ৰাষ্ট্ৰীয়

February 6, 2025 11:06 AM

views 15

আমেৰিকাত অবৈধভাৱে থকা ১০৪গৰাকী ভাৰতীয়ক লৈ আমেৰিকাৰ বিমান অমৃতসৰৰ বিমানবন্দৰত অৱতৰণ

আমেৰিকা যুক্তৰাষ্ট্ৰত অবৈধভাৱে বসবাস কৰা ১০৪গৰাকী ভাৰতীয় লোকক কঢ়িয়াই অনা আমেৰিকা যুক্তৰাষ্ট্ৰৰ এখন বিমান কালি বিয়লি অমৃতসৰৰ শ্ৰীগুৰু ৰামদাসজী আন্তর্জাতিক বিমান বন্দৰত অৱতৰণ কৰে। সূত্ৰ অনুসৰি ইয়াৰ ভিতৰত ৩০গৰাকী পাঞ্জাৱৰ লোক থকাৰ বিপৰীতে আন লোকসকল চণ্ডীগড়, হাৰিয়ানা, গুজৰাট, মহাৰাষ্ট্ৰ আৰু উত্তৰ...

February 6, 2025 11:02 AM

views 12

আই এছ এলত পঞ্জাৱ এফ চিক ৩-০ গ’লত পৰাস্ত মোহন বাগান ছুপাৰ জায়েণ্টৰ

ইণ্ডিয়ান ছুপাৰ লীগ (আই এছ এল) ফুটবল প্রতিযোগিতাত কালি নিশা কলকাতাৰ বিবেকানন্দ যুৱ ভাৰতী ক্রীড়াংগনত অনুষ্ঠিত এখন খেলত মোহন বাগান ছুপাৰ জায়েণ্টে, পঞ্জাৱ এফ চিক ৩-০ গ’লত পৰাস্ত কৰে। এই জয়ৰ সুবাদত দলটো সৰ্বমুঠ ৪৬ পইণ্টেৰে প্লে অফলৈ যোগ্যতা অৰ্জন কৰা প্ৰথম দল হিচাপে পৰিগণিত হৈছে। মোহন বাগানাৰ জেমি মে...

February 6, 2025 11:01 AM

views 10

বিশ্ব টেবল টেনিছ প্রতিযোগিতাত আজি ভাৰতৰ মানৱ থাক্কৰ-মনুশ্ব শ্বাহ যুটিৰ কোৱাৰ্টাৰ ফাইনেল মেচ

ছিংগাপুৰত চলি থকা বিশ্ব টেবল টেনিছ প্রতিযোগিতাত ভাৰতৰ শীৰ্ষ বাছনিৰ পুৰুষৰ ডাবলছৰ যুটি মানৱ থাক্কৰ আৰু মনুশ্ব শ্বাহে আজি কোৱাৰ্টাৰ ফাইনেলত ফ্ৰান্সৰ চতুৰ্থ বাছনিৰ যুটি ফ্ল'ৰিয়ান বৌৰাচাউড আৰু এষ্টেবান দ'ৰৰ মুখামুখি হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি বিয়লি চাৰে তিনি বজাত আৰম্ভ হ'ব। ভাৰতীয় যুটিটোৱে কালি এ...

February 5, 2025 8:32 PM

views 26

ইছলাম ধৰ্মৰ ইছমাইলী গুৰু প্রিন্স কৰিম আগা খান চতুৰ্থৰ বিয়োগত প্রধানমন্ত্ৰীৰ গভীৰ শোক প্ৰকাশ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইছলাম ধৰ্মৰ ইছমাইলী গুৰু প্রিন্স কৰিম আগা খান চতুৰ্থৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা বার্তাত শ্রীমোদীয়ে কয় যে আগা খানে তেওঁৰ জীৱন সেৱা মনোভাৱ আৰু আধ্যাত্মিকতাৰ দৃষ্টিভংগীৰে অতিবাহিত কৰে। প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে আগা খান চতুর্থই স্বাস্থ্য, শিক্...

February 5, 2025 8:29 PM

views 18

আমেৰিকাৰ পৰা ১০৪গৰাকী ভাৰতীয় লোকক কঢ়িয়াই অনা বিমানখন অমৃতসৰত অৱতৰণ

আমেৰিকা যুক্তৰাষ্ট্ৰত অবৈধভাৱে বসবাস কৰা ১০৪গৰাকী ভাৰতীয় লোকক কঢ়িয়াই অনা আমেৰিকা যুক্তৰাষ্ট্ৰৰ এখন বিমান আজি বিয়লি অমৃতসৰৰ শ্ৰী গুৰু ৰামদাস জী আন্তর্জাতিক বিমান বন্দৰত অৱতৰণ কৰে ৷ সূত্ৰ অনুসৰি ইয়াৰ ভিতৰত ৩০গৰাকী পাঞ্জাৱৰ লোক থকাৰ বিপৰীতে আন লোকসকল চণ্ডীগড়, হাৰিয়ানা, গুজৰাট, মহাৰাষ্ট্ৰ আৰু উত্...

February 5, 2025 8:26 PM

views 32

দিল্লী বিধানসভা নিৰ্বাচনত বিয়লি ৫ বজালৈকে প্রায় ৫৮ শতাংশ ভোটদান

দিল্লী বিধানসভা নিৰ্বাচনত বিয়লি ৫ বজালৈকে প্রায় ৫৮ শতাংশ ভোটদান হৈছে। ৭০ জনীয়া দিল্লী বিধানসভাৰ বাবে আজি পুৱা ৭ বজাৰ পৰা ভোটগ্রহণ প্ৰক্ৰিয়া আৰম্ভ হয়। উত্তৰ-পূব দিল্লী জিলাত সৰ্বাধিক ৬৪ শতাংশ ভোটদান হোৱাৰ বিপৰীতে দক্ষিণ পূব জিলাত সর্বনিম্ন ৫৪ শতাংশ ভোটদান হোৱাৰ তথ্য লাভ কৰা হৈছে। শ্বাহদাত ৬১.৩-৫...

February 5, 2025 7:58 PM

views 11

লিবিয়াত থকা ১৮গৰাকী ভাৰতীয়ক স্বদেশলৈ ঘূৰাই অনাৰ বাবে ব্যৱস্থা গ্ৰহণ

লিবিয়াত থকা ভাৰতীয় দূতাবাসে লিবিয়াৰ বেনগাজিৰ পৰা ১৮গৰাকী ভাৰতীয়ক স্বদেশলৈ ঘূৰাই অনাৰ বাবে প্রয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিছে। এই ১৮গৰাকী ভাৰতীয় আজি স্বদেশত উপস্থিত হ'ব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰনধীৰ জয়ছৱালে সামাজিক মাধ্যমৰ এটা পোষ্টত এই বিষয়ে প্ৰকাশ কৰি কৈছে যে এই ভাৰতীয় লোক...

February 5, 2025 7:54 PM

views 15

ছিকিমৰ পি এম শ্ৰী চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ক গ্রীণ স্কুল ৰেটিং লাভ কৰা শৈক্ষিক প্রতিষ্ঠান হিচাপে বিবেচিত

ছিকিমৰ নামচিৰ পি এম শ্ৰী চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়খন গ্রীণ স্কুল ৰেটিং লাভ কৰা উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ শৈক্ষিক প্রতিষ্ঠান হিচাপে বিবেচিত হৈছে। নতুন দিল্লীত কালি বিজ্ঞান আৰু পৰিবেশ কেন্দ্ৰ চি এছ ইয়ে চলিত বৰ্ষৰ গ্ৰীণ কার্ণিভেল আৰু গ্ৰীণ স্কুল বঁটা প্ৰদান কাৰ্যসূচীৰ আয়োজন কৰিছিল। উল্লেখযোগ্য...

February 5, 2025 7:51 PM

views 16

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ জম্মু-কাশ্মীৰৰ নিৰাপত্তা বিষয়ক পর্যালোচনা বৈঠক

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি একেৰাহে দ্বিতীয় দিনা জম্মু-কাশ্মীৰৰ নিৰাপত্তা বিষয়ক পর্যালোচনা বৈঠকত অংশগ্ৰহণ কৰিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কালি অধ্যক্ষতা কৰা এই বৈঠকত গৃহ সচিব গোবিন্দ মোহন, সেনাবাহিনীৰ মুৰববী উপেন্দ্ৰ দ্বিবেদী আৰু অন্যান্য জ্যেষ্ঠ বিষয়াসকল উপস্থিত আছিল। যোৱা মাহত অন...

February 5, 2025 7:48 PM

views 13

মহাকুম্ভ মেলাৰ ত্ৰিবেণী সংগমত পৱিত্ৰ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ স্নান

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত চলি থকা মহাকুম্ভ মেলা দৰ্শন কৰি ত্ৰিবেণী সংগমত পৱিত্ৰ স্নান কৰে। তেওঁ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ সৈতে নাৱেৰে যাত্ৰা কৰে। এই ভ্ৰমণৰ সময়ত শ্রীমোদীয়ে ত্রিবেণী সংগমত পূজা-অৰ্চনাও কৰে। তেওঁ লগতে মহাকুম্ভত সাধু-সন্ন্যাসীসকলৰ সৈ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।