ৰাষ্ট্ৰীয়

December 18, 2025 12:09 PM

views 24

বিগত ৫ বছৰত অসমত পথ দুৰ্ঘটনাত নিহত লোকৰ সংখ্যা যথেষ্ট বৃদ্ধি হৈছে

অসমত যোৱা ৫ বছৰত পথ দুৰ্ঘটনাত নিহত লোকৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে। এই সময়ছোৱাত ৰাজ্যখনত ১৫ হাজাৰ ৩০৬ জন লোকৰ পথ দুৰ্ঘটনাত মৃত্যু হৈছে। ৰাজ্যসভাত কালি কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্রী নীতিন গাডকাৰীয়ে এই তথ্য প্ৰকাশ কৰিছে। কংগ্ৰেছ সাংসদ দিগ্বিজয় সিং আৰু ৰঞ্জিত ৰঞ্জনে উত্থাপন কৰা এটা প্রশ্নৰ ...

December 18, 2025 12:05 PM

views 26

বাংলাদেশ সীমান্তৱৰ্তী অঞ্চলসমূহত বিশেষ সতর্কতা জাৰি

● ভাৰত-বাংলাদেশৰ দ্বিপাক্ষিক সম্পৰ্কৰ ক্ষেত্ৰত শেহতীয়াকৈ সৃষ্টি হোৱা উদ্বেগৰ পৰিপ্ৰেক্ষিতত অসমৰো বাংলাদেশ সীমান্তৱৰ্তী অঞ্চলসমূহত বিশেষ সতর্কতা জাৰি কৰা হৈছে। প্ৰতিবেশী ৰাষ্ট্ৰখনত শেহতীয়াকৈ মৌলবাদী শক্তিৰ উত্থানৰ ফলত দুয়োদেশৰ পাৰস্পৰিক সম্পৰ্কৰ কিছু অৱনতি ঘটিছে। এনে পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত কেন্দ...

December 17, 2025 12:00 PM

views 19

কৃত্রিম বুদ্ধিমত্তাৰ বাস্তৱ প্ৰয়োগৰ সংকলন প্রস্তুত কৰাৰ বাবে বিশ্বজুৰি প্ৰস্তাৱৰ আহ্বান ভাৰত চৰকাৰৰ

ভাৰত চৰকাৰৰ ইলেক্ট্রনিক্স আৰু তথ্য প্রযুক্তি মন্ত্ৰালয়ৰ অধীনস্থ ভাৰত কৃত্ৰিম বুদ্ধিমত্তা অভিযানৰ জৰিয়তে কৃষি ক্ষেত্ৰত কৃত্রিম বুদ্ধিমত্তাৰ বাস্তৱ প্ৰয়োগৰ ওপৰত এখন সংকলন প্রস্তুত কৰাৰ বাবে বিশ্বজুৰি প্ৰস্তাৱৰ আহ্বান জনোৱা হৈছে। মন্ত্রালয়ে মহাৰাষ্ট্ৰ চৰকাৰৰ কৃত্রিম বুদ্ধিমত্তা আৰু কৃষি প্রযুক্তি উদ্ভা...

December 17, 2025 11:56 AM

views 17

ভাৰতবৰ্ষ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতি শলাগ ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পৰ

ভাৰতত থকা আমেৰিকা যুক্তৰাষ্ট্ৰৰ দূতাবাসে ভাৰত আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতি দেশখনৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পৰ শলাগ যাচিছে। ৰাষ্ট্ৰপতিগৰাকীয়ে ভাৰতক পৃথিৱীৰ অন্যতম পুৰণি সভ্যতা বুলি কোৱাৰ বিষয়ে সামাজিক মাধ্যমৰ এটা প'ষ্টত দূতাবাসে প্রকাশ কৰে। শ্রীট্রাম্পে ভাৰতক এখন বিস্ময়কৰ দেশ আৰু ভাৰত প্রশা...

December 17, 2025 11:54 AM

views 9

চৰকাৰী ভ্রমণসূচীৰে মৌলবী নুৰ জালাল জালালী নতুন দিল্লীত উপস্থিত

আফগানিস্তানৰ জনস্বাস্থ্য মন্ত্রী মৌলবী নুৰ জালাল জালালী কালি তেওঁৰ প্ৰথমটো চৰকাৰী ভাৰত ভ্রমণসূচীৰে নতুন দিল্লীত উপস্থিত হয়। ভাৰতৰ সৈতে স্বাস্থ্যখণ্ডত থকা দ্বিপাক্ষিক সহযোগিতা ত্বৰান্বিত কৰাৰ লক্ষ্যৰে আলোচনাত মিলিত হ'বলৈ মন্ত্ৰীগৰাকী ভাৰতলৈ আহিছে। মন্ত্ৰীগৰাকীক ভাৰতলৈ আদৰণি জনাই বৈদেশিক পৰিক্ৰমা ম্যা...

December 17, 2025 11:46 AM

views 7

নতুন দিল্লীত আজি পৰম্পৰাগত ঔষধ বিষয়ক দ্বিতীয় বিশ্ব শীর্ষ সম্মিলন আৰম্ভ

বিশ্ব স্বাস্থ্য সংস্থাৰ পৰম্পৰাগত ঔষধ বিষয়ক দ্বিতীয় বিশ্ব শীর্ষ সম্মিলন আজি নতুন দিল্লীত আৰম্ভ হৈছে। বিশ্ব স্বাস্থ্য সংস্থা আৰু ভাৰত চৰকাৰৰ আয়ুষ মন্ত্ৰালয়ৰ যৌথ উদ্যোগত এই তিনিদিনীয়া শীর্ষ সম্মিলনৰ আয়োজন কৰা হৈছে। এই সন্মিলনত বিশ্বৰ বিভিন্ন দেশৰ নীতিনির্ধাৰক, বিজ্ঞানী, চিকিৎসা বিশেষজ্ঞ আৰু নাগৰিক সম...

December 17, 2025 11:44 AM

views 13

সপ্তাহজোৰা দাক্ষিণাত্য ভ্ৰমণৰ অংশ হিচাপে আজি ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুর্মু উপস্থিত হ’ব

ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুর্মু আজি তামিলনাডুৰ ভেল্লুৰলৈ যাব। তাত ৰাষ্ট্ৰপতিগৰাকীয়ে শ্ৰীপুৰম গ'ল্ডেন মন্দিৰত পূজা অর্চনা আগবঢ়াব। ৰাষ্ট্ৰপতিগৰাকীয়ে মন্দিৰৰ পৰিসৰত ধ্যানৰ বাবে বিশেষ ঠাই মুকলি কৰাৰ লগতে এটা গছপুলিও ৰোপণ কৰিব। ৰাজ্যখনৰ ৰাজ্যপাল আৰ এন ৰবি আৰু কেন্দ্রীয় তথ্য আৰু সম্প্ৰচাৰ ৰাজ্যমন্ত্রী ...

December 17, 2025 11:40 AM

views 5

তিনিখনীয়া দেশ ভ্রমণৰ অন্তিম পর্যায়ত প্রধানমন্ত্রী আজি ওমানত উপস্থিত হ’ব

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী আজি বিয়লি তিনিখনীয়া দেশ ভ্রমণৰ অন্তিম পর্যায়ত ওমানত উপস্থিত হ'ব। ওমানৰ মুৰববী স্থূলতান হাইথাম বিন তাৰিকৰ আমন্ত্রণমৰ্মে প্ৰধানমন্ত্ৰীগৰাকী দেশখনলৈ যাব। ভ্রমণকালত প্ৰধানমন্ত্ৰীগৰাকীক এটা উচ্চ পর্যায়ৰ প্রতিনিধি দলে সংগ দিক। এই দুদিনীয়া ভ্রমণত উভয় দেশে সর্বাত্মক অর্থনৈতিক সহয...

December 17, 2025 11:38 AM

views 10

নৰেন্দ্ৰ মোদীক ইথিওপিয়াৰ সর্বোচ্চ সন্মান দি গ্রেট অ’নাৰ নিচান অৱ ইথিওপিয়াৰে সন্মানিত

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীক ইথিওপিয়াৰ সর্বোচ্চ সন্মান দি গ্রেট অ'নাৰ নিচান অৱ ইথিওপিয়াৰে সন্মানিত কৰা হৈছে। ইথিওপিয়াৰ প্রধানমন্ত্রী ড০ আবি আহমেদ আলীয়ে শ্রীমোদীক এই সন্মান প্রদান কৰে। দেশখনৰ ৰাজধানী এদ্দিছ আবাবাত থকা এদ্দিছ ইণ্টাৰনেচনেল কনভেনচন চেণ্টাৰত আয়োজিত এটা বিশেষ অনুষ্ঠানত প্রধানমন্ত্ৰীগৰাকীক...

December 16, 2025 8:26 PM

views 6

অভিযান ব্যয় আৰু সুৰক্ষা বাহিনীৰ প্ৰশিক্ষণৰ বাবে বাওঁপন্থী উগ্রবাদ প্রভাৱিত ৰাজ্যসমূহলৈ চৰকাৰৰ ৩,৫০০ কোটিৰো অধিক টকা মুকলি

চৰকাৰে ২০১৪-১৫ চনৰে পৰা অভিযান ব্যয় আৰু সুৰক্ষা বাহিনীৰ প্ৰশিক্ষণৰ বাবে বাওঁপন্থী উগ্রবাদ প্রভাৱিত ৰাজ্যসমূহলৈ ৩ হাজাৰ ৫০০ কোটিৰো অধিক টকা মোকলাই দিছে। লোকসভাত আজি এটা লিখিত উত্তৰত কেন্দ্রীয় গৃহ ৰাজ্য মন্ত্রী নিত্যানন্দ ৰায়ে এই কথা প্রকাশ কৰে। তেওঁ কয়, যে বাওঁপন্থী উগ্রবাদ প্রভাবিত ৰাজ্যসমূহলৈ বিশেষ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।