ডাউনলোড
মোবাইল এপ

android apple
signal

ৰাষ্ট্ৰীয়

August 27, 2024 11:21 AM

ইউক্রেইনৰ সাম্প্ৰতিক পৰিস্থিতি, বিভিন্ন আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় বিষয়ত আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্তালাপ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি টেলিফোনৰ জৰিয়তে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জ' বাইডেনৰ সৈতে ইউক্রে...

August 27, 2024 11:20 AM

নতুন দিল্লীত বিদেশ মন্ত্রী ড০ এছ জয়শংকৰ আৰু ব্ৰাজিলৰ বিদেশ মন্ত্ৰী মাউৰ ভিয়েইৰাই যুটীয়া আয়োগৰ বৈঠকত সহ-অধ্যক্ষতা কৰিব

বিদেশ মন্ত্রী ড০ এছ জয়শংকৰ আৰু ব্ৰাজিলৰ বিদেশ মন্ত্ৰী মাউৰ ভিয়েইৰাই আজি নতুন দিল্লীত উভয় দেশৰ যুটীয়া আয়োগৰ ...

August 27, 2024 11:18 AM

ৰাজহুৱা ওজৰ-আপত্তি ফলপ্রসূ নিষ্পত্তিৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশনা জাৰি

কেন্দ্ৰীয় চৰকাৰে ৰাজহুৱা ওজৰ-আপত্তি নিষ্পত্তি প্রক্রিয়া যাতে সময় নির্ধাৰিত, সহজ আৰু অৰ্থপূৰ্ণ হয় তাৰ বাবে ন...

August 27, 2024 11:16 AM

নতুন দিল্লীত আজি চিকিৎসা বৃত্তিৰে জড়িত লোকৰ সুৰক্ষাৰ বাবে গঠিত ৰাষ্ট্ৰীয় টাস্ক ফৰ্চৰ প্ৰথমখন বৈঠক

চিকিৎসা বৃত্তিৰ সৈতে জড়িত লোকসকলৰ সুৰক্ষা, নিৰাপত্তা আৰু অনুকূল কৰ্মস্থানৰ পৰিৱেশ সুনিশ্চিত কৰাৰ বাবে উচ্চতম ...

August 27, 2024 11:13 AM

জম্মু-কাশ্মীৰৰ বিধানসভা নির্বাচনৰ বাবে কংগ্ৰেছৰ ৯গৰাকী প্ৰাৰ্থীৰ তালিকা প্রকাশ

কংগ্ৰেছে জম্মু কাশ্মীৰৰ বিধানসভাৰ আসন্ন নির্বাচনৰ বাবে ৯ গৰাকী প্ৰাৰ্থীৰ নাম সম্বলিত এখন তালিকা প্রকাশ কৰিছে। ...

August 26, 2024 9:09 PM

ভাৰত-ছিংগাপুৰৰ মন্ত্ৰী পৰ্যায়ৰ দ্বিতীয়খন ঘূৰণীয়া মেজমেলত আই এছ এম আৰৰ অধীনৰ ৬টা বিষয়ত আলোচনা

ভাৰত আৰু ছিংগাপুৰৰ মাজৰ মন্ত্ৰী পৰ্যায়ৰ দ্বিতীয়খন ঘূৰণীয়া মেজমেল আজি অনুষ্ঠিত হয়। বৈঠকত ভাৰত আৰু ছিংগাপুৰৰ...

August 26, 2024 9:08 PM

দেশত শ্ৰীকৃষ্ণৰ জন্মাষ্টমী পালন; দেশবাসীলৈ ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা

সমগ্ৰ দেশতে আজি ধৰ্মীয় ৰীতি নীতিৰে শ্ৰীকৃষ্ণৰ জন্মাষ্টমী পালন কৰা হৈছে। এই উপলক্ষে ভক্তপ্রাণ ৰাইজে সত্ৰ, নামঘৰ...

August 26, 2024 9:06 PM

কলকাতাৰ আৰ জি কৰ চিকিৎ‍সালয়ৰ বিত্তীয় অনিয়ম সন্দৰ্ভত চিবিআইৰ অনুসন্ধান অব্যাহত

কেন্দ্রীয় অনুসন্ধান সংস্থা চি বি আয়ে কলকাতাৰ আৰ জি কৰ চিকিৎ‍সালয়ৰ বিত্তীয় অনিয়ম সন্দৰ্ভত অনুসন্ধান অব্যাহ...

1 461 462 463 464 465 654