ৰাষ্ট্ৰীয়

December 18, 2025 7:45 PM

views 8

প্রধানমন্ত্রীক আজি ওমানৰ সৰ্বোচ্চ সন্মান অৰ্ডাৰ অফ ওমান প্ৰদান

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীক আজি ওমানৰ মাস্কাটৰ ৰাজপ্রসাদত দেশখনৰ সৰ্বোচ্চ সন্মান অৰ্ডাৰ অফ ওমান প্ৰদান কৰা হয়। ওমানৰ ছুলতান হেইথম বিন টাৰিকে ভাৰত আৰু ওমানৰ মাজৰ সম্পৰ্কক শক্তিশালী কৰাৰ বাবে দূৰদৃষ্টি সম্পন্ন নেতা নৰেন্দ্ৰ মোদীক এই সন্মান প্রদান কৰে। উল্লেখযোগ্য যে, ওমান ভ্রমণৰত প্রধানমন্ত্রী নবেন্দ...

December 18, 2025 4:41 PM

views 13

ভাৰত আৰু চৌদি আৰৱে ৰিয়াধত দ্বিপাক্ষিক ভিছা ৰেহাই চুক্তিত স্বাক্ষৰ

ভাৰত আৰু চৌদি আৰৱে ৰিয়াধত দ্বিপাক্ষিক ভিছা ৰেহাই চুক্তিত স্বাক্ষৰ কৰিছে। চৌদি আৰৱত থকা ভাৰতীয় ৰাষ্ট্রদূত সুহেল এজাজ খান আৰু চৌদি আৰৱৰ বিদেশ মন্ত্ৰ্যালয়ৰ প্ৰট’ক’ল পৰিক্ৰমা উপ-মন্ত্ৰী আব্দুলমজিদ বিন ৰাচিদ অলমৰিয়ে আজি এই চুক্তিত স্বাক্ষৰ কৰে। ইয়াৰ ফলত আনুষ্ঠানিক যাত্রা সুচল হ'ব আৰু ভাৰত-চৌদি আৰৱ ক...

December 18, 2025 4:13 PM

views 12

বিশিষ্ট ভাস্কৰ্য্য শিল্পী ৰাম সুতাৰৰ দেহাৱসান

বিশিষ্ট ভাস্কৰ্য্য শিল্পী ৰাম সুতাৰৰ যোৱা নিশা উত্তৰ প্ৰদেশৰ নয়ডাত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ১০০ বছৰ। পদ্মভূষণ সন্মানেৰে বিভূষিত ভাস্কৰ্য্য শিল্পীগৰাকী গুজৰাটত স্থাপন কৰা বিশ্বৰ সবাটোকৈ ওখ প্ৰতিমূৰ্তি একতাৰ মূৰ্তিৰ আৰ্হি প্ৰস্তুত কৰাৰ বাবে জনাজাত। তেওঁ লাচিত বৰফুকনৰ বিশাল প্ৰতিমূ...

December 18, 2025 4:47 PM

views 16

পশ্চিমবংগত ভোটাৰ তালিকাৰ পুংখানুপুংখ সংশোধনৰ অংশ হিচাপে সংশ্লিষ্ট ব্যক্তিসকললৈ আজিৰেপৰা শুনানিৰ বাবে জাননী প্ৰেৰণ

পশ্চিমবংগত ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ সংশোধনৰ অংশ হিচাপে সংশ্লিষ্ট ব্যক্তিসকললৈ আজিৰেপৰা শুনানিৰ বাবে জাননী প্ৰেৰণ কৰা হ'ব। ভোটদাতাসকলে শুনানিৰ বাবে ৭ দিন সময় লাভ কৰিব। ৰাজ্যখনৰ মুখ্য নির্বাচনী বিষয়াৰ কার্যালয়ে প্রকাশ কৰা মতে অহা সপ্তাহৰ পৰা শুনানি প্রক্রিয়া আৰম্ভ হ'ব। ৮৫ আৰু ইয়াৰ ঊৰ্ধৰ জ্...

December 18, 2025 4:38 PM

views 11

সমগ্র দেশতে জনজাতীয় শিশুসকলক গুণগত শিক্ষা প্ৰদানৰ বাবে ৪৪০ খন একলব্য আদর্শ আবাসিক বিদ্যালয় স্থাপন

সমগ্র দেশতে জনজাতীয় শিশুসকলক গুণগত শিক্ষা প্ৰদানৰ বাবে ৪৪০ খন একলব্য আদর্শ আবাসিক বিদ্যালয় স্থাপন কৰা হৈছে। লোকসভাৰ প্রশ্নকালত আজি এটা পৰিপূৰক প্ৰশ্নৰ উত্তৰত জনজাতী পৰিক্ৰমা মন্ত্ৰী জোৱেল ওৰামে এই কথা প্ৰকাশ কৰি কয় যে চৰকাৰে ৭২৮ খন একলব্য আদর্শ আবাসিক বিদ্যালয় স্থাপনত অনুমোদন দিছে। চৰকাৰে জনজাতী...

December 18, 2025 4:45 PM

views 16

ছত্তিচগড়ৰ চুকমা জিলাত সেনা বাহিনীৰ সৈতে হোৱা সংঘৰ্ষত ৩ জন মাওবাদী নিহত

ছত্তিচগড়ৰ চুকমা জিলাত আজি সেনা বাহিনীৰ সৈতে হোৱা সংঘৰ্ষত ৩ জন মাওবাদী নিহত হয়। আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে জিলা সংৰক্ষিত বাহিনীৰ এটা দলে যোৱা নিশা চুকমা জিলাৰ কিষ্টাৰাম এলেকাত মাওবাদীৰ উপস্থিতিৰ তথ্য লাভ কৰাৰ পাছত অভিযান চলায়। আজি পুৱাৰ ভাগত চিংগানামাৰাগো অঞ্চলত সেনা আৰু মাওবাদীৰ মাজত গুলীয়াগুল...

December 18, 2025 4:43 PM

views 13

ভাৰতে ২০২৯ চনৰ ভিতৰত নিজৰ প্ৰতিৰক্ষা উৎপাদন দুগুণ কৰি ৩ লাখ কোটি টকালৈ বৃদ্ধিৰ লক্ষ্য নিৰ্ধাৰণ

● ভাৰতে ২০২৯ চনৰ ভিতৰত নিজৰ প্ৰতিৰক্ষা উৎপাদন দুগুণ কৰি ৩ লাখ কোটি টকালৈ বৃদ্ধি কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। নতুন দিল্লীত আজি এখন সংবাদমেলত কেন্দ্রীয়মন্ত্রী ডঃ মনসুখ মন্দাৱীয়াই এই কথা প্ৰকাশ কৰি কয় যে ইতিমধ্যে প্ৰতিৰক্ষা উৎপাদনত ভাৰতৰ উল্লেখনীয় বিকাশ হৈছে আৰু সম্প্ৰতি এই উৎপাদন ১ লাখ ৫০ হাজাৰ কোট...

December 18, 2025 4:36 PM

views 20

বিচিত্ৰতা ভাৰতীয় সংস্কৃতিৰ শক্তিশালী ভেটি: প্ৰধানমন্ত্ৰী মোদী

বিচিত্ৰতা ভাৰতীয় সংস্কৃতিৰ শক্তিশালী ভেটি বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। ত্রিদেশীয় ভ্রমণসূচীৰ অন্তিম পৰ্যায়ত আজি অ’মানৰ মাছকাটত প্ৰবাসী ভাৰতীয় আৰু শিক্ষাৰ্থীসকলক উদ্দেশি ভাষণ দি প্রধানমন্ত্রী মোদীয়ে এইদৰে প্ৰকাশ কৰে। তেওঁ কয়, যে ভাৰতীয়সকলৰ বাবে প্ৰতিটো দিনে নতুন ৰং, প্ৰতিটো...

December 18, 2025 1:05 PM

views 24

দুদিনীয়া ওমান ভ্রমণসূচীৰে মাচকাটত উপস্থিত প্রধানমন্ত্ৰী মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দুদিনীয়া ওমান ভ্রমণসূচীৰে কালি সন্ধিয়া মাচকাটত উপস্থিত হৈছে। ত্রিদেশীয় ৰাষ্ট্ৰ ভ্ৰমণৰ অন্তিম পৰ্যায়ত শ্ৰীমোদী ওমানলৈ গৈছে। ইয়াৰ পূৰ্বে তেওঁ জর্দান আৰু ইথিউপিয়ালৈ গৈছিল। মাচকাট বিমান বন্দৰত শ্ৰীমোদীক ওমানৰ উপ প্রধানমন্ত্ৰী চৈয়দ শ্বিহাব বিন তাৰিক অল ছাইদে আদৰণি জনায়...

December 18, 2025 1:18 PM

views 18

ভাৰত মণ্ডপামত পৰম্পৰাগত চিকিৎসা সম্পর্কীয় বিশ্ব স্বাস্থ্য সংস্থাৰ দ্বিতীয় বিশ্ব সন্মিলন আৰম্ভ

■ নতুন দিল্লীৰ ভাৰত মণ্ডপামত পৰম্পৰাগত চিকিৎসা সম্পর্কীয় বিশ্ব স্বাস্থ্য সংস্থাৰ দ্বিতীয় বিশ্ব সন্মিলন কালি আৰম্ভ হয়। অনুষ্ঠানত ভাষণ দি আয়ুষ মন্ত্রী প্রতাপৰাও যাধৱে পৰম্পৰাগত চিকিৎসা বিজ্ঞানত ভাৰতৰ দীৰ্ঘদিনীয়া অভিজ্ঞতাৰ সন্দৰ্ভত আলোকপাত কৰি গৱেষণা, গুণগত মান, আৰু বিশ্ব সহযোগিতা শক্তিশালী কৰাত গ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।