ৰাষ্ট্ৰীয়

February 15, 2025 6:14 PM

views 26

যুৱ প্ৰজন্মই স্পষ্টতা, স্থিতিস্থাপকতা আৰু উদ্দেশ্যবোধৰ প্ৰৱল চেতনা গঢ়ি তুলিব পাৰে : প্ৰধানমন্ত্ৰী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে আত্ম সচেতনতা আৰু মননশীলতাৰ জৰিয়তে যুৱ প্ৰজন্মই স্পষ্টতা, স্থিতিস্থাপকতা আৰু উদ্দেশ্যবোধৰ প্ৰৱল চেতনা গঢ়ি তুলিব পাৰে। ২০২৫ বৰ্ষৰ পৰীক্ষা পে চৰ্চাৰ পঞ্চম সংস্কৰণত প্রধানমন্ত্ৰীয়ে ছাত্ৰ-ছাত্ৰীৰ মনৰ চমৎকাৰীতা সন্দৰ্ভত আলোকপাত কৰে। তেওঁ কয় যে শৈক্ষিক উৎকর্ষতাই কে...

February 15, 2025 6:09 PM

views 27

মিউনিখ নিৰাপত্তা সন্মিলনত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰৰ অংশগ্ৰহণ

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে কালি নিশা জার্মানীত অনুষ্ঠিত মিউনিখ নিৰাপত্তা সন্মিলন সন্দৰ্ভত ইউক্রেইনৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী আন্দ্ৰী চিবিহাক সাক্ষাৎ কৰে। এই সাক্ষাৎকালত দুয়োগৰাকী নেতাই ইউক্রেইন সংঘাত সমাধানৰ দিশত চলি থকা প্ৰচেষ্টাৰ বিষয়েও আলোচনা কৰে। তেওঁলোকে ভাৰত ইউক্রেইন দ্বিপাক্ষিক...

February 15, 2025 11:37 AM

views 14

মহিলাসকলক ডাঙৰ সপোন দেখিবলৈ আৰু সপোন বাস্তৱায়িত কৰাৰ বাবে সাহস, শক্তি, ক্ষমতা আহৰণ কৰিবলৈ ৰাষ্ট্ৰপতিৰ আহ্বান

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে কয়, যে দেশৰ নাৰী শক্তি আকাংক্ষা, উপলব্ধি আৰু অৱদানৰ বাবে আগবাঢ়ি গৈছে। ৰাষ্ট্ৰপতিয়ে মহিলাসকলক ডাঙৰ সপোন দেখিবলৈ আৰু এই সপোন বাস্তৱায়িত কৰাৰ বাবে সাহস, শক্তি আৰু ক্ষমতা আহৰণ কৰিবলৈ আহ্বান জনায়। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে কালি কৰ্ণাটকৰ বেংগালুৰুত দা আৰ্ট অৱ লিভ...

February 15, 2025 11:36 AM

views 10

আমেৰিকা ভ্ৰমণ সামৰি নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পৰ আমন্ত্রণমৰ্মে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভ্ৰমণ সামৰি কালি নতুন দিল্লীত উপস্থিত হয়। ড’নাল্ড ট্রাম্পে দ্বিতীয়বাৰৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱাৰ পাছত শ্ৰীমোদীৰ এয়া আছিল প্ৰথম আমেৰিকা যুক্তৰাষ্ট্র ভ্রমণ। এই ভ্রমণকালত প্রধানমন্ত্র...

February 15, 2025 11:35 AM

views 16

ভাৰতৰ গণতন্ত্ৰ বিশ্বৰ আটাইতকৈ পুৰণি গণতন্ত্ৰ আৰু গণতন্ত্ৰত মত প্ৰকাশৰ স্বাধীনতা অতি গুৰুত্বপূৰ্ণঃ উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়

উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে কয়, যে ভাৰতৰ গণতন্ত্ৰ বিশ্বৰ আটাইতকৈ পুৰণি গণতন্ত্ৰ আৰু গণতন্ত্ৰত মত প্ৰকাশৰ স্বাধীনতা অতি গুৰুত্বপূৰ্ণ। শ্রীধনখড়ে কালি মধ্যপ্রদেশ ভ্ৰমণ কৰি ৰাষ্ট্ৰীয় ন্যায়িক একাডেমীত আয়োজিত এটা অনুষ্ঠানত অংশগ্ৰহণ কৰে। উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে এক পেড় মা কে নাম অভিযানৰ অধীনত এটা গছপুৰি ...

February 15, 2025 11:34 AM

views 13

পাকিস্তানৰ হৰনাইৰ শ্বাহৰাগত বোমা বিস্ফোৰণত ১১জন শ্রমিকৰ মৃত্যু

পাকিস্তানত, বালুচিস্তান প্রদেশৰ হৰনাইৰ শ্বাহৰাগ অঞ্চলত সংঘটিত এটা বোমা বিস্ফোৰণত কমেও ১১ জন শ্রমিকৰ মৃত্যু হোৱাৰ লগতে ৭ জন শ্রমিক গুৰুতৰভাৱে আঘাতপ্রাপ্ত হয়। বিভাগীয় সূত্ৰৰ তথ্য অনুসৰি কয়লাখনিত কাম কৰা শ্ৰমিক কঢ়িয়াই নিয়া এখন বাহন পথেৰে গৈ থাকোতেই বোমাটো বিস্ফোৰণ হয়। হাৰনাইৰ উপ-আয়ুক্ত হজৰত ৱাল...

February 15, 2025 11:33 AM

views 8

ভাৰত মহাসাগৰ সন্মিলনৰ সময়ত বাংলাদেশৰ বৈদেশিক পৰিক্ৰমা দপ্তৰৰ উপদেষ্টা মহম্মদ চৌহিদ হুছেইনৰে এছ জয়শংককৰৰ দ্বিপাক্ষিক বার্তালাপৰ সম্ভাৱনা

ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে মাস্কটত ১৬ ফেব্ৰুৱাৰীৰ পৰা হ'বলগীয়া দুদিনীয়া ভাৰত মহাসাগৰ সন্মিলনৰ সময়ত বাংলাদেশৰ বৈদেশিক পৰিক্ৰমা দপ্তৰৰ উপদেষ্টা মহম্মদ চৌহিদ হুছেইনৰ সৈতে দ্বিপাক্ষিক বার্তালাপত মিলিত হোৱাৰ সম্ভাৱনা আছে। ওমানৰ বিদেশ মন্ত্ৰী আৰু ভাৰতৰ বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী...

February 15, 2025 11:32 AM

views 18

এছিয়ান জুনিয়ৰ টীম স্কোৱাছ চেম্পিয়নশ্বিপত ভাৰতৰ ছোৱালী-ল’ৰা দুয়োটা দল ছেমি ফাইনেলত

হংকঙত চলি থকা এছিয়ান জুনিয়ৰ টীম স্কোৱাছ চেম্পিয়নশ্বিপত ভাৰতৰ ছোৱালী আৰু ল'ৰা দুয়োটা দলে ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। ভাৰতীয় ছোৱালী দলটোৱে পুল-বিত দ্বিতীয় স্থান দখল কৰি অন্তিম চাৰিটা দলত স্থান লাভ কৰিছে। পুল পৰ্যায়ত অনাহত সিঙে আটাইকেইখন খেলত জয়লাভ কৰে। ছোৱালী দলটোৱে আজি ছেমি ফাইনেলত ঘৰুৱা দল হং...

February 14, 2025 9:06 PM

views 35

ভাৰত শক্তি সপ্তাহ বিশ্বৰ দ্বিতীয় বৃহৎ শক্তি মঞ্চ হিচাপে প্ৰতিষ্ঠা লাভ কৰিছেঃ হৰদীপ সিং পুৰী

কেন্দ্ৰীয় পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী হৰদীপ সিং পুৰীয়ে আজি ভাৰত শক্তি সপ্তাহ বিশ্বৰ দ্বিতীয় বৃহৎ শক্তি মঞ্চ হিচাপে প্ৰতিষ্ঠা লাভ কৰিছে বুলি উল্লেখ কৰে। নতুন দিল্লীত অনুষ্ঠিত এই শক্তি সপ্তাহৰ সামৰণি সত্ৰত ভাষণ দি শ্ৰীপুৰীয়ে কয় যে এই মঞ্চ অন্য গোলকীয় শক্তি মঞ্চসমূহৰ পৰা পৃথকৰূপে বিবেচ...

February 14, 2025 9:02 PM

views 17

দিল্লীৰ যশোভূমিত ৪ দিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা ভাৰত শক্তি সপ্তাহ ২০২৫ৰ সামৰণি

নতুন দিল্লীৰ যশোভূমিত ৪ দিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা ভাৰত শক্তি সপ্তাহ ২০২৫ৰ আজি সামৰণি পৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১১ ফেব্ৰুৱাৰীত ভার্চুৱেল ব্যৱস্থাৰে এই সপ্তাহ শুভাৰম্ভ কৰিছিল। শক্তি খণ্ডৰ এয়া হৈছে গোলকীয় পৰ্যায়ৰ দ্বিতীয় সর্ববৃহৎ মঞ্চ। এই কার্যসূচীত বিভিন্ন দপ্তৰ, বিভিন্ন কোম্পানীৰ ম...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।