ৰাষ্ট্ৰীয়

February 9, 2025 8:28 PM

views 40

চত্তিশগড়ত নিৰাপত্তাৰক্ষীৰে সংঘৰ্ষত কমেও ১২ জন মাওবাদী নিহত

চত্তিশগড়ত নিৰাপত্তাৰক্ষীৰে হোৱা সংঘৰ্ষত ৩১ জন মাওবাদীৰ মৃত্যু হৈছে। এই সংঘর্ষত দুজন নিৰাপত্তাৰক্ষী নিহত হোৱাৰ লগতে আন দুজন আহত হৈছে। চত্তিশগড় আৰক্ষীয়ে জনোৱা মতে সংঘৰ্ষত মৃত্যু হোৱা সকলো মাওবাদীৰ মৃতদেহ ইতিমধ্যে ঘন জংগলৰ উদ্ধাৰ কৰা হৈছে। আমাৰ সংবাদদাতাই জনোৱা মতে, বীজাপুৰ জিলাৰ এখন ৰাষ্ট্ৰীয় উদ্য...

February 9, 2025 6:58 PM

views 28

নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত ৫২ সংখ্যক বিশ্ব গ্ৰন্থমেলাৰ সামৰণি

নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত ৫২ সংখ্যক বিশ্ব গ্ৰন্থমেলাৰ আজি সামৰণি পৰিব। নেচনেল বুক ট্রাষ্ট আৰু ইণ্ডিয়া ট্রেড প্ৰমোচন সংস্থাই যুটীয়াভাৱে আয়োজন কৰা ৯ দিনীয়া এই গ্ৰন্থমেলা ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে উন্মোচন কৰিছিল। এই গ্রন্থমেলাত ফ্রান্স, আর্জেন্টিনা, স্পেইন, কলম্বিয়াকে ধৰি ৫০ খনত...

February 9, 2025 6:54 PM

views 20

দিল্লীৰ মুখ্যমন্ত্ৰী আতিশীৰ উপৰাজ্যপাল ভি কে চাক্সেনাৰ ওচৰত পদত্যাগপত্র দাখিল

দিল্লীৰ মুখ্যমন্ত্ৰী আতিশীয়ে আজি পুৱাৰ ভাগত উপৰাজ্যপাল ভি কে চাক্সেনাক সাক্ষাৎ‍ কৰি পদত্যাগপত্র দিয়ে। যোৱা বছৰ ছেপ্টেম্বৰত আম আদমী পাৰ্টীৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱালে মুখ্যমন্ত্ৰী হিচাপে পদত্যাগ কৰাৰ পাছত আতিশীয়ে মুখ্যমন্ত্ৰীৰ আসনত অধিস্থিত হৈছিল। উল্লেখযোগ্য যে, কালি ঘোষিত দিল্লী বিধান...

February 9, 2025 11:28 AM

views 50

ভেষজ উদ্যোগসমূহক উদ্ভাৱন আৰু গুণগত মানত অগ্ৰাধিকাৰ দি চিকিৎসাখণ্ডৰ চালিকা শক্তিৰূপে পৰিণত হ’বলৈ কেন্দ্ৰীয় উদ্যোগ আৰু বাণিজ্য মন্ত্রী পীয়ুষ গোৱেলৰ আহ্বান

কেন্দ্ৰীয় উদ্যোগ আৰু বাণিজ্য মন্ত্রী পীয়ুষ গোৱেলে ভেষজ উদ্যোগসমূহক উদ্ভাৱন আৰু গুণগত মানত অগ্ৰাধিকাৰ দি চিকিৎসাখণ্ডৰ চালিকা শক্তিৰূপে পৰিণত হ'বলৈ আহ্বান জনাইছে। কালি মুম্বাইত অনুষ্ঠিত ভাৰতীয় ঔষধ নিৰ্মাণকাৰী সংস্থাৰ ৬৩ সংখ্যক প্ৰতিষ্ঠা দিৱসত অংশগ্ৰহণ কৰি শ্ৰী গোৱেলে কয়, যে দেশৰ ভেষজ উদ্যোগে উন্নত...

February 9, 2025 11:22 AM

views 16

প্রধানমন্ত্রী অনুসূচিত জাতি অভ্যুদ্বয় যোজনা সম্পৰ্কীয় কেন্দ্ৰীয় পৰামৰ্শ কমিটিৰ নতুন দিল্লীত বৈঠক

সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰী ড০ বীৰেন্দ্ৰ কুমাৰৰ অধ্যক্ষতাত কালি নতুন দিল্লীত প্রধানমন্ত্রী অনুসূচিত জাতি অভ্যুদ্বয় যোজনা সম্পৰ্কীয় কেন্দ্ৰীয় পৰামৰ্শ কমিটিৰ এখন বৈঠক অনুষ্ঠিত হয়। বৈঠকত দেশৰ অনুসূচিত জাতিৰ লোকসকলৰ আৰ্থ-সামাজিক উন্নয়নৰ উদ্দেশ্যে ৰূপায়ণ কৰা এই আঁচনিখনৰ প্ৰগতিৰ পৰ্যালোচনা কৰ...

February 9, 2025 11:19 AM

views 29

প্রথম বিশ্ব দৃশ্য-শ্রাব্য মনোৰঞ্জন সন্মিলন, ৱেভছৰ জৰিয়তে ভাৰতবৰ্ষক বিষয়বস্তুৰ গোলকীয় কেন্দ্ৰৰূপে গঢ়ি তোলাৰ প্ৰয়াস কৰা হৈছে বুলি তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ প্ৰকাশ

প্রথম বিশ্ব দৃশ্য-শ্রাব্য মনোৰঞ্জন সন্মিলন, ৱেভছৰ জৰিয়তে ভাৰতবৰ্ষক বিষয়বস্তুৰ গোলকীয় কেন্দ্ৰৰূপে গঢ়ি তোলাৰ প্ৰয়াস কৰা হৈছে বুলি তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে প্ৰকাশ কৰিছে। মন্ত্ৰীগৰাকীয়ে কালি সামাজিক মাধ্যম যোগে কয়, যে ভাৰতে নিজকে বিশ্বৰ সৃজনশীল শক্তিৰূপে প্ৰতিষ্ঠা কৰাৰ বাবে ভেটি...

February 9, 2025 11:13 AM

views 13

নতুন দিল্লীৰ ভাৰত মণ্ডপমত কাইলৈ পৰীক্ষা পে চৰ্চাৰ অষ্টম সংস্কৰণ

পৰীক্ষা পে চৰ্চাৰ অষ্টম সংস্কৰণ নতুন দিল্লীৰ ভাৰত মণ্ডপমত কাইলৈ অনুষ্ঠিত হ'ব। নতুন ৰূপত হ'বলগীয়া এই অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে দেশৰ ভিন্ন বৃত্তিৰ সৈতে জড়িত বিশিষ্ট ব্যক্তিসকলে শিক্ষাৰ্থীসকলৰ সৈতে অভিজ্ঞতা বিনিময় কৰিব। এই অনুষ্ঠান দূৰদৰ্শনৰ উপৰি স্বয়ম, স্বয়ম প্রভা, প্রধানমন্ত্ৰী...

February 9, 2025 11:08 AM

views 27

যুৱ প্ৰজন্মক শক্তি আৰু অনুপ্ৰেৰণাৰ বাবে গ্ৰন্থ অধ্যয়ন কৰিবলৈ লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ আহ্বান

লোকসভাৰ অধ্যক্ষ ওম বিৰলাই জনসাধাৰণক বিশেষকৈ যুৱ প্ৰজন্মক শক্তি আৰু অনুপ্ৰেৰণাৰ বাবে গ্ৰন্থ অধ্যয়ন কৰিবলৈ আহ্বান জনাইছে। নতুন দিল্লীত চলি থকা বিশ্ব গ্রন্থমেলাত কালি দুখন কিতাপ উন্মোচন কৰি অধ্যক্ষগৰাকীয়ে এইদৰে আহ্বান জনায়। শ্ৰী বিৰলাই কয়, যে কিতাপে ব্যক্তিগত আৰু সামাজিক বিকাশৰ প্ৰকৃত পথ প্ৰদৰ্শকৰূ...

February 9, 2025 11:04 AM

views 19

২৭ বছৰৰ মূৰত বিজেপিৰ দিল্লীত পুনৰ ক্ষমতাত অধিস্থিত

বিজেপিয়ে আম আদমী পাৰ্টীক পৰাস্ত কৰি ২৭ বছৰৰ মূৰত দিল্লীত পুনৰ ক্ষমতাত অধিস্থিত হৈছে। দলটোৱে দিল্লী বিধানসভাৰ ৭০ খন আসনৰ ভিতৰত ৪৮ খনত জয়লাভ কৰিছে। ইয়াৰ বিপৰীতে আম আদমী পাৰ্টীয়ে ২২ খনত জয়লাভ কৰিছে। কংগ্ৰেছ দলে কোনো আসন লাভ কৰা নাই। বিজেপিৰ পৰা জয়লাভ কৰা উল্লেখযোগ্য নেতাসকলৰ ভিতৰত আছে নতুন দিল্লী...

February 8, 2025 9:35 PM

views 12

তিনি দশকৰ পাছত দিল্লীৰ ক্ষমতা দখল বিজেপিৰ

বিজেপিয়ে দিল্লীত তিনি দশকৰ পাছত ক্ষমতা দখল কৰাটো নিশ্চিত হৈছে। আজি অনুষ্ঠিত দিল্লী বিধানসভা নিৰ্বাচনৰ ভোটগণনাৰ তথ্য অনুসৰি দলটোৱে সংখ্যাগৰিষ্ঠতা অৰ্জন কৰাৰ বিপৰীতে শাসনাধিষ্ঠিত আম আদমী পাৰ্টীয়ে পৰাজয় বৰণ কৰিছে। ৭০ জনীয়া দিল্লী বিধানসভাত বিজেপিয়ে ৪৮ খন, আম আদমী পাৰ্টীয়ে ২২ খন আসন লাভ কৰে। কংগ্ৰ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।