ৰাষ্ট্ৰীয়

February 20, 2025 8:16 PM

views 29

ভাৰত মণ্ডপমত কাইলৈ প্রধানমন্ত্ৰী মোদীয়ে ছ’ল লীডাৰশ্বিপ শীৰ্ষ সন্মিলনৰ প্ৰথম সংস্কৰণ মুকলি কৰিব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ নতুন দিল্লীৰ ভাৰত মণ্ডপমত ছ’ল লীডাৰশ্বিপ শীৰ্ষ সন্মিলনৰ প্ৰথম সংস্কৰণ মুকলি কৰিব। এই সন্মিলনত ভূটানৰ প্ৰধানমন্ত্ৰী ডাশ্বো ছেৰিং টোবগেই মুখ্য অতিথি হিচাপে মূল ভাষণ প্ৰদান কৰিব। এই দুদিনীয়া সন্মিলনে ৰাজনীতি, ক্রীড়া, কলা আৰু সংবাদ মাধ্যম, আধ্যাত্মিক জগত, ৰাজহুৱা ন...

February 20, 2025 8:13 PM

views 33

দিল্লীত এন ডি এৰ মুখ্যমন্ত্ৰী আৰু উপ-মুখ্যমন্ত্ৰীসকলৰ বৈঠকত প্রধানমন্ত্ৰী মোদীৰ অধ্যক্ষতা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত এন ডি এৰ মুখ্যমন্ত্ৰী আৰু উপ-মুখ্যমন্ত্ৰীসকলৰ এখন বৈঠকত অধ্যক্ষতা কৰে। কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহ, ৰাজনাথ সিং আৰু জে পি নড্ডাও এই বৈঠকত উপস্থিত থাকে। বৈঠকত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেবেন্দ্ৰ ফাড়নবিচ তথা উপ-মুখ্যমন্ত্রীদ্বয় একনাথ সিন্দে আৰু অজিত পা...

February 20, 2025 8:01 PM

views 33

অৰুণাচল প্ৰদেশ আৰু মিজোৰামৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে ৰাষ্ট্ৰপতি মুৰ্মুৰ ৰাজ্য দুখনৰ জনসাধাৰণলৈ শুভেচ্ছা

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে অৰুণাচল প্ৰদেশ আৰু মিজোৰামৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে ৰাজ্য দুখনৰ জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ৰাষ্ট্ৰপতিগৰাকীয়ে দুয়োখন ৰাজ্যৰ বৰ্ণাঢ্য সাংস্কৃতিক ঐতিহ্য আছে বুলি উল্লেখ কৰে। জনসাধাৰণে এই অনবদ্য প্ৰাকৃতিক সম্পদ তথা সাংস্কৃকি ঐতিহ্যৰ স...

February 20, 2025 7:57 PM

views 32

দিল্লীৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰা ৰেখা গুপ্তাক প্রধানমন্ত্ৰী মোদীৰ অভিনন্দন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিল্লীৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ বাবে ৰেখা গুপ্তাক অভিনন্দন জনায়। সামাজিক মাধ্যমযোগে দিয়া এটা পোষ্টত শ্রীমোদীয়ে কয়, যে শ্রীমতী গুপ্তা এগৰাকী তৃণমূল পৰ্য্যায়ৰ পৰা উঠি অহা নেতা। কেম্পাছৰ ৰাজনীতি, ৰাজ্যিক সংগঠন আৰু পৌৰ প্ৰশাসনতো তেওঁ সক্ৰিয় আছিল। দিল্লীৰ ন...

February 20, 2025 7:41 PM

views 45

দিল্লীৰ নতুন মুখ্যমন্ত্ৰী হিচাপে ৰেখা গুপ্তাৰ শপত গ্ৰহণ

বিজেপি নেত্ৰী ৰেখা গুপ্তাই আজি দিল্লীৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। দিল্লী বিধানসভাৰ সদ্যসমাপ্ত নিৰ্বাচনত শালিমাৰবাগ সমষ্টিৰ পৰা জয়লাভ কৰা নেত্ৰীগৰাকীয়ে নতুন দিল্লীৰ ঐতিহাসিক ৰামলীলা ময়দানত আয়োজিত এটা আড়ম্বৰপূৰ্ণ অনুষ্ঠানত পদ আৰু গোপনীয়তা ৰক্ষাৰ শপত লয়। উপ-ৰাজ্যপাল বিনয় কুমাৰ ছাক্...

February 20, 2025 7:26 AM

views 12

মধ্যপ্ৰদেশৰ বালাঘাট জিলাত আৰক্ষী বাহিনীৰে হোৱা সংঘৰ্ষত ৩গৰাকী নক্সালবাদী নিহত

মধ্যপ্ৰদেশৰ বালাঘাট জিলাত কালি হক বাহিনী আৰু জিলা আৰক্ষী বাহিনীৰ সৈতে হোৱা এটা সংঘৰ্ষত তিনিগৰাকী নক্সালবাদী নিহত হয়। নিহত আটাইকেইগৰাকী নক্সালবাদী মহিলা। গাঢ়ী থানাৰ অন্তৰ্গত ছুপখাৰ বনাঞ্চলিক কার্যালয়ৰ ৰৌণ্ডা বন শিবিৰৰ সমীপত এই ঘটনা সংঘটিত হয়। অভিযানকাৰী দলে নিহত নক্সালবাদীৰ দলটোৰ পৰা এটা INSAS ৰা...

February 20, 2025 7:22 AM

views 32

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰৰ দক্ষিণ আফ্ৰিকালৈ যাত্ৰা

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰ দক্ষিণ আফ্ৰিকাৰ আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক আৰু সহযোগিতা মন্ত্ৰী ৰোনাল্ড লামোলাৰ আমন্ত্ৰণ মৰ্মে জি-২০ ৰাষ্ট্ৰগোষ্ঠীৰ বিদেশ মন্ত্ৰীসকলৰ বৈঠকত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে আজি দুদিনীয়া ভ্রমণসূচীৰে জোহান্সবাৰ্গলৈ বুলি ৰাওনা হ'ব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে...

February 20, 2025 7:13 AM

views 13

আজিৰে পৰা মহাৰাষ্ট্ৰৰ পুণেত নৱম এছিয়া অর্থনৈতিক আলোচনা

নৱম এছিয়া অর্থনৈতিক আলোচনা আজিৰে পৰা মহাৰাষ্ট্ৰৰ পুণেত অনুষ্ঠিত হ'ব। এছিয়া অর্থনৈতিক আলোচনা বিদেশ পৰিক্ৰমা মন্ত্ৰালয়ৰ ভূ-অর্থনীতি বিষয়ক ট্রেক ওৱান পইণ্ট ফাইভ শীর্ষক বার্ষিক ধবজাবাহী আলোচনাৰ অংশ। পুণে আন্তঃৰাষ্ট্ৰীয় কেন্দ্ৰৰ সহযোগত এই তিনিদিনীয়া আলোচনাৰ আয়োজন কৰা হৈছে। এই আলোচনাৰ মূল বিষয়বস্ত...

February 20, 2025 7:09 AM

views 12

কাইলৈ ছ’ল লীডাৰশ্বিপ শীৰ্ষ সন্মিলনৰ প্রথম সংস্কৰণ মুকলি কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ নতুন দিল্লীৰ ভাৰত মণ্ডপমত ছ'ল লীডাৰশ্বিপ শীৰ্ষ সন্মিলনৰ প্রথম সংস্কৰণ মুকলি কৰিব। এই সন্মিলনত ভূটানৰ প্ৰধানমন্ত্ৰী ডাশ্বো ছেৰিং টোবগেই মুখ্য অতিথি হিচাপে মূল ভাষণ প্ৰদান কৰিব। এই দুদিনীয়া সন্মিলনে ৰাজনীতি, ক্রীড়া, কলা আৰু সংবাদ মাধ্যম, আধ্যাত্মিক জগত, ৰাজহুৱা ন...

February 20, 2025 7:03 AM

views 20

দিল্লীৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব ৰেখা গুপ্তাই

ৰেখা গুপ্তাই আজি নতুন দিল্লীৰ ঐতিহাসিক ৰামলীলা ময়দানত দিল্লীৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। ৰেখা গুপ্তা – সুষমা স্বৰাজ, শীলা দীক্ষিত আৰু আতিশীৰ পাছত দিল্লীৰ চতুৰ্থগৰাকী মহিলা মুখ্যমন্ত্ৰী হ'ব। কালি বিয়লি দিল্লী বিজেপিৰ বিধায়িনী দলৰ নেত্ৰী হিচাপে বাছনি লাভ কৰাৰ পাছত ৰেখা গুপ্তাই উপ-ৰাজ্...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।