ৰাষ্ট্ৰীয়

December 7, 2025 8:41 PM

views 21

গোৱাত সংঘটিত অগ্নিকাণ্ডত কেইবাগৰাকী লোকৰ প্রাণ হেৰুওৱাৰ ঘটনাত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ শোকপ্ৰকাশ

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে গোৱাত সংঘটিত অগ্নিকাণ্ডত কেইবাগৰাকী লোকে প্রাণ হেৰুওৱাৰ ঘটনাত শোকপ্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ জৰিয়তে দিয়া এটা বার্তাত শ্রীশ্বাহে কয়, যে স্থানীয় প্রশাসনে উদ্ধাৰ তথা সাহায্য অভিযান অব্যাহত ৰখাৰ লগতে এই ঘটনাত পীড়িতসকলৰ বাবে চিকিৎসালৰ ব্যৱস্থা কৰিছে। নিহতসকলৰ পৰিয়াললৈ স...

December 7, 2025 8:38 PM

views 20

নতুন দিল্লীৰ লালকিল্লাত বিমূর্ত সাংস্কৃতিক ঐতিহ্য সুৰক্ষাৰ আন্তঃ চৰকাৰী সমিতিৰ ২০ সংখ্যক অধিবেশন আয়োজন

নতুন দিল্লীৰ লালকিল্লাত কাইলৈৰ পৰা ১৩ ডিচেম্বৰলৈকে বিমূর্ত সাংস্কৃতিক ঐতিহ্য সুৰক্ষাৰ বাবে থকা আন্তঃ চৰকাৰী সমিতিৰ ২০ সংখ্যক অধিবেশন আয়োজন কৰা হৈছে। ভাৰতে এই বছৰ ইউনোস্ক'ৰ বিমূর্ত সাংস্কৃতিক ঐতিহ্য তালিকাৰ বাবে পোহৰৰ উৎসৱ দীপাৱলীক মনোনীত কৰিছে। কেন্দ্রীয় সাংস্কৃতিক আৰু পর্যটন মন্ত্রী গজেন্দ্র সিং শে...

December 7, 2025 8:35 PM

views 26

দিল্লী বিমান বন্দৰ কর্তৃপক্ষই যাত্রীসকলক বিমান বন্দৰলৈ ৰাওনা হোৱাৰ পূৰ্বে বিমানৰ শেহতীয়া স্থিতি সম্পর্কে জানি ল’বলৈ পৰামৰ্শ দিছে

শেহতীয়াকৈ ইণ্ডিগো বিমানসমূহ উৰণত বিলম্ব তথা বাতিল হৈ থকাৰ পৰিপ্ৰেক্ষিতত দিল্লী বিমান বন্দৰ কর্তৃপক্ষই যাত্রীসকলক বিমান বন্দৰলৈ ৰাওনা হোৱাৰ পূৰ্বে বিমানৰ শেহতীয়া স্থিতি সম্পর্কে জানি ল'বলৈ পৰামৰ্শ দিছে। এই সন্দর্ভত প্রকাশিত এটা নির্দেশনাৰ জৰিয়তে দিল্লী বিমান বন্দৰ কর্তৃপক্ষই কয়, যে এই বিলম্ব তথা উৰণ ...

December 7, 2025 8:13 PM

views 17

বিজ্ঞানীসকলৰ উদ্ভাৱণসমূহৰ দ্বাৰা সমাজৰ প্ৰান্তীয় লোকসকলেও যাতে ইয়াৰ সুবিধা উপভোগ কৰিব পাৰে তাক নিশ্চিত কৰিবলৈ হাৰিয়ানাৰ মুখ্যমন্ত্রী নায়াব সিং ছাইনীৰ আহ্বান

হাৰিয়ানাৰ মুখ্যমন্ত্রী নায়াব সিং ছাইনীয়ে বিজ্ঞানীসকলক তেওঁলোকৰ উদ্ভাৱণসমূহ পৰীক্ষাগাৰৰ পৰা বাহিৰলৈ নি সমাজৰ প্ৰান্তীয় শ্ৰেণীৰ লোকসকলেও যাতে ইয়াৰ সুবিধা উপভোগ কৰিব পাৰে তাক নিশ্চিত কৰিবলৈ আহ্বান জনাইছে। পঞ্চকুলাত একাদশ ভাৰত আন্তঃৰাষ্ট্ৰীয় বিজ্ঞান মহোৎসৱৰ দ্বিতীয় দিনাৰ অধিৱেশনত অংশগ্ৰহণ কৰি মুখ্যমন্ত্...

December 7, 2025 8:02 PM

views 31

কৃত্রিম বুদ্ধিমত্তা আৰু যান্ত্রিক শিকণ ভিত্তিক এপ্লিকেছনসমূহে স্বয়ংচালিত বিতৰণৰ নেটৱৰ্কসমূহ নিৰ্মাণ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্রহণ কৰা বুলি কেন্দ্রীয় শক্তিমন্ত্রী মনোহৰ লালৰ প্রকাশ

কৃত্রিম বুদ্ধিমত্তা আৰু যান্ত্রিক শিকণ ভিত্তিক এপ্লিকেছনসমূহে গ্রাহককেন্দ্রিক তথা স্বয়ংচালিত বিতৰণৰ নেটৱৰ্কসমূহ নিৰ্মাণ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্রহণ কৰা বুলি কেন্দ্রীয় শক্তিমন্ত্রী মনোহৰ লালে আজি প্রকাশ কৰিছে। নতুন দিল্লীত শক্তি বিতৰণ খণ্ডত কৃত্রিম বুদ্ধিমত্তা আৰু যান্ত্রিক শিকণ প্রযুক্তি সন্দর্ভত...

December 7, 2025 12:10 PM

views 18

দেশৰ বিভিন্ন বিমান বন্দৰত সৃষ্টি হোৱা অচলাবস্থা দূৰ কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ কঠোৰ পদক্ষেপ

কেন্দ্ৰীয় চৰকাৰে ব্যক্তিগত বিমান পৰিবহন সংস্থা ইণ্ডিগ এয়াৰলাইনছৰ সংকটৰ বাবে বৰঝাৰকে ধৰি দেশৰ বিভিন্ন বিমান বন্দৰত সৃষ্টি হোৱা অচলাবস্থা দূৰ কৰাৰ বাবে কঠোৰ পদক্ষেপ লৈছে। অসামৰিক বিমান পৰিবহণ মন্ত্র্যালয়ে আজি নিশা ৮ বজাৰ ভিতৰত বাতিল হোৱা বিমানৰ টিকটৰ ধন যাত্ৰীসকলক ঘূৰাই দিয়াৰ নিৰ্দেশ দিছে। নির্দেশটোত ...

December 7, 2025 11:45 AM

views 31

ৰে’ল বিভাগৰ একাধিক সংমণ্ডলত তিনিদিনীয়াকৈ ৮৯ খন বিশেষ ৰে’লৰ দিহা

ৰে'ল বিভাগে কালিৰে পৰা একাধিক সংমণ্ডলত তিনিদিনীয়াকৈ ৮৯ খন বিশেষ ৰে'লৰ দিহা কৰিছে। বিমান সেৱা বাতিল আৰু শীতকালীন কিছু সমস্যাক কেন্দ্ৰ কৰি এই বিশেষ ৰে'লসমূহৰ ব্যৱস্থা কৰা হৈছে। ৰে'ল যাত্ৰাৰ চাহিদ বৃদ্ধি কৰাৰ লগতে ৰে'লৰ সুচল যাত্ৰাক সমৰ্থন কৰা আৰু পৰ্যাপ্ত সংযোগ সুনিশ্চিত কৰাৰ লক্ষ্যৰে এই পদক্ষেপ গ্ৰহ...

December 7, 2025 11:20 AM

views 12

২০৪৭ চনৰ ভিতৰত ভাৰতবৰ্ষক উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্যত উপনীত হোৱাৰ বাবে সজাগ হৈ একেলগে কাম কৰিবলৈ যুৱক-যুৱতীসকলক উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণৰ আহ্বান

উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণে যুৱক-যুৱতীসকলক সজাগ হ'বলৈ আৰু ২০৪৭ চনৰ ভিতৰত ভাৰতবৰ্ষক উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্যত উপনীত হোৱাৰ বাবে একেলগে কাম কৰিবলৈ আহ্বান জনাইছে। গুজৰাটৰ একতাৰ মূৰ্তিত চৰ্দাৰ @150 শীৰ্ষক ৰাষ্ট্ৰীয় পদযাত্ৰাৰ সামৰণি অনুষ্ঠানত ভাষণ দি উপৰাষ্ট্ৰপতিগৰাকীয়ে কালি এইদৰে আহ্ব...

December 7, 2025 11:12 AM

views 17

ভাৰত সম্প্ৰতি বিশ্বৰ বাবে উচ্চ বিকাশ আৰু কম মুদ্রাস্ফিতিৰ আৰ্হি ৰূপে পৰিগণিত হোৱা বুলি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰকাশ

ভাৰত সম্প্ৰতি বিশ্বৰ বাবে উচ্চ বিকাশ আৰু কম মুদ্রাস্ফিতিৰ আৰ্হি ৰূপে পৰিগণিত হোৱা বুলি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। নতুন দিল্লীত কালি এটা অনুষ্ঠানত অংশগ্ৰহণ কৰি শ্ৰীমোদীয়ে কয়, যে চলিত বিত্তীয় বৰ্ষৰ দ্বিতীয় ভূমাষিক সময়ছোৱাত লাভ কৰা মুঠ ঘৰুৱা উৎপাদনৰ ৮ শতাংশৰ বিকাশ হাৰে দেশৰ বৰ্ধি...

December 6, 2025 8:13 PM

views 23

লালকিল্লাৰ সন্মুখত সংঘটিত সন্ত্রাসবাদী আক্ৰমণৰ ঘটনাক লৈ কোৱাড ৰাষ্ট্ৰসমূহৰ গভীৰ শোক প্ৰকাশ

ভাৰত, জাপান, অষ্ট্ৰেলিয়া আৰু আমেৰিকা যুক্তৰাষ্ট্ৰই সীমান্তৰে চলোৱা সন্ত্ৰাসবাদকে ধৰি সকলো ধৰণৰ সন্ত্রাসবাদক দ্বৈর্থহীনভাৱে গৰিহণা দিছে আৰু লালকিল্লাৰ সন্মুখত সংঘটিত সন্ত্রাসবাদী আক্ৰমণৰ ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰিছে। যোৱা বৃহস্পতিবাৰ আৰু শুকুৰবাৰে নতুন দিল্লীত ভাৰত, জাপান, অষ্ট্ৰেলিয়া আৰু আমেৰিকা...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।