ৰাষ্ট্ৰীয়

February 6, 2025 5:37 PM

views 13

ভাৰত-বাংলাদেশ সীমান্তত অবৈধ নিৰ্মাণ কাৰ্যৰ বিৰুদ্ধে ব্যৱস্থা ল’বলৈ কমাণ্ডাৰক বি এছ এফৰ নিৰ্দেশ

সীমান্ত সুৰক্ষা বাহিনী চমুকৈ বি এছ এফে ভাৰত-বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ ৪,০৯৬ কিলোমিটাৰজোৰা এলেকাত অবৈধ নিৰ্মাণ কাৰ্যৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল'বলৈ অঞ্চলটোত নিয়োজিত ছেক্টৰ কমাণ্ডাৰসকলক নিৰ্দেশ দিছে। বাহিনীটোৱে সেই অঞ্চলৰ বাসিন্দা নাইবা প্ৰতিবেশী ৰাষ্ট্ৰৰ সীমান্ত সুৰক্ষা বাহিনীয়ে কৰা এনে নিৰ্...

February 6, 2025 5:24 PM

views 20

অহা ১০ ফেব্ৰুৱাৰীত পৰীক্ষা পে চৰ্চাৰ অষ্টম সংস্কৰণ

পৰীক্ষা পে চৰ্চাৰ অষ্টম সংস্কৰণ অহা ১০ ফেব্ৰুৱাৰীত নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত হ'ব। নতুন আঙ্গিকেৰে হ'বলগীয়া এই অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে দেশৰ ভিন্ন প্ৰান্তৰ ভিন্ন বৃত্তিৰ বিশিষ্ট ব্যক্তিসকলে নিজৰ অভিজ্ঞতা শিক্ষাৰ্থীসকলৰ সৈতে বিনিময় কৰিব। এই অনুষ্ঠান দূৰদৰ্শনৰ উপৰি স্বয়ম, ...

February 6, 2025 11:17 AM

views 15

দিল্লী বিধানসভা নিৰ্বাচনৰ ভোটগ্রহণ শান্তিপূর্ণভাৱে সমাপ্ত, ৬০.৪২ শতাংশ ভোটদান

৭০ জনীয়া দিল্লী বিধানসভাৰ বাবে ভোটগ্রহণ প্ৰক্ৰিয়া কালি সন্ধিয়া শান্তিপূর্ণভাৱে সমাপ্ত হয়। ভোটদানৰ হাৰ প্রায় ৬০ দশমিক ৪-২ শতাংশ। উত্তৰ-পূব দিল্লীত সর্বাধিক ৬৬ দশমিক ২-৫ শতাংশ ভোটদানৰ হাৰ পোৱাৰ বিপৰীতে দক্ষিণ-পূব দিল্লীত সর্বনিম্ন ভোটদানৰ হাৰ ৫৬ দশমিক ১-৬ শতাংশ। শ্বাহদাৰা জিলাত ভোটদানৰ হাৰ ৬৩ দশম...

February 6, 2025 11:15 AM

views 9

প্ৰয়াগৰাজৰ মহাকুম্ভত আজি জনজাতি সাংস্কৃতিক সমাগম-২০২৫

প্ৰয়াগৰাজৰ মহাকুম্ভত আজি জনজাতি সাংস্কৃতিক সমাগম ২০২৫ অনুষ্ঠিত হ'ব। এই সমাগমত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰায় ১৫ হাজাৰৰো অধিক জনজাতীয় লোকে অংশগ্রহণ কৰিব।  ছদিনীয়া এই অনুষ্ঠানত সকলোৱে আদিবাসীসকলৰ সংস্কৃতি আৰু পৰম্পৰা ৰক্ষাৰ প্রতিশ্রুতি ল'ব। উল্লেখযোগ্য যে, বীৰছা মুণ্ডাৰ ১৫০ সংখ্যক জন্মজয়ন্তী উপল...

February 6, 2025 11:14 AM

views 7

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত উত্তৰ-পূৰ্বাঞ্চল উন্নয়নৰ পথত অগ্ৰসৰ হৈছেঃ গৃহমন্ত্ৰী অমিত শ্বাহ

সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত উন্নয়নৰ পথত অগ্ৰসৰ হৈছে। ভার্চুৱেল ব্যৱস্থাৰে আগৰতলাত আয়োজন কৰা নিযুক্তি পত্ৰ বিতৰণৰ কাৰ্যসূচী সম্বোধন কৰি গৃহমন্ত্রী অমিত শ্বাহে এনেদৰে কয় । ত্ৰিপুৰা চৰকাৰে কোনো ধৰণৰ বৈষম্য বা দুর্নীতি অবিহনে সম্পূৰ্ণ স্বচ্ছতাৰে চাকৰি প্ৰদান কৰিছে বু...

February 6, 2025 11:13 AM

views 9

ৰাজকুমাৰ ৰোহিম আল হুছেইনীক ইছমাইলী মুছলমানৰ আধ্যাত্মিক নেতা নতুন আগা খান হিচাপে নামকৰণ

ৰাজকুমাৰ ৰোহিম আল হুছেইনীক ইছমাইলী মুছলমানৰ অধ্যাত্মিক নেতা নতুন আগা খান হিচাপে নামকৰণ কৰা হৈছে। পিতৃৰ ইচ্ছাপত্ৰত আগা খান পঞ্চম নামেৰে চিহ্নিত ৫৩ বছৰীয়া ৰাজকুমাৰ ৰোহিম ইছমাইলীসকলৰ ৫০ সংখ্যক বংশগত ইমাম হিচাপে পৰিগণিত হয়। তেওঁৰ পিতৃ আগা খান চতুৰ্থ তথা ইছলাম ধৰ্মগুৰু ৰাজকুমাৰ কৰিম আল হুছেইনীয়ে ৮৮ বছ...

February 6, 2025 11:12 AM

views 10

ইছলাম ধৰ্মৰ ইছমাইলী গুৰু প্রিন্স কৰিম আগা খান চতুৰ্থৰ বিয়োগত প্ৰধানমন্ত্ৰী মোদীৰ শোক

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইছলাম ধৰ্মৰ ইছমাইলী গুৰু প্রিন্স কৰিম আগা খান চতুৰ্থৰ বিয়োগত কালি গভীৰ শোক প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্রীমোদীয়ে কয়, যে আগা খানে তেওঁৰ জীৱন সেৱা মনোভাৱ আৰু আধ্যাত্মিকতাৰ দৃষ্টিভংগীৰে অতিবাহিত কৰে। প্ৰধানমন্ত্রীয়ে লগতে কয়, যে আগা খান চতুর্থই স্বাস্থ্...

February 6, 2025 11:10 AM

views 19

নতুন দিল্লীত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ অধ্যক্ষ ফিলেমন য়াঙৰ সৈতে ড০ এছ জয়শংকৰৰ বৈঠক

বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী ড° এছ জয়শংকৰে কালি নতুন দিল্লীত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ অধ্যক্ষ ফিলেমন য়াঙক সাক্ষাৎ কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ড° জয়শংকৰে জানিবলৈ দিয়ে যে তেওঁলোকে ৰাষ্ট্ৰসংঘৰ কাৰ্যসূচীৰ অন্তৰ্গত বিভিন্ন বিষয় লৈ আলোচনা কৰে। তেওঁলোকে লগতে ৰাষ্ট্ৰসংঘৰ বহুপাক্ষিক সংস্কাৰৰ প্রয...

February 6, 2025 11:10 AM

views 20

বেংগালুৰুত ১০-১৪ ফেব্ৰুৱাৰীলৈ ভাৰতীয় বিমান বাহিনীৰ সূৰ্য কিৰণ এৰোবেটিক দলৰ বিমান চালনাৰ কৌশল প্ৰদৰ্শন

ভাৰতীয় বিমান বাহিনীৰ সূৰ্য কিৰণ এৰোবেটিক দলে বেংগালুৰুত অহা ১০ৰ পৰা ১৪ ফেব্ৰুৱাৰীলৈ বিমান চালনাৰ কৌশল প্ৰদৰ্শন কৰিব। বাহিনীটোৰ ১৪গৰাকী আগশাৰীৰ পাইলটে Hawk Mk-132 জেট বিমানেৰে বিভিন্ন কৌশল প্ৰদৰ্শন কৰিব। উল্লেখযোগ্য যে, ১৯৯৬ চনত স্থাপন কৰা সূৰ্য কিৰণ এৰোবেটিক দলে ৯খন বিশেষ বিমানৰ দ্বাৰা দুঃসাহসিক বি...

February 6, 2025 11:08 AM

views 10

দেশত সোণৰ চাহিদা ৮০২.৮ টনলৈ বৃদ্ধি

দেশত সোণৰ চাহিদা ২০২৩ বৰ্ষৰ ৭৬১ টনৰ বিপৰীতে বিগত বৰ্ষতকৈ ৫ শতাংশ বৃদ্ধি হৈ ৮০২ দশমিক ৮ টন হয়। আমদানি শুল্ক হ্ৰাস পোৱাৰ ফলত বিভিন্ন উৎসৱ পাৰ্বন আদিত সোণৰ ক্ৰয়ৰ পৰিমাণ বৃদ্ধি পায়। বিশ্ব সোণ পৰিষদৰ সূত্ৰ অনুসৰি চলিত বৰ্ষত সোণৰ চাহিদা ৭০০ৰ পৰা ৮০০ টনৰ মাজত থকাৰ সম্ভাৱনা আছে। সোণৰ চাহিদা মূল্য ২০২৩ বৰ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।