November 4, 2024 5:56 PM November 4, 2024 5:56 PM
12
উত্তৰাখণ্ডৰ আলমোৰা জিলাত যাত্রীবাহী বাছ দ’ খাৱৈত বাগৰি পৰাৰ ফলত ৩৬ জন লোকৰ মৃত্যু
উত্তৰাখণ্ডৰ আলমোৰা জিলাত আজি পুৱা এখন যাত্রীবাহী বাছ দ’ খাৱৈত বাগৰি পৰাৰ ফলত ৩৬ জন লোকৰ প্রাণহানি হোৱাৰ লগতে ভালেসংখ্যক লোক আহত হৈছে। সংবাদ মাধ্যমৰ তথ্য অনুসৰি গাউলিখাল পৰা ৰামনগৰ অভিমুখে গৈ থকা বাছখন আলমোৰাৰ কুপি গাঁৱৰ সমীপত দুৰ্ঘটনাত পতিত হয়। প্রায় ৫১ জন যাত্রী থকা বাছখন ২০০ মিটাৰ দ’ খাৱৈত বাগৰি...