ৰাষ্ট্ৰীয়

February 13, 2025 8:57 PM

views 8

সংসদৰ দুয়োখন সদনতে ৱাকফ সংশোধনী বিধেয়ক ২০২৪ সন্দৰ্ভত যুটীয়া সমিতিৰ প্রতিবেদন দাখিল

বিৰোধী পক্ষৰ সদস্যসকলৰ প্ৰতিবাদৰ মাজতে সংসদৰ দুয়োখন সদনতে আজি ৱাকফ সংশোধনী বিধেয়ক ২০২৪ সন্দৰ্ভত যুটীয়া সমিতিয়ে প্রতিবেদন দাখিল কৰে। দিনৰ ২ বজালৈ লোকসভাৰ কাৰ্যক্ৰমণিকা স্থগিত ৰখাৰ অন্তত সদন যেতিয়া পুনৰ আৰম্ভ হয়, তেতিয়া যুটীয়া সমিতিৰ অধ্যক্ষ জগদম্বিকা পালে সদনত প্ৰতিবেদন দাখিল কৰে। লগে লগে বিৰ...

February 13, 2025 8:55 PM

views 8

লোকসভাত আয়কৰ বিধেয়ক ২০২৫ উত্থাপন

লোকসভাত আজি আয়কৰ বিধেয়ক ২০২৫ উত্থাপন কৰা হয়। এই বিধেয়কখনৰ উদ্দেশ্য হ'ল আয়কৰ সম্পৰ্কীয় আইন একত্রিত আৰু সংশোধন কৰা। বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে নিম্ন সদনত বিধেয়কখন উত্থাপন কৰে । বিধেয়ক সন্দৰ্ভত ভাষণ দি তেওঁ কয়, যে বৰ্তমানৰ আয়কৰ আইনখনৰ তুলনাত নতুন আইনখনৰ ধাৰা আৰু অধ্যায় কম আৰু সাধাৰণ ৰাইজ...

February 13, 2025 8:54 PM

views 11

ছিকিমৰ উত্তৰ-পূব অংশত তুষাৰপাতৰ ফলত বন্ধ হোৱা প্ৰধান পথসমূহ মুকলিৰ ব্যৱস্থা সীমান্ত পথ সংস্থাৰ

ছিকিমৰ উত্তৰ আৰু পূব-অংশত হোৱা তুষাৰপাতৰ ফলত বন্ধ হৈ পৰা প্ৰধান পথসমূহ মুকলি কৰাৰ বাবে সীমান্ত পথ সংস্থা B.R.Oএ ব্যৱস্থা গ্ৰহণ কৰিছে। লাছুং আৰু লাছেন অক্ষৰ কৌশলগত পথৰ লগতে নাথুলা আৰু টামজেৰ ঘাইপথছোৱা বেয়াকৈ ক্ষতিগ্ৰস্ত হোৱাৰ বাবে আৰ্থসামাজিক কামকাজত ব্যাঘাত জন্মিছে। স্বস্তিক প্ৰকল্পৰ অধীনত 758 বি আ...

February 13, 2025 8:52 PM

views 12

অনাগত দিনত কেইবাখনো ৰাষ্ট্ৰীয় পেন্সন আঁচনি ৰূপায়ণৰ পৰিকল্পনা কেন্দ্ৰীয় চৰকাৰৰ

কেন্দ্ৰীয় চৰকাৰে অনাগত দিনত কেইবাখনো ৰাষ্ট্ৰীয় পেন্সন আঁচনি ৰূপায়ণ কৰাৰ পৰিকল্পনা কৰিছে। ৰাজ্যসভাত আজি এটা প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় শ্ৰম আৰু নিয়োগ মন্ত্ৰী ড০ মনসুখ মাণ্ডাভিয়াই কয় যে জনসাধাৰণৰ বাবে বিশেষকৈ অসংগঠিত খণ্ডৰ লোকসকলৰ বাবে চৰকাৰে অটল পেন্সন যোজনা, পি এম শ্রমিক মন্থন, পি এম শ্রমযোগী ম...

February 13, 2025 11:46 AM

views 19

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৱাশ্বিংটনত উপস্থিত

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ফ্ৰান্সৰ সফল ভ্ৰমণ সামৰি আজি নিচেই পুৱা আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৱাশ্বিংটনত উপস্থিত হয়। আমেৰিকাত থকা ভাৰতৰ ৰাষ্ট্রদূত বিনয় মোহন ক্ৰাট্টা আৰু অন্য বিষয়াসকলে প্রধানমন্ত্রীক বিমান বন্দৰত বিপুলভাৱে আদৰণি জনায়। প্রচণ্ড শীতকো নেওচি দেশখনত বাস কৰা প্ৰৱাসী ভাৰতীয়সকলেও ব্লেয়...

February 12, 2025 8:46 PM

views 15

সমগ্ৰ দেশত আজি সন্ত ৰবীদাসৰ জয়ন্তী পালন

সমগ্ৰ দেশত আজি সন্ত ৰবীদাসৰ জয়ন্তী পালন কৰা হৈছে। ৰবীদাস চতুৰ্দশ শতিকাৰ এগৰাকী মহান সন্ত আৰু উত্তৰ ভাৰতৰ শক্তি আন্দোলনৰ প্ৰতিষ্ঠাতা আছিল। হিন্দু দীনপঞ্জী অনুসৰি মঘ মাহৰ পূৰ্ণিমাৰ দিনা ৰবীদাস জয়ন্তী পালন কৰা হয় । ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে এই উপলক্ষে দেশবাসীক ওলগ জনাইছে। ৰাষ্ট্ৰপতিগৰাকীয়...

February 12, 2025 8:44 PM

views 17

মাঘী পূর্ণিমা উপলক্ষে আজি মহাকুম্ভত ১ কোটি ৫৯ লাখৰো অধিক ভক্তৰ পবিত্ৰ স্নান সম্পন্ন

উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজৰ মহাকুম্ভত মাঘী পূর্ণিমা উপলক্ষে আজি দুপৰীয়া বাৰ বজালৈ এক কোটি ৫৯ লাখৰো অধিক ভক্তই পবিত্ৰ স্নান সম্পন্ন কৰে। ইয়াকৈ লৈ বৰ্তমানলৈকে প্ৰায় ৪৭ কোটি ৫৫ লাখ ভক্তই পবিত্র স্নান সম্পন্ন কৰিছে। কল্পবাসৰ প্ৰথাৰ সামৰণি প্ৰতীকস্বৰূপ মাঘী পূৰ্ণিমাৰ স্নানৰ বিশেষ গুৰুত্ব আছে। চলিত বৰ্ষত...

February 12, 2025 8:43 PM

views 22

মালদ্বীপৰ এটা সংসদীয় প্রতিনিধি দলৰ আজি উপৰাষ্ট্ৰপতি জগদীপ ধনখড়ক সাক্ষাৎ

Maldives peoples majlis ৰ অধ্যক্ষ আব্দুল ৰহিম আব্দুল্লাৰ নেতৃত্বত অহা মালদ্বীপৰ এটা সংসদীয় প্রতিনিধি দলে আজি নতুন দিল্লীত উপৰাষ্ট্ৰপতি জগদীপ ধনখড়ক সাক্ষাৎ কৰে। বৈঠকত ভাৰত আৰু মালদ্বীপৰ মাজত বিভিন্ন ক্ষেত্ৰত থকা দ্বিপাক্ষিকসম্পৰ্কৰ বিষয়ে আলোচনা কৰা হয়। দুযোখন ৰাষ্ট্ৰৰ মাজত সংসদীয় বিনিময় তথা জনস...

February 12, 2025 8:40 PM

views 17

নতুন দিল্লীত ভাৰতীয় শক্তি সপ্তাহ কাৰ্যসূচীত হৰদীপ সিং পুৰীৰ অংশগ্ৰহণ

২০৫০ চনৰ ভিতৰত বিশ্বজনিন শক্তি চাহিদা ক্ষেত্ৰত ভাৰতৰ অংশ দুগুণলৈ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে আৰু ইয়াৰ ফলত শক্তি ব্যৱসায়ত ভাৰতৰ কৌশলগত প্ৰভাৱ প্ৰতিপন্ন হৈছে বুলি পেট্রলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী হৰদীপ সিং পুৰীয়ে প্ৰকাশ কৰিছে। তেওঁ কয়, যে ভাৰত বিশ্ব শক্তি বজাৰৰ কেন্দ্ৰস্বৰূপ আৰু বিশ্বৰ মুঠ জনসং...

February 12, 2025 8:38 PM

views 32

ভাৰত ২০২৯ চনৰ ভিতৰত বিশ্বৰ তৃতীয় সৰ্ববৃহৎ অর্থব্যৱস্থাৰূপে পৰিগণিত হব – সৰ্বানন্দ সোণোৱাল

কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ভাৰত ২০২৯ চনৰ ভিতৰত বিশ্বৰ তৃতীয় সৰ্ববৃহৎ অর্থব্যৱস্থাৰূপে পৰিগণিত হব বুলি মন্তব্য কৰিছে। শ্ৰীসোণোৱালে আজি আগৰতলাত এখন সংবাদ মেলত ২০২৫-২৬ বৰ্ষৰ কেন্দ্ৰীয় বাজেট সন্দৰ্ভত এইদৰে প্ৰকাশ কৰে। তেওঁ কয়, যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।