ডাউনলোড
মোবাইল এপ

android apple
signal

ৰাষ্ট্ৰীয়

September 16, 2024 6:11 PM

জম্মু আৰু কাশ্মীৰৰ ড’ডা জিলাত তিনিখন নিৰ্বাচনী প্ৰচাৰ সভাত গৃহমন্ত্রী অমিত শ্বাহৰ অংশগ্রহণ

জ্যেষ্ঠ বিজেপি নেতা তথা কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি জম্মু আৰু কাশ্মীৰৰ ড'ডা জিলাত তিনিখন নিৰ্বাচনী প্...

September 16, 2024 6:07 PM

দেশৰ বিভিন্ন প্ৰান্তত আজি পয়গম্বৰ মহম্মদৰ জন্মদিনটো মিলাদ-উন-নবী হিচাপে পালন

দেশৰ বিভিন্ন প্ৰান্তত আজি পয়গম্বৰ মহম্মদৰ জন্মদিনটো মিলাদ-উন-নবী হিচাপে পালন কৰা হৈছে। এই উপলক্ষে পয়গম্বৰ মহম...

September 16, 2024 6:04 PM

সেউজ বিকাশ আৰু শূন্য কার্বন নির্গমনৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত ভাৰতৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ বিষয়ে দোহাৰিছেঃ মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সেউজ বিকাশ আৰু শূন্য কার্বন নির্গমনৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত ভাৰতৰ প্ৰতিশ...

September 16, 2024 12:26 PM

গান্ধীনগৰৰ মহাত্মা মন্দিৰত চতুৰ্থ আৰ ই বিনিয়োগ গোলকীয় ঔদ্যোগিক বৈঠক আজি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গান্ধীনগৰৰ মহাত্মা মন্দিৰত চতুৰ্থ আৰ ই বিনিয়োগ গোলকীয় ঔদ্যোগিক বৈঠক মুকল...

September 16, 2024 11:45 AM

দেশৰ ভিন্ন প্ৰান্তত আজি পয়গম্বৰ মহম্মদৰ জন্মদিনটো মিলাদ-উন-নবী হিচাপে পালন

দেশৰ বিভিন্ন প্ৰান্তত আজি পয়গম্বৰ মহম্মদৰ জন্মদিনটো মিলাদ-উন-নবী হিচাপে পালন কৰা হৈছে। এই উপলক্ষে পয়গম্বৰ মহম...

September 16, 2024 11:43 AM

ঘূৰ্ণীবতাহ ‘য়াগী’য়ে প্ৰভাৱিত কৰা দেশসমূহলৈ মানৱীয় সাহায্য প্ৰদানৰ উদ্দেশ্যে ভাৰতৰ ‘সদ্ভাব অভিযান’ মুকলি

ভাৰতে ঘূৰ্ণীবতাহ য়াগীয়ে প্ৰভাৱিত কৰা দেশসমূহলৈ মানৱীয় সাহায্য প্ৰদান কৰাৰ উদ্দেশ্যে সদ্ভাব অভিযান মুকলি কৰ...

September 15, 2024 8:18 PM

ছাত্র-ছাত্রীসকলক কেৱল চৰকাৰী চাকৰিয়ে নহয়, প্ৰযুক্তিৰ ক্ষেত্ৰতো সুযোগ বিচাৰি উলিয়াবলৈ  উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ৰ আহ্বান

উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে আজি ছাত্র-ছাত্রীসকলক কেৱল চৰকাৰী চাকৰিয়ে নহয়, প্ৰযুক্তিৰ ক্ষেত্ৰতো সুযোগ বিচাৰি উ...

September 15, 2024 8:14 PM

গণতান্ত্রিক প্রমূল্য আৰু সাংবিধানিক আদর্শসমূহ উদ্ভাসিত কৰাৰ উদ্দেশ্যে সকলো প্ৰতিষ্ঠানক একগোট হৈ কাম কৰি যাবলৈ উপ-ৰাষ্ট্ৰপতিৰ আহ্বান

উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে আজি মুম্বাইত আয়োজিত এটা অনুষ্ঠানত মহাৰাষ্ট্ৰৰ বিভিন্ন প্ৰান্তৰ ৪৩৪টা ঔদ্যোগিক প্র...

September 15, 2024 8:11 PM

মিলাদ-উন-নবীৰ উপলক্ষে মুছলমান সম্প্ৰদায়ৰ লোকসকললৈ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৰ শুভেচ্ছা জ্ঞাপন

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে মিলাদ-উন-নবীৰ প্ৰাকসন্ধ্যা দেশৰ জনসাধাৰণৰ বিশেষকৈ মুছলমান সম্প্ৰদায়ৰ লো...

1 430 431 432 433 434 653