November 18, 2025 8:29 PM November 18, 2025 8:29 PM
10
বিশ্বই সকলো ধৰণৰ সন্ত্রাসবাদৰ প্ৰতি শূন্য সহনশীলতাৰ নীতি গ্ৰহণ কৰা উচিত বুলি ড০ এছ জয়শংকৰৰ প্ৰকাশ
বিশ্বই সকলো ধৰণৰ সন্ত্রাসবাদৰ প্ৰতি শূন্য সহনশীলতাৰ নীতি গ্ৰহণ কৰা উচিত বুলি বৈদেশিক পৰিক্ৰমা মন্ত্রী ড০ এছ জয়শংকৰে প্ৰকাশ কৰিছে। ৰাছিয়াৰ মস্কোত অনুষ্ঠিত চাংহাই সহযোগিতা সংস্থা এছ চি অ'ৰ চৰকাৰ প্ৰধানসকলৰ পৰিষদৰ বৈঠকত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে আজি এইদৰে মন্তব্য কৰে। ড° জয়শংকৰে কয় যে শেহতীয়া কেইটামা...