ৰাষ্ট্ৰীয়

January 30, 2025 3:36 PM

views 29

কাইলৈ সংসদৰ বাজেট অধিবেশন

সংসদৰ বাজেট অধিবেশন কাইলৈ আৰম্ভ হ'ব। এই অধিবেশনৰ পূৰ্বে আকাশবাণী বাতৰি সেৱা বিভাগে আজি সংসদ কে সমক্ষ মুড্ডে আৰু ইছ্যুজ বিফ'ৰ পাৰ্লিয়ামেণ্ট শীর্ষক এটা বিশেষ আলোচনাৰ অনুষ্ঠান প্ৰচাৰ কৰিব। সংসদ কে সমক্ষ মুড্ডে শীর্ষক হিন্দী ভাষাৰ অনুষ্ঠানটি আকাশবাণী গোল্ডৰ ১০০.১ মেগাহার্টজ আৰু অতিৰিক্ত ফ্ৰিকুৱেন্সিসমূ...

January 30, 2025 3:34 PM

views 23

সংসদৰ বাজেট অধিবেশনৰ পূৰ্বে নতুন দিল্লীত সর্বদলীয় বৈঠক অনুষ্ঠিত

সংসদৰ বাজেট অধিবেশনৰ পূৰ্বে নতুন দিল্লীত আজি এখন সর্বদলীয় বৈঠক অনুষ্ঠিত হৈছে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, স্বাস্থ্য মন্ত্রী জে পি নাড্ডা, সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজু, কংগ্ৰেছ সাংসদ জয়ৰাম ৰমেশ আৰু গৌৰৱ গগৈ, তৃণমূল কংগ্ৰেছৰ সাংসদ সুদীপ বন্দোপধ্যায়, সমাজবাদী পাৰ্টীৰ সাংসদ ৰাম গোপাল যাদৱ...

January 30, 2025 10:58 AM

views 32

জাতিৰ পিতা গান্ধীজীৰ ৭৭ সংখ্যক মৃত্যু বার্ষিকী আৰু ছহিদ দিৱসত দেশবাসীৰ শ্ৰদ্ধাৰ্ঘ্য

সমগ্ৰ ৰাষ্ট্ৰই মহাত্মা গান্ধীৰ ৭৭ সংখ্যক মৃত্যু বার্ষিকী আৰু ছহিদ দিৱসত আজি জাতিৰ পিতা গৰাকীলৈ শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰিছে। মৃত্যু বার্ষিকী উপলক্ষে পুৱাৰ ভাগত নতুন দিল্লীৰ ৰাজঘাটত থকা মহাত্মা গান্ধীৰ সমাধিত এখন সর্বধৰ্ম প্ৰাৰ্থনা সভাৰ আয়োজন কৰা হয়। ৰাষ্ট্ৰই প্ৰতিবছৰে ৩০ জানুৱাৰীত মহাত্মা গান্ধীৰ জীৱ...

January 30, 2025 10:44 AM

views 32

মহাকুম্ভ মেলাত পদপিষ্ট হৈ প্ৰায় ৩০ জন ভক্তৰ মৃত্যু

উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত চলি থকা মহাকুম্ভ মেলাত পদপিষ্ট হৈ কালি অসমৰ হাইলাকান্দিৰ ব্যৱসায়ী নীতিৰঞ্জন পাল সহ কমেও ৩০ ভক্তই প্ৰাণ হেৰুৱায়। প্ৰয়াগৰাজৰ আৰক্ষীয়ে মহাকুম্ভ মেলাৰ মৌনী অমাৱস্যাৰ নিশা গংগাৰ ত্ৰিবেণী সংগমস্থলীত পূণ্যস্নান কৰিবলৈ গৈ পদপিষ্ট আহত নীতি ৰঞ্জন পালক চিকিৎ‍সালয়লৈ লৈ যায় যদিও চ...

January 29, 2025 8:07 PM

views 10

জৈৱ বৈচিত্ৰ্যৰ ক্ষেত্ৰত চহকী নাগালেণ্ড জৈৱিক কৃষি বজাৰত প্ৰৱেশ

জৈৱ বৈচিত্ৰৰ ক্ষেত্ৰত চহকী নাগালেণ্ডে জৈৱিক কৃষি বজাৰত প্ৰৱেশ কৰাৰ লগতে ৰাজ্যখনত ইয়াৰ প্ৰসাৰৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। নাগালেণ্ডৰ পৰম্পৰাগত কৃষি পদ্ধতি জৈৱিক কৃষি পদ্ধতিৰ সৈতে বহুখিনি মিল আছে। ইয়াৰে কৃষকসকলে পৰম্পৰাগত জ্ঞান বুদ্ধিৰে কৃষি শস্য উৎপাদন কৰাৰ লগতে জৈৱ বৈচিত্ৰও সংৰক্ষণ কৰি আহিছে...

January 29, 2025 8:03 PM

views 13

গণৰাজ্য দিৱসৰ কুচকাৱাজত উত্তৰ প্ৰদেশৰ মহাকুম্ভ ২০২৫ প্ৰতীকপট শ্রেষ্ঠত্বৰ সন্মান লাভ

নতুন দিল্লীৰ কৰ্তব্য পথত অনুষ্ঠিত এইবাৰৰ গণৰাজ্য দিৱসৰ কুচকাৱাজত উত্তৰ প্ৰদেশৰ মহাকুম্ভ ২০২৫ স্বর্ণিম ভাৰত-ঐতিহ্য আৰু উন্নয়নৰ বিষয়বস্তুৰে সাজি উলিওৱা প্ৰতীকপটে শ্রেষ্ঠ প্রতীকপটৰ সন্মান লাভ কৰিছে। ত্ৰিপুৰাই দ্বিতীয় আৰু অন্ধ্ৰপ্ৰদেশে তৃতীয় শ্রেষ্ঠ প্রতীকপটৰ সন্মান লাভ কৰিছে। কেন্দ্ৰীয় মন্ত্ৰালয় ...

January 29, 2025 8:00 PM

views 13

গণৰাজ্য দিৱসৰ সামৰণি সমাৰোহ বিটিং ৰিট্রীট সমাপ্ত

নতুন দিল্লীৰ বিজয় চকত অনুষ্ঠিত গণৰাজ্য দিৱসৰ সামৰণি সমাৰোহ বিটিং ৰিট্রীট খন্তেক আগতে অন্ত পৰে। এই অনুষ্ঠানত ৰাষ্ট্ৰপতি দ্রৌপদী মুমু, উপৰাষ্ট্ৰপতি জগদীপ ধনখড়, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, লোকসভাৰ অধ্যক্ষ ওম বিৰলা আৰু অন্য কেন্দ্রীয় মন্ত্ৰীসকল অনুষ্ঠানত উপস্থিত থাকে। ...

January 29, 2025 7:57 PM

views 33

দিল্লী বিধানসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ

সমাগত দিল্লী বিধানসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছে ইয়াৰ নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰিছে। দলৰ জ্যেষ্ঠ নেতা জয়ৰাম ৰমেশ আৰু পৱন খেৰাৰ লগতে দলৰ দিল্লী শাখাৰ মুৰববী দেৱেন্দ্ৰ যাদৱে আজি নতুন দিল্লীত দলৰ এই ইস্তাহাৰ প্ৰকাশ কৰে। নিৰ্বাচনী ইস্তাহাৰত কংগ্ৰেছ দলে পিয়াৰী দিদি যোজনাৰ অধীনত মহিলাসকলক মাহিলী দুহেজাৰ...

January 29, 2025 7:48 PM

views 22

ৰাষ্ট্ৰীয় অপৰিহাৰ্য খনিজ পদার্থ অভিযানত কেন্দ্ৰীয় চৰকাৰৰ অনুমোদন

কেন্দ্ৰীয় চৰকাৰে প্ৰায় ৩৪ হাজাৰ কোটি টকা ব্যয় সাপেক্ষ ৰাষ্ট্ৰীয় অপৰিহাৰ্য খনিজ পদার্থ অভিযানত অনুমোদন জনাইছে। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে আজি নতুন দিল্লীত এই বিষয়ে প্ৰকাশ কৰি কয়, যে দেশত সেউজ প্রযুক্তি, অধিক ব্যৱহাৰৰ বাবে অতি আৱশ্যকীয় এই খনিজ সম্পদসমূহক অবিৰতভাৱে ব্যৱহাৰ কৰাৰ উ...

January 29, 2025 7:43 PM

views 52

মহাকুম্ভ মেলাত পদপিষ্ট হৈ প্ৰায় ৩০ জন লোক নিহত, ভালেসংখ্যক আহত

উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত চলি থকা মহাকুম্ভ মেলাত পদপিষ্ট হৈ প্ৰায় ৩০ জন লোক নিহত হৈছে আৰু ভালেসংখ্যক লোক আহত হৈছে। মৌনী অমাৱস্যা উপলক্ষে প্ৰয়াগৰাজত মহাকুম্ভথলীৰ অগণন ভক্তই ত্রিবেনী সংগমত অমৃত স্নান কৰিবলৈ সংগম ঘাটলৈ অগ্ৰসৰ হোৱাৰ সময়ত হোৱা হেঁচা থেলাত যোৱা নিশা ভালেসংখ্যক লোক পদপিষ্ট হয়। কুম্ভ মে...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।