ডাউনলোড
মোবাইল এপ

android apple
signal

ৰাষ্ট্ৰীয়

October 24, 2024 9:00 PM

অর্থনৈতিক পৰিক্ৰমা বিষয়ক কেবিনেট সমিতিৰ ৬,৭৯৮ কোটি টকাৰ দুটা ৰে’ল প্ৰকল্পত অনুমোদন

অর্থনৈতিক পৰিক্ৰমা বিষয়ক কেবিনেট সমিতিয়ে আজি যোগাযোগ ব্যৱস্থা উন্নীতকৰণ, যাত্ৰা সুচল কৰি তোলা আৰু পৰিবহণ ব্য...

October 24, 2024 8:51 PM

ঘূৰ্ণীবতাহ ‘ডানা’ৰ প্ৰভাৱত ৰাজ্যত বতৰ ডাৱৰীয়া, কোনো কোনো ঠাইত পাতলীয়া বৰষুণ

পূব মধ্য বংগোপসাগৰত সৃষ্টি হোৱা ঘূৰ্ণীবতাহ ডানাৰ প্ৰভাৱত অসমত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে কোনো কোনো ঠাইত পাতলীয়া ...

October 24, 2024 8:47 PM

ভাৰত-নিউজিলেণ্ডৰ দ্বিতীয় টেষ্ট মেচত নিউজিলেণ্ডৰ ২৫৯ ৰানত প্ৰথম ইনিংছ সমাপ্ত, ভাৰতৰ ১৬ ৰান সংগ্ৰহ

পুনেত অনুষ্ঠিত ভাৰত আৰু নিউজিলেণ্ডৰ মাজৰ তিনিখনীয়া টেষ্ট ক্রিকেট শৃংখলাৰ দ্বিতীয়খন খেলৰ আজি প্রথম দিনা নিউজি...

October 24, 2024 8:46 PM

ভাৰত-চীনৰ নিয়ন্ত্ৰণৰেখাৰ বিবাদ মীমাংসাৰ বাবে কূটনৈতিক আৰু সামৰিক পৰ্যায়ৰ বাৰ্তালাপ হোৱা উচিতঃ ৰাজনাথ সিং

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি কৈছে যে, ভাৰত আৰু চীনে নিয়ন্ত্ৰণৰেখাৰ সমীপৰ নিৰ্দিষ্ট অঞ্চলৰ বিবাদসমূহ মীম...

October 24, 2024 8:45 PM

মহাকাশ খণ্ডৰ বাবে ১,০০০ কোটি টকাৰ Venture Capital Fund গঠনত কেন্দ্ৰীয় কেবিনেটৰ অনুমোদন

কেন্দ্রীয় কেবিনেটে আজি মহাকাশ খণ্ডৰ বাবে এহেজাৰ কোটি টকাৰ Venture Capital Fund গঠনত অনুমোদন জনাইছে। প্ৰস্তাৱিত Venture Capital Fundৰ ব্...

October 24, 2024 8:44 PM

পথ সুৰক্ষাৰ পৰিৱেশ তন্ত্ৰত কৃত্রিম বুদ্ধিমত্তা ব্যৱহাৰ কৰিবলৈ সকলোধৰণৰ আধুনিক প্রযুক্তি প্রয়োগঃ নীতিন গাডকাৰী

কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ দপ্তৰৰ মন্ত্ৰী নীতিন গাডকাৰীয়ে কৈছে যে, চৰকাৰে পথ সুৰক্ষাৰ পৰিৱেশ তন্ত্ৰত কৃত্র...

October 24, 2024 8:43 PM

দেশৰ সেউজ ৰূপান্তৰণ আৰু অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰত বায়’ ই থ্ৰী নীতিয়ে গুৰুত্বপূৰ্ণ অৰিহণা আগবঢ়াবঃ ড০ জীতেন্দ্ৰ সিং

কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি দপ্তৰৰ ৰাজ্য মন্ত্ৰী ড০ জীতেন্দ্র সিঙে কৈছে যে, শেহতীয়াকৈ অনুমোদন লাভ কৰা বায...

October 24, 2024 7:03 PM

ভাৰত-তিব্বত সীমান্ত আৰক্ষীৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে হিম বীৰসকললৈ প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ITBP অর্থাৎ ভাৰত-তিব্বত সীমান্ত আৰক্ষীৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে হিম বীৰসকল আৰু তেও...

October 24, 2024 7:01 PM

ঘূৰ্ণীবতাহ ‘ডানা’ৰ বাবে ওড়িশা-পশ্চিমবংগৰ উপকূলত ভাৰতীয় নৌসেনা বাহিনীৰ মানৱীয়-দুৰ্যোগ সাহায্য প্ৰদানৰ প্ৰস্তুতি

ঘূৰ্ণীবতাহ ‘ডানা’ৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় নৌসেনা বাহিনীয়ে ওড়িশা আৰু পশ্চিমবংগৰ উপকূলত মানৱীয় সাহায্য আৰ...

1 372 373 374 375 376 650

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।