ৰাষ্ট্ৰীয়

October 15, 2024 11:13 AM October 15, 2024 11:13 AM

views 6

চাংহাই সহযোগিতা সংস্থাৰ সন্মিলনত অংশগ্ৰহণৰ বাবে আজি ইছলামবাদলৈ যাব বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰ

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰে চাংহাই সহযোগিতা সংস্থা (Sco)ৰ সন্মিলনত অংশগ্ৰহণৰ উদ্দেশ্যে দুদিনীয়া ভ্রমণসূচীৰে আজি ইছলামবাদলৈ ৰাওনা হ'ব৷ ভ্ৰমণৰ পূৰ্বে বিদেশ পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে কয় যে বহুপক্ষীয় আলোচনাৰ বাবেহে তেওঁ পাকিস্তান ভ্ৰমণ কৰিব আৰু ইয়াৰ পূৰ্বে পাকিস্তানৰ সৈতে দ্বিপাক্ষিক আলোচ...

October 15, 2024 11:11 AM October 15, 2024 11:11 AM

views 8

সৰ্ববৃহৎ মহাকাশ যান ইউৰোপা ক্লিপাৰ সফলতাৰে উৎক্ষেপণ

নাছাই মহাকাশ অভিযানৰ বাবে নিৰ্মাণ কৰা সৰ্ববৃহৎ মহাকাশ যান ইউৰোপা ক্লিপাৰ সফলতাৰে উৎক্ষেপণ কৰিছে। বৃহস্পতি গ্ৰহৰ উপগ্ৰহ ইউৰোপাত অভিযান চলাব এই মহাকাশযানখনে। ৫ বছৰ ৬ মাহত ২ দশমিক ৯ বিলিয়ন কিলোমিটাৰ যাত্ৰা কৰি সৌৰশক্তিচালিত যানখনে ২০৩০ চনত বৃহস্পতি গ্ৰহৰ কক্ষপক্ষত প্ৰৱেশ কৰিব। বৃহস্পতি গ্ৰহৰ উপগ্ৰহৰ ন...

October 15, 2024 11:10 AM October 15, 2024 11:10 AM

views 7

নতুন দিল্লীত ভাৰতীয় আৰক্ষী সেৱাৰ প্ৰশিক্ষণৰত বিষয়াৰে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ মত বিনিময়

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি নতুন দিল্লীত ভাৰতীয় আৰক্ষী সেৱাৰ প্ৰশিক্ষণৰত বিষয়াসকলৰ সৈতে মত বিনিময় কৰিব৷ বৈঠকৰ সময়ত নৱনিযুক্ত ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়াসকলে গৃহমন্ত্ৰীগৰাকীৰ সৈতে প্ৰশিক্ষণকালৰ অভিজ্ঞতা ভাগ-বতৰা কৰিব। দেশৰ অভ্যন্তৰীণ নিৰাপত্তাৰ সৈতে জড়িত প্ৰত্যাহ্বানসমূহৰ সৈতে মোকাবিলা...

October 15, 2024 11:08 AM October 15, 2024 11:08 AM

views 5

নতুন দিল্লীত আজি ভাৰত-কলম্বিয়াৰ মাজত দৃশ্য-শ্রাব্য সহ-প্রযোজনা চুক্তি স্বাক্ষৰিত হ’ব

ভাৰত আৰু কলম্বিয়াৰ মাজত আজি নতুন দিল্লীত দৃশ্য-শ্রাব্য সহ-প্রযোজনা চুক্তি স্বাক্ষৰিত হ'ব। তথ্য আৰু সম্প্ৰচাৰ ৰাজ্যমন্ত্ৰী ড° এল মুৰুগানে ভাৰতৰ প্ৰতিনিধি হিচাপে আৰু কলম্বিয়াৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ উপ-মন্ত্ৰী জৰ্জ এন্দ্ৰিকক ৰোজাছ ৰড্রিগেজে দেশখনৰ প্ৰতিনিধি হিচাপে এই চুক্তিত স্বাক্ষৰ কৰিব। এ...

October 15, 2024 11:06 AM October 15, 2024 11:06 AM

views 9

উত্তৰ লেবাননত ইজৰাইলৰ বিমান আক্রমণত ২১ জন লোকৰ মৃত্যু

লেবাননত হিজবুল্লাহৰ বিৰুদ্ধে ইজৰাইলৰ আক্ৰমণ অব্যাহত আছে। উত্তৰ লেবাননত ইজৰাইলৰ বিমান আক্রমণত কালি কমেও ২১ জন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি লেবাননত ইজৰাইলৰ সামৰিক অভিযানৰ মূল লক্ষ্য হৈছে দক্ষিণ লেবানন, পূবৰ বেকা উপত্যকা আৰু বেইৰুটৰ উপকণ্ঠ অঞ্চল। ইজৰাইলৰ সামৰিক ঘাটিত...

October 15, 2024 11:05 AM October 15, 2024 11:05 AM

views 7

মহিলাৰ টি-২০ বিশ্বকাপ ক্রিকেটৰ ছেমি ফাইনেলত নিউজিলেণ্ড

নিউজিলেণ্ডে মহিলাৰ টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত গ্ৰুপ-এৰ পৰা দ্বিতীয়টো দল হিচাপে ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। দলটোৱে যোৱানিশা ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্রিকেট ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত পাকিস্তানক ৫৪ ৰানৰ ব্যৱধানত পৰাস্ত কৰি ছেমি ফাইনেলত স্থান নিশ্চিত কৰে। খেলখনত প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লৈ দ...

October 15, 2024 11:00 AM October 15, 2024 11:00 AM

views 4

শ্ৰীলংকাৰ কলম্বোত সিংহলী ভাষালৈ অনুবাদ কৰা মহাপুৰুষজনাৰ এটা বৰগীত মুকলি

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৬ সংখ্যক জন্মোৎসৱৰ সৈতে সংগতি ৰাখি কালি শ্ৰীলংকাৰ কলম্বোত মহাপুৰুষজনাৰ এটা বৰগীত সিংহলী ভাষালৈ অনুবাদ কৰি বাণীবদ্ধ ৰূপত আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। কলম্বোত থকা ভাৰতীয় উচ্চ আয়োগৰ সাংস্কৃতিক শাখা স্বামী বিবেকানন্দ সাংস্কৃতিক কেন্দ্রই এই পদক্ষেপ গ্ৰহণ কৰে। কেন্দ্ৰটোৰ অধ...

October 15, 2024 10:57 AM October 15, 2024 10:57 AM

views 5

মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ সময়সূচী আজি বিয়লি নিৰ্বাচন আয়োগে ঘোষণা কৰিব

দেশৰ নিৰ্বাচন আয়োগে মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ সময়সূচী আজি ঘোষণা কৰিব। বিয়লি চাৰে তিনি বজাত নির্বাচন আয়োগৰ বিষয়াসকলে এখন সংবাদ মেল অনুষ্ঠিত কৰি মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ডৰ বিধানসভা নিৰ্বাচনৰ সময়সূচী ঘোষণা কৰিব।

October 14, 2024 8:01 PM October 14, 2024 8:01 PM

views 18

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৬ সংখ্যক জন্মোৎসৱৰ সৈতে সংগতি ৰাখি শ্ৰীলংকাৰ কলম্বোত সিংহলা ভাষাত বাণীবদ্ধ বৰগীত মুকলি

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৬ সংখ্যক জন্মোৎসৱৰ সৈতে সংগতি ৰাখি শ্ৰীলংকাৰ কলম্বোত আজি সন্ধিয়া সিংহলা ভাষাত বাণীবদ্ধ বৰগীত এটি মুকলি কৰা হয়। কলম্বোত থকা ভাৰতীয় উচ্চ আয়ুগৰ উদ্যোগত এই কাৰ্যসূচী গ্ৰহণ কৰা হয়৷

October 14, 2024 7:49 PM October 14, 2024 7:49 PM

views 9

মধ্য প্ৰদেশৰ কুন’ ৰাষ্ট্ৰীয় উদ্যানত ৰখা আফ্রিকীয় চিতাবাঘকেইটা বনত মুক্ত বিচৰণৰ বাবে মুকলি কৰি দিয়া হ’ব

মধ্য প্ৰদেশৰ কুন’ ৰাষ্ট্ৰীয় উদ্যানত ৰখা আফ্রিকীয় চিতাবাঘকেইটা বনত মুক্ত বিচৰণৰ বাবে মুকলি কৰি দিয়া হ'ব। পৰিবেশ মন্ত্ৰালয়ৰ বন আৰু জলবায়ু পৰিৱৰ্তন বিভাগে প্ৰকাশ কৰা অনুসৰি কেন্দ্ৰৰ চিতা প্ৰকল্প পৰিচালনা সমিতিৰ পৰামৰ্শ অনুসৰি পোৱালীসহ চিতাবাঘকেইটা মুকলি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। পর্যায়ক্রমে ...