ৰাষ্ট্ৰীয়

February 17, 2025 12:25 PM

views 12

মাস্কাটত অষ্টম ভাৰতীয় সাগৰ সন্মিলনত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰৰ অংশগ্ৰহণ

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰে মৰিছাচ, মালদ্বীপ, নেপাল, ভূটান আৰু শ্ৰীলংকাৰ প্ৰতিপক্ষৰ সৈতে ওমানৰ ৰাজধানী মাস্কাটত অষ্টম ভাৰতীয় সাগৰ সন্মিলনত অংশগ্ৰহণ কৰে। এই সন্মিলনত ড° জয়শংকৰে মৰিছাচৰ প্ৰতিপক্ষ ড° ধনঞ্জয় ঋটিছ ৰামফুলৰ সৈতে হোৱা বৈঠকত দুয়োখন দেশৰ বন্ধুত্বৰ বিশেষ বান্ধোন আৰু অধিক শক্তিশ...

February 17, 2025 12:23 PM

views 12

দিল্লীত ৫৫সংখ্যক সঞ্চালক পৰ্যায়ৰ সীমা সহযোগিতা সন্মিলন

দিল্লীত বি এছ এফৰ উদ্যোগত কাইলৈৰ পৰা অহা ২০ ফেব্ৰুৱাৰীলৈ সীমান্ত সুৰক্ষা বাহিনী আৰু বাংলাদেশৰ সীমান্তৰক্ষী বি জি বিৰ মাজত ৫৫ সংখ্যক সঞ্চালক পৰ্যায়ৰ সীমা সহযোগিতা সন্মিলন অনুষ্ঠিত হ'ব। এই সন্মিলনৰ সময়ত বি এছ এফৰ সঞ্চালকপ্রধান দলজিৎ সিং চৌধাৰীৰ নেতৃত্বত ভাৰতৰ বি এছ এফৰ প্ৰতিনিধি দলে বি জি বিৰ সঞ্চাল...

February 17, 2025 12:22 PM

views 8

মহাকুম্ভমেলাৰ সময়ত যাত্ৰীসকলৰ সুবিধাৰ অৰ্থে ৪খন নতুন বিশেষ ৰে’লৰ চলাচলৰ ব্যৱস্থা

যাত্ৰীসকলৰ সুবিধাৰ অৰ্থে মহাকুম্ভ মেলাৰ সময়ত উত্তৰ ৰে'লৱে অতিৰিক্ত ভিৰ দূৰ কৰিবলৈ কালি ৪ খন নতুন বিশেষ যাত্ৰীবাহী ৰে'লৰ চলাচলৰ ব্যৱস্থা কৰে। উত্তৰ ৰে'লৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া হিমাংশু শেষৰ উপাধ্যায়ে জনায় যে ৪ খন ৰে'লৰ ভিতৰত এখন ৰে'ল আনন্দ বিহাৰ ৰে'লৱে ষ্টেচনৰ পৰা আৰু বাকী তিনিখন নতুন দিল্লী...

February 16, 2025 9:08 PM

views 17

নতুন দিল্লীৰ ৰে’ল ষ্টেচনত পদপিষ্ট হৈ কেইবাজনো লোক নিহত ঘটনাৰ ৰে’ল বিভাগৰ তদন্ত আৰম্ভ

নতুন দিল্লীৰ ৰে'ল ষ্টেচনত যোৱা নিশা হেঁচা ঠেলাৰ ফলত পদপিষ্ট হৈ কেইবাজনো লোক নিহত হোৱা ঘটনাৰ ৰে'ল বিভাগে নিজাববীয়া তদন্ত আৰম্ভ কৰিছে। উত্তৰ ৰে'লৱেৰ মুখ্য জন সম্পৰ্কৰক্ষী বিষয়া হিমাংশু শেখৰ উপাধ্যায়ে এই ঘটনাত শিশু-মহিলাসহ ১৮ গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে ১৩ গৰাকী লোক আহত হোৱা বুলি প্ৰকাশ কৰিছে। ঘটনা...

February 16, 2025 9:03 PM

views 55

ভাৰতৰ সাংস্কৃতিক বিচিত্ৰতা দেশখনৰ বিভিন্ন প্ৰান্তৰ বস্ত্ৰত প্ৰতিফলিত হয়ঃ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, যে ভাৰতৰ সাংস্কৃতিক বিচিত্ৰতা দেশখনৰ বিভিন্ন প্ৰান্তৰ বস্ত্ৰত প্ৰতিফলিত হয়। নতুন দিল্লীৰ ভাৰত মণ্ডপমত আজি ভাৰত টেক্স-২০২৫ অনুষ্ঠানত সমবেত লোকসকলক সম্বোধন কৰি শ্ৰীমোদীয়ে কয়, যে ফার্ম অর্থাৎ পাম, ফাইবাৰ অৰ্থাৎ সূতা, ফেব্রিক অর্থাৎ বস্ত্র, ফেচন অৰ্থাৎ শৈলী আৰু ফৰে...

February 16, 2025 8:50 PM

views 15

মুম্বাইৰ এটা অগ্নিকাণ্ডত দুগৰাকী মহিলা নিহত

মুম্বাইত আজি পুৱা হোৱা এটা অগ্নিকাণ্ডত উশাহ বন্ধ হৈ দুগৰাকী মহিলা নিহত হোৱাৰ লগতে আন দুগৰাকী মহিলা আহত হয়। দক্ষিণ মুম্বাইৰ মছজিদ বন্দৰ অঞ্চলৰ পান্না আলী মেনচন নামৰ কেইবামহলীয়া ভৱনটোৰ একাদশ মহলাত এই অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। চিকিৎসালয়ত ভৰ্তি হৈ থকা আহত লোকসকল বর্তমান বিপদমুক্ত বুলি জানিব পৰা গৈ...

February 16, 2025 8:46 PM

views 25

গুজৰাটৰ স্থানীয় নিকায়সমূহৰ নিৰ্বাচনৰ ভোটগ্রহণ শান্তিপূর্ণভাৱে সম্পন্ন

গুজৰাটৰ স্থানীয় নিকায়সমূহৰ নিৰ্বাচনৰ ভোটগ্রহণ আজি শান্তিপূর্ণভাৱে সম্পন্ন হয়। নির্বাচন আয়োগে নির্বাচন সুকলমে অনুষ্ঠিত কৰাৰ উদ্দেশ্যে ভোটগ্রহণ কেন্দ্ৰসমূহত বিশেষ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হয়। পুৱা ৭ বজাত আৰম্ভ হোৱা ভোটগ্রহণ সন্ধিয়া ৬ বজালৈ অব্যাহত থাকে। অহা মঙলবাৰে ভোটগণনা কৰা হ'ব। জুনাগড় প...

February 16, 2025 11:22 AM

views 12

দিল্লীত আম আদমী পাৰ্টীৰ তিনিগৰাকী পাৰিষদৰ বিজেপিত যোগদান

দিল্লীত কালি আম আদমী পাৰ্টীৰ তিনিগৰাকী পাৰিষদে বিজেপিত যোগদান কৰে। ইয়াৰ লগে লগে বিজেপি দিল্লী পৌৰ নিগমত একক সংখ্যা গৰিষ্ঠ দলৰূপে পৰিগণিত হয়। দিল্লী পৌৰ নিগমৰ মেয়ৰৰ বাবে অহা এপ্ৰিলত নির্বাচন অনুষ্ঠিত হোৱাৰ কথা। উল্লেখযোগ্য যে আম আদমী পাৰ্টীয়ে ২০২৪ চনৰ নৱেম্বৰত অনুষ্ঠিত মেয়ৰৰ নিৰ্বাচনত তিনিটা ভোট...

February 16, 2025 11:18 AM

views 36

নতুন দিল্লী ৰে’লৱে ষ্টেচনত হেঁচা-ঠেলা সদৃশ ঘটনাত ১০ জনতকৈ অধিক লোক আহত

নতুন দিল্লী ৰে'লৱে ষ্টেচনত কালি বিয়লি হেঁচা-ঠেলা সদৃশ ঘটনাত ১০ জনতকৈ অধিক লোক আহত হয়। আহতসকলক চিকিৎসাৰ বাবে হাস্পতালত ভৰ্তি কৰোৱা হৈছে বুলি ৰে'ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে প্ৰকাশ কৰিছে। যাত্ৰীৰ আকস্মিক ভীৰৰ বাবে এই ঘটনা হোৱা বুলি উল্লেখ কৰি ৰে'ল মন্ত্ৰীগৰাকীয়ে কৈছে, যে হেঁচা-ঠেলাৰ ঘটনাৰ এটা উচ্চ পৰ্...

February 16, 2025 11:02 AM

views 32

প্ৰয়াগৰাজৰ সংগমৰ পাৰৰ মহাকুম্ভত প্ৰকৃতি আৰু পক্ষী উৎসৱ ২০২৫ ৰ আয়োজন

প্ৰয়াগৰাজৰ সংগমৰ পাৰৰ মহাকুম্ভত আজি প্ৰকৃতি আৰু পক্ষী উৎসৱ ২০২৫ ৰ আয়োজন কৰা হৈছে। আমাৰ সংবাদদাতাই জনোৱা মতে বিশ্বাস আৰু সংৰক্ষণৰ প্ৰতীক ৰূপে ডাউক প্ৰজাতিৰ ইণ্ডিয়ান স্কীমাৰ নামৰ চৰাইবিধক এই উৎসৱৰ শুভংকৰ ৰূপে বাচনি কৰা হৈছে। উত্তৰ প্ৰদেশৰ গংগা, যমুনা আৰু সম্বল নদীত এই প্ৰজাতিবিধৰ প্ৰায় এহেজাৰটা চৰ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।