণৰ বাবে আহ্বান জনায়। চৰ্দাৰ বল্লভভাই পেটেলৰ ডেৰশ বছৰীয়া জয়ন্তী উপলক্ষে গুজৰাটৰ একতা নগৰত ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে অনুষ্ঠিত বিশাল সমাৱেশত ভাষণ দি প্রধানমন্ত্রীয়ে কয়, যে ২০১৪ চনৰ পৰাই নক্সাল...

October 31, 2025 8:03 PM October 31, 2025 8:03 PM

views 14

ৰাষ্ট্ৰীয় একতা দিৱসত গুজৰাটৰ একতা নগৰৰ পৰা দেশক নেতৃত্ব প্ৰধানমন্ত্ৰীৰ

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে চৰ্দাৰ বল্লভ ভাই পেটেলৰ ডেৰশ বছৰীয়া জয়ন্তী উপলক্ষে ৰাষ্ট্ৰীয় একতা দিৱসত আজি গুজৰাটৰ একতা নগৰৰ পৰা দেশক নেতৃত্ব দিয়ে। শ্রীমোদীয়ে একতাৰ প্রতিমূর্তিত পুষ্পাঞ্জলি অর্পণেৰে দিনটোৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে অনুষ্ঠানত একতা দিবসৰ শপত বাক্য পাঠ কৰোৱা...

October 31, 2025 8:00 PM October 31, 2025 8:00 PM

views 82

স্বাধীনতা সংগ্ৰামীসকলে আর্য সমাজৰ দ্বাৰা অনুপ্ৰাণিত হৈ দেশৰ স্বাধীনতা সংগ্ৰামত নিজকে উৎসৰ্গা কৰিছিল বুলি প্ৰধানমন্ত্ৰীৰ প্ৰকাশ

লালা লাজপত ৰায়ৰ দৰে স্বাধীনতা সংগ্ৰামীসকলে আর্য সমাজৰ দ্বাৰা অনুপ্ৰাণিত হৈ দেশৰ স্বাধীনতা সংগ্ৰামত নিজকে উৎসৰ্গা কৰিছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ৰোহিনীত আয়োজিত আন্তঃৰাষ্ট্ৰীয় আর্য শীর্ষ সম্মিলন-২০২৫ত অংশগ্ৰহণ কৰি এই কথা প্রকাশ কৰে। তেওঁ কয় যে বহু বছৰলৈ আর্য সমাজে তেওঁলোকৰ প্ৰা...

October 31, 2025 1:46 PM October 31, 2025 1:46 PM

views 19

জার্মান ঐক্য দিৱস উদযাপনত বৈদেশিক মন্ত্ৰী ড° এছ জয়শংকৰ

বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী ড° এছ জয়শংকৰে কয়, যে বর্তমান বিশ্ব পৰিক্ৰমাত কৌশলগত অনিশ্চয়তা আৰু অৰ্থনৈতিক অস্থিৰতা দুয়োটা বৃদ্ধি পাইছে। জার্মান ঐক্য দিৱস উদযাপনৰ সময়ত দিয়া ভাষণত ড° জয়শংকৰে উল্লেখ কৰে যে, বিশ্ব শৃংখলা সুস্থিৰ কৰি ৰখা আৰু শান্তি, প্ৰগতি আৰু সমৃদ্ধিৰ প্ৰসাৰৰ বাবে ভাৰত আৰু জাৰ্...

October 31, 2025 1:42 PM October 31, 2025 1:42 PM

views 30

দেশৰ সকলো বিদ্যালয়তে তৃতীয় শ্ৰেণীৰপৰা কৃত্রিম বুদ্ধিমত্তাৰ পাঠ্যক্ৰম প্ৰৱৰ্তন কৰা হ’ব : শিক্ষা মন্ত্রালয়

দেশৰ সকলো বিদ্যালয়তে তৃতীয় শ্ৰেণীৰপৰা কৃত্রিম বুদ্ধিমত্তাৰ পাঠ্যক্ৰম প্ৰৱৰ্তন কৰা হ'ব। শিক্ষা মন্ত্রালয়ে জনোৱা অনুসৰি,এই পদক্ষেপে জটিল প্রত্যাহ্বানসমূহ সমাধানৰ বাবে কৃত্রিম বুদ্ধিমত্তাৰ নৈতিক ব্যৱহাৰৰ দিশত এটা উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিব। কৃত্রিম বুদ্ধিমত্তা আৰু কম্পিউটাৰৰ শিক্ষাই শিক্ষণ শৈলীত ...

October 31, 2025 1:39 PM October 31, 2025 1:39 PM

views 23

FPO সমাগম ২০২৫ শীৰ্ষক অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্রী শিৱৰাজ সিং চৌহানৰ ভাষণ

কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্রী শিৱৰাজ সিং চৌহানে কয়, যে দেশত বৰ্তমানলৈকে ১০ হাজাৰ কৃষক উৎপাদক সংস্থা অর্থাৎ FPO স্থাপন কৰা হৈছে আৰু ইয়াৰে কিছু সংখ্যক FPOৰ ব্যৱসায় ১০০ কোটি টকালৈ বৃদ্ধি হৈছে। নতুন দিল্লীত কালি দুদিনীয়াকৈ আয়োজন কৰা FPO সমাগম ২০২৫ শীৰ্ষক অনুষ্ঠানত ভাষণ দি কেন্দ্ৰীয় মন্ত্...

October 31, 2025 12:06 PM October 31, 2025 12:06 PM

views 40

আন্তঃৰাষ্ট্ৰীয় আৰ্য শীর্ষ সন্মিলন-২০২৫ত অংশগ্ৰহণ কৰিব প্রধানমন্ত্ৰীয়ে

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সন্ধিয়া নতুন দিল্লীৰ ৰোহিনীত আয়োজিত আন্তঃৰাষ্ট্ৰীয় আৰ্য শীর্ষ সন্মিলন-২০২৫ত অংশগ্ৰহণ কৰিব। মহর্ষি দয়ানন্দ সৰস্বতীৰ ২০০ বছৰীয়া জয়ন্তী আৰু আৰ্য সমাজৰ সেৱাৰ ১৫০ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে আয়োজন কৰা জ্ঞানজ্যোতি মহোৎসৱৰ অংশহিচাপে এই সন্মিলনৰ আয়োজন কৰা হৈছে। শ্রীম...

October 31, 2025 11:39 AM October 31, 2025 11:39 AM

views 40

চৰ্দাৰ বল্লভ ভাই পেটেলৰ ডেৰশ বছৰীয়া জয়ন্তী উপলক্ষে ৰাষ্ট্ৰীয় একতা দিৱস উদযাপন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চৰ্দাৰ বল্লভ ভাই পেটেলৰ ডেৰশ বছৰীয়া জয়ন্তী উপলক্ষে ৰাষ্ট্ৰীয় একতা দিৱসত আজি গুজৰাটৰ একতা নগৰৰ পৰা দেশক নেতৃত্ব দিব। শ্রীমোদীয়ে একতাৰ প্ৰতিমূৰ্তিত পুষ্পাঞ্জলি অর্পণেৰে দিনটোৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰিব। প্ৰতিবছৰে ৩১ অক্টোবৰত চৰ্দাৰ বল্লভ ভাই পেটেলৰ জয়ন্তী উপলক্ষে ৰাষ...

October 30, 2025 9:26 PM October 30, 2025 9:26 PM

views 19

কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ চাৰিদিনীয়া ভ্ৰমণসূচীৰে ভূটানত উপস্থিত

কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে চাৰিদিনীয়া ভ্ৰমণ সূচীৰে আজি ভূটানত উপস্থিত হৈছে। মন্ত্ৰ্যালয়ে জানিবলৈ দিয়া মতে বিত্তমন্ত্ৰীগৰাকীৰ এই ভ্ৰমণৰ উদ্দেশ্য হৈছে ভূটান আৰু ভাৰতৰ মাজত উমৈহতীয়া বিশ্বাস আৰু অংগীকাৰবদ্ধতাৰে কেইবাটাও চুক্তিত স্বাক্ষৰ কৰা। মন্ত্ৰীগৰাকীৰ নেতৃত্বত যোৱা ভাৰতৰ দলটোৱে প্ৰ...

October 30, 2025 9:25 PM October 30, 2025 9:25 PM

views 14

আছিয়ান ৰাষ্ট্ৰ আৰু সহযোগী দেশৰ প্ৰতিৰক্ষা মন্ত্ৰীসকলৰ সন্মিলন এ ডি এম এম প্লাছত অংশগ্রহণ কৰাৰ উদ্দেশ্যে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং মালয়েছিয়ালৈ ৰাওনা

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে পহিলা নৱেম্বৰৰ পৰা হ'বলগীয়া আছিয়ান ৰাষ্ট্ৰ আৰু সহযোগী দেশৰ প্ৰতিৰক্ষা মন্ত্ৰীসকলৰ সন্মিলন এ ডি এম এম প্লাছত অংশগ্রহণ কৰাৰ উদ্দেশ্যে আজি দুদিনীয়া ভ্রমণসূচীৰে মালয়েছিয়ালৈ ৰাওনা হৈছে। শ্ৰী সিঙে এই ভ্ৰমণৰ সময়ছোৱাত মালয়েছিয়াৰ অধ্যক্ষতাত কাইলৈ আছিয়ানভাৰত প্ৰতিৰক্ষা ...