December 16, 2025 8:22 PM
15
মাদক দ্রব্য আৰু নিচাজাতীয় দ্রব্যৰ অবৈধ সৰবৰাহৰ বিৰুদ্ধে যুঁজিবলৈ ২৭ খন দেশৰ সৈতে ভাৰতৰ চুক্তি স্বাক্ষৰিত
ভাৰতে মাদক দ্রব্য আৰু নিচাজাতীয় দ্রব্যৰ অবৈধ সৰবৰাহৰ বিৰুদ্ধে যুঁজিবলৈ ২৭ খন দেশৰ সৈতে দ্বিপাক্ষিক চুক্তি আৰু ১৯ খন দেশৰ সৈতে বুজাবুজিৰ চুক্তি স্বাক্ষৰিত কৰে। আজি লোকসভাত এটা প্ৰশ্নৰ লিখিত উত্তৰত গৃহ ৰাজ্যমন্ত্রী নিত্যানন্দ ৰায়ে কয়, যে মাদক দ্রব্যৰ অবৈধ সৰবৰাহৰ নিয়ন্ত্ৰণৰ বাবে আন্তঃৰাষ্ট্ৰীয় পৰ্য্যা...