ডাউনলোড
মোবাইল এপ

android apple
signal

ৰাষ্ট্ৰীয়

September 23, 2024 11:58 AM

প্রধানমন্ত্ৰী সূৰ্য ঘৰ আঁচনিৰ অধীনত অসমত এ পি ডি চি এলৰ ২ লাখৰো অধিক আবেদন লাভ

প্রধানমন্ত্ৰী সূৰ্য ঘৰ আঁচনিৰ অধীনত অসমত এ পি ডি চি এলে দুই লাখৰো অধিক আবেদন লাভ কৰিছে। কেন্দ্ৰীয় আৰু ৰাজ্য চৰকা...

September 22, 2024 8:02 PM

কাইলৈ নতুন দিল্লীত ৰাষ্ট্ৰীয় শিক্ষার্থী বাহিনী -এন চি চিৰ যুটীয়া ৰাজ্যিক প্ৰতিনিধি আৰু উপ-সঞ্চালক প্ৰধান সন্মিলন

প্ৰতিৰক্ষা ৰাজ্যমন্ত্ৰী সঞ্জয় শেঠে কাইলৈ নতুন দিল্লীত ৰাষ্ট্ৰীয় শিক্ষার্থী বাহিনী -এন চি চিৰ যুটীয়া ৰাজ্যিক...

September 22, 2024 7:22 PM

World Food India 2024 সন্মিলনৰ সামৰণি

নতুন দিল্লীৰ ভাৰত মণ্ডপমত যোৱা ১৯ চেপ্তেম্বৰৰ পৰা ৪ দিনীয়াকৈ অনুষ্ঠিত ৱৰ্ল্ড ফুড ইণ্ডিয়া ২০২৪ ৰ আজি সামৰণি পৰে...

September 22, 2024 12:20 PM

বিশ্ব গঁড় দিৱস উপলক্ষে গঁড় সুৰক্ষাৰ ক্ষেত্ৰত ভাৰতৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উল্লেখ

আজি বিশ্ব গঁড় দিৱস। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই উপলক্ষে আজিৰ দিনটোত গঁড় সুৰক্ষাৰ ক্ষেত্ৰত ভাৰতৰ প্ৰতিশ...

September 22, 2024 11:16 AM

কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীয়ে আমেৰিকাত ভাৰতৰ শিখ সকলক লৈ কৰা মন্তব্যৰ সন্দৰ্ভত দেশৰ বিভিন্ন প্ৰান্তৰ কেইবাটাও শিখ সংগঠনৰ কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী নিত্যানন্দ ৰায়ক সাক্ষাৎ

লোকসভাৰ বিৰোধী দলপতি তথা কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীয়ে আমেৰিকাত ভাৰতৰ শিখ সকলক লৈ কৰা মন্তব্যৰ সন্দৰ্ভত দেশৰ ব...

September 22, 2024 11:02 AM

ভাৰত-প্রশান্ত মহাসাগৰীয় অঞ্চলৰ ৰাষ্ট্ৰসমূহলৈ ভাৰতে ৪০ নিযুত পালি প্রতিষেধক আগবঢ়াব বুলি প্ৰধানমন্ত্ৰীৰ মন্তব্য

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে, ভাৰত-প্রশান্ত মহাসাগৰীয় অঞ্চলৰ ৰাষ্ট্ৰসমূহলৈ ৪০ নিযুত পালি প্রতিষেধক ...

September 21, 2024 9:27 PM

কেন্দ্ৰীয় পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ বন্যপ্ৰাণীৰ আৱাসভূমিৰ সংহত উন্নয়নৰ বাবে ১০০ দিনীয়া লক্ষ্য সম্পূৰ্ণ

কেন্দ্ৰীয় পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ে বন্যপ্ৰাণীৰ আৱাসভূমিৰ সংহত উন্নয়নৰ বাবে ১০০ দিনীয়া লক...

September 21, 2024 9:14 PM

ৱাশ্বিংটনৰ ডেলাৱেৰত আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনৰ সৈতে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দ্বিপাক্ষিক বৈঠক

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৱাশ্বিংটনৰ ডেলাৱেৰত আমেৰিকাৰ ৰাষ্ট্ৰপতি জ' বাইডেনৰ সৈতে দ্বিপাক্ষিক বৈঠকত ...

September 21, 2024 9:13 PM

জম্মু সীমান্তত অস্ত্ৰবিৰতি উলংঘনৰ ঘটনা সংঘটিত নোহোৱাটোৱে পাকিস্তানে প্রধানমন্ত্ৰী মোদীক ভয় কৰাটো প্ৰতিফলিত কৰেঃ গৃহমন্ত্ৰী অমিত শ্বাহ

বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি এই বুলি আশ্বাস দিছে যে, জম্মু সীমান্তত দীৰ্ঘদিনৰ...

September 21, 2024 9:11 PM

দিল্লীৰ মুখ্যমন্ত্ৰী হিচাপে আম আদমী পাৰ্টিৰ নেতা আতিশীৰ শপতগ্ৰহণ

আম আদমী পাৰ্টিৰ নেতা আতিশীয়ে আজি দিল্লীৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। ৰাজনিৱাসত অনুষ্ঠিত এটা অনুষ্ঠানত ...

1 421 422 423 424 425 653

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।