February 7, 2025 9:24 PM
18
৩ দিনীয়া ভ্রমণসূচীৰে অহা সোমবাৰে ফ্ৰান্সলৈ ৰাওনা হ’ব প্রধানমন্ত্ৰী মোদী
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৩ দিনীয়া ভ্রমণসূচীৰে অহা সোমবাৰে ফ্ৰান্সলৈ ৰাওনা হ'ব। এই ভ্রমণ কালত শ্ৰীমোদীয়ে পেৰিচত হ'বলগীয়া কৃত্রিম বুদ্ধিমত্তা সন্মিলনত ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ'ৰ সৈতে সহ-অধ্যক্ষতা কৰিব। আজি নতুন দিল্লীত বৈদেশিক সচিব বিক্রম মিশ্ৰীয়ে প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণৰ কথা জানিব...