ৰাষ্ট্ৰীয়

December 13, 2025 11:56 AM

views 15

নতুন দিল্লীত সৰ্বভাৰতীয় নিয়োগ কৰ্তা সংস্থাৰ ৯১ সংখ্যক বাৰ্ষিক সাধাৰণ সভা

শ্ৰমিকৰ কল্যাণ সাধন আৰু ব্যৱসায়িক প্ৰয়োজনীয়তা পূৰণৰ মাজত ভাৰসাম্য ৰক্ষা কৰিবলৈ স্পষ্ট, সামঞ্জস্যপূৰ্ণ আৰু অগ্ৰগামী শ্রম নীতি যুগুত কৰাৰ বাবে আইনী পৰিকাঠামো গঢ়ি তোলা হৈছে। নতুন দিল্লীত অনুষ্ঠিত সৰ্বভাৰতীয় নিয়োগ কৰ্তা সংস্থাৰ ৯১ সংখ্যক বাৰ্ষিক সাধাৰণ সভাত অংশ লৈ শ্ৰম আৰু নিয়োগ মন্ত্ৰ্যালয়ৰ জ্য...

December 13, 2025 11:52 AM

views 14

৮ খন ৰাজ্যৰ ভোটাৰ তালিকাৰ সংশোধনী পর্যবেক্ষণৰ বাবে বিশেষ ভোটাৰ পৰ্যবেক্ষক নিয়োগ

নির্বাচন আয়োগে দেশৰ মুখ্য ৮ খন ৰাজ্যত চলি থকা ভোটাৰ তালিকাৰ বিশেষ বিস্তৃত সংশোধনী পর্যবেক্ষণৰ বাবে বিশেষ ভোটাৰ পৰ্যবেক্ষক নিয়োগ কৰিছে। এই পর্যবেক্ষকসকলক পশ্চিমবংগ, তামিলনাড়ু, উত্তৰপ্ৰদেশ, গুজৰাট, কেৰালা, মধ্যপ্রদেশ, চণ্ডীগড় আৰু ৰাজস্থানত নিয়োগ কৰা হৈছে। নির্বাচন আয়োগে প্রকাশ কৰা মতে পর্যবেক্ষক...

December 13, 2025 11:45 AM

views 17

ত্রিদেশীয় ভ্রমণসূচীৰে সোমবাৰে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৰাওনা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ত্রিদেশীয় ভ্রমণসূচীৰে অহা সোমবাৰে জৰ্ডান, ইথিওপিয়া আৰু ওমানলৈ যাব। নতুন দিল্লীত কালি সন্ধিয়া বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ দক্ষিণৰ সচিব ড০ নীনা মালহোত্রাই প্রধানমন্ত্ৰীৰ ভ্রমণ সন্দৰ্ভত সাংবাদিকৰ আগত কয়, যে ভ্ৰমণৰ প্ৰথম পৰ্যায়ত শ্রীমোদীয়ে ১৫ৰ পৰা ১৬ ডিচেম্বৰলৈ জর্ডা...

December 13, 2025 11:40 AM

views 10

কয়লা সেতু নীতিত কেন্দ্ৰীয় চৰকাৰৰ অনুমোদন

বিভিন্ন প্ৰকাৰৰ ঔদ্যোগিক ব্যৱহাৰৰ বাবে কয়লাৰ নিলাম তথা এই সম্পদবিধৰ উপযুক্ত ব্যৱহাৰ আৰু ৰপ্তানিৰ ক্ষেত্ৰত এটা নতুন ব্যৱস্থাৰ সৃষ্টি কৰি কেন্দ্ৰীয় চৰকাৰে কালি কয়লা সেতু নীতিত অনুমোদন জনায়। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অর্থনৈতিক পৰিক্ৰমাৰ কেবিনেট সমিতিয়ে কালি নিৰৱচ্ছিন্ন, যোগ্য আৰু স্ব...

December 12, 2025 8:26 PM

views 18

২০২৭ চনৰ লোকপিয়লৰ বাবে ১১,৭১৮ কোটি টকাৰ বাজেটত কেন্দ্ৰীয় মন্ত্রীসভাৰ অনুমোদন

কেন্দ্ৰীয় মন্ত্রীসভাই ২০২৭ চনৰ লোকপিয়লৰ বাবে ১১,৭১৮ কোটি টকাৰ বাজেটত অনুমোদন জনাইছে। নতুন দিল্লীত আজি সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে ২০২৭ চনৰ লোকপিয়ল দুটা পৰ্যায়ত অনুষ্ঠিত হ'ব। তেওঁ কয় যে এই লোকপিয়ল দেশৰ ষোড়শ লোকপিয়ল হ'ব আৰু স্বাধীনোত্তৰ ভাৰতৰ...

December 12, 2025 8:25 PM

views 9

সংসদৰ উভয় সদনৰ কাম-কাজ সোমবাৰ পৰ্যন্ত স্থগিত

সংসদৰ উভয় সদনৰ কাম-কাজ সোমবাৰপৰ্যন্ত স্থগিত ৰখা হৈছে। ৰাজ্যসভাত আজি দেশত ৰে'ল দুর্ঘটনা ৯০ শতাংশ হ্ৰাস পাইছে বুলি কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰিছে। ৰে'ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কৈছে যে ২০০৪ৰ পৰা ২০১৪ চনলৈ দেশৰ এহেজাৰ ৭১১টা ৰে'ল দুৰ্ঘটনা সংঘটিত হোৱাৰ বিপৰীতে ২০২৪-২৫ বৰ্ষত ৩১টালৈ আৰু ২০২৫-২৬ বৰ্ষত ১১টাল...

December 12, 2025 8:10 PM

views 16

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সন্দৰ্ভত কামৰূপৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত এছ আই টিৰ অভিযোগনামা দাখিল

জনতাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অস্বাভাৱিক মৃত্যু সন্দৰ্ভত তদন্তৰ বাবে গঠন কৰা অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাৰ বিশেষ তদন্তকাৰী গোট, এছ আই টিয়ে আজি গোচৰটো সন্দৰ্ভত কামৰূপৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত অভিযোগনামা দাখিল কৰে। এছ আই টিৰ দলে আজি দিনৰ ১১ বজাত কেইবাহাজাৰ পৃষ্ঠাজোৰা অভিযোগনামা দাখিল ক...

December 12, 2025 8:07 PM

views 12

অৰুণাচলৰ দুৰ্ঘটনাস্থলী পৰিদৰ্শন মন্ত্ৰী বিমল বৰাৰ, প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ, সাহায্য ঘোষণা

অৰুণাচল প্ৰদেশৰ আনজাও জিলাত সংঘটিত শোকাৱহ পথ দুৰ্ঘটনাত অসমৰ ১৪ জন শ্রমিককে ধৰি কেইবাজনো লোকৰ মৃত্যু হোৱা ঘটনা সন্দৰ্ভত মন্ত্ৰী বিমল বৰাই আজি অৰুণাচলৰ লোহিত জিলাৰ উপায়ুক্ত কেছাং নুৰুপ ডামু, আৰক্ষী অধীক্ষক থোটান জাম্বা আৰু তেজুৰ 25TH ITBP কামাণ্ডেণ্টৰ সৈতে গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয়। মন্ত্ৰীগৰাকী...

December 12, 2025 12:31 PM

views 24

অহা ১৫ ডিচেম্বৰৰ পৰা ৪ দিনীয়া কাৰ্যসূচীৰে প্রধানমন্ত্রীৰ জর্দান, ইথিউপিয়া আৰু ওমান ভ্রমণ

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে অহা ১৫ ডিচেম্বৰৰ পৰা ৪ দিনীয়া কাৰ্যসূচীৰে জর্দান, ইথিউপিয়া আৰু ওমান ভ্রমণ কৰিব। ভ্ৰমণৰ প্ৰথম পৰ্যায়ত প্ৰধানমন্ত্ৰীয়ে জদানৰ ৰজা আব্দুলা দ্বিতীয় বিল অল হুছেইনৰ আমন্ত্রণ মর্মে দেশখনলৈ যাব। এই ভ্ৰমণৰ সময়ত শ্রীমোদীয়ে দেশখনৰ ৰজা আব্দুলা দ্বিতীয়ক সাক্ষাৎ কৰি দুয়োখন দেশৰ মাজত ব...

December 12, 2025 12:30 PM

views 18

ভাৰত আৰু লাইবেৰীয়াৰ মাজত এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰ

ভাৰত আৰু লাইবেৰীয়াই ঔষধৰ গুণগত মান বৰ্তাই ৰখাৰ ক্ষেত্ৰত এখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে। স্বাস্থ্য মন্ত্ৰ্যালয়ে প্রকাশ কৰা মতে, লাইবেৰীয়াত থকা ভাৰতৰ ৰাষ্ট্রদূত মনোজ বিহাৰী বাৰ্মা আৰু লাইবেৰীয়াৰ স্বাস্থ্য মন্ত্ৰী লুইচ এম ক'প'টোৰ উপস্থিতিত এই বুজাবুজিৰ চুক্তিখন স্বাক্ষৰিত হয়। এই বুজাবুজিৰ চুক্তিখ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।