ৰাষ্ট্ৰীয়

February 21, 2025 11:18 AM

views 11

উত্তৰ-পূৰ্বাঞ্চলৰ আঠোখন ৰাজ্যক ২০২৭ চনৰ ভিতৰত ৰে’ল আৰু বিমান সেৱাৰে দিল্লীৰ সৈতে সংযুক্ত কৰা হ’বঃ অমিত শ্বাহ

উত্তৰ-পূৰ্বাঞ্চলৰ আঠোখন ৰাজ্যক ২০২৭ চনৰ ভিতৰত ৰে'ল আৰু বিমান সেৱাৰে দিল্লীৰ সৈতে সংযুক্ত কৰা হ'ব বুলি কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে প্রকাশ কৰিছে। নতুন দিল্লীত কালি একতা উৎসৱ- এটা কণ্ঠ, এখন ৰাষ্ট্ৰত ভাষণ দি শ্রীশ্বাহে কয়, যে কেন্দ্ৰীয় চৰকাৰে পৰ্যটনৰ পৰা প্ৰযুক্তিলৈ, ক্ৰীড়াৰ পৰা মহাকাশলৈ প্ৰতিট...

February 21, 2025 11:16 AM

views 13

মহাকুম্ভমেলাৰ অন্তিম সপ্তাহত যাত্ৰীৰ সমাগম নিয়ন্ত্ৰণৰ বাবে ভাৰতীয় ৰে’লৱেৰ বিশেষ ব্যৱস্থা

ভাৰতীয় ৰে'লৱেই মহাকুম্ভ মেলাৰ অন্তিম সপ্তাহত যাত্ৰীৰ সমাগম নিয়ন্ত্ৰণৰ বাবে বিশেষ তৎপৰতা গ্ৰহণ কৰিছে। ইয়াৰ বাবে বিভিন্ন ষ্টেচনত প্লেটফৰ্মৰ বাহিৰত আছুতীয়া অঞ্চলৰ ব্যৱস্থা কৰা হৈছে। যাৰ দ্বাৰা যাত্ৰীৰ অহা-যোৱা আৰু ভিৰ নিয়ন্ত্ৰণ কৰিব পৰা যাব। ৰে'লৰ নিৰ্ধাৰিত সময় অনুসৰিহে যাত্ৰীসকলক প্লেটফৰ্মত প্ৰৱ...

February 21, 2025 11:12 AM

views 11

কৃত্রিম বুদ্ধিমত্তা আৰু বৈদ্যুতিক বাহন, মহাকাশ, ড্র’ন বা সেউজ হাইড্ৰ’জেনৰ পাৰ্থক্যমূলক বিকাশে ভূ-ৰাজনৈতিক প্ৰভাৱৰ দিশবোৰ স্পষ্ট কৰেঃ ড০ এছ জয়শংকৰ

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰে বিশ্বৰ ভূ-ৰাজনৈতিক পৰিস্থিতিৰ জটিলতা, কেন্দ্ৰীভূত যোগান শৃংখলা, ব্যৱসায় আৰু বাণিজ্যক অস্ত্ৰ হিচাপে ব্যৱহাৰ তথা তথ্য প্ৰৱাহৰ স্বচ্ছতাক লৈ উদ্বিগ্নতা প্ৰকাশ কৰিছে। দক্ষিণ আফ্ৰিকাৰ জোহান্সবার্গত অনুষ্ঠিত জি-টুৱেণ্টি বিদেশ মন্ত্রী সন্মিলনত কালি তেওঁ কয়, যে কৃত্র...

February 21, 2025 11:11 AM

views 9

কংগ্ৰেছে দেশৰ নিৰ্বাচন প্ৰক্ৰিয়াক প্ৰভাৱিত কৰাৰ বাবে ষড়যন্ত্ৰ, বিদেশী ধন ব্যৱহাৰৰ অভিযোগ বিজেপিৰ

কংগ্ৰেছে দেশৰ নিৰ্বাচন প্ৰক্ৰিয়াক প্ৰভাৱিত কৰাৰ বাবে ষড়যন্ত্ৰ ৰচনা কৰা আৰু বিদেশী ধন ব্যৱহাৰ কৰা বুলি বিজেপিয়ে অভিযোগ উত্থাপন কৰিছে। নতুন দিল্লীত কালি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত দলৰ জ্যেষ্ঠ নেতা ৰবীশংকৰ প্ৰসাদে এই বুলি দাবী কৰে যে, ভাৰতলৈ ইউ এছ এইড পুঁজি যোগান সন্দৰ্ভত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰা...

February 21, 2025 11:09 AM

views 13

আই চি চি চেম্পিয়নছ ট্রফী ক্রিকেট প্রতিযোগিতাত জয়েৰে অভিযান আৰম্ভ ভাৰতৰ, বাংলাদেশক ৬ উইকেটত পৰাস্ত

ভাৰতে আই চি চি চেম্পিয়নছ ট্রফী ক্রিকেট প্রতিযোগিতাত জয়েৰে অভিযান আৰম্ভ কৰিছে। ভাৰতে যোৱানিশা ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্রিকেট ষ্টেডিয়ামত অনুষ্ঠিত প্রতিযোগিতাৰ গ্ৰুপ এৰ এখন খেলত বাংলাদেশক ৬ উইকেটত পৰাস্ত কৰে। খেলখনত বাংলাদেশে টছত জিকি প্রথমে বেট ধৰাৰ সিদ্ধান্ত লৈ ৪৯ অভাৰ আৰু ৪টা বলত আটাইকেইটা উইকেট হ...

February 21, 2025 11:07 AM

views 9

দোহাত অনুষ্ঠিত চতুর্দশ এছিয়ান স্নুকাৰ প্ৰতিযোগিতাত পংকজ আদৱানীৰ খিতাপ দখল

পংকজ আদৱানীয়ে দোহাত অনুষ্ঠিত চতুর্দশ এছিয়ান স্নুকাৰ প্ৰতিযোগিতাৰ খিতাপ দখল কৰিছে। খেলুৱৈগৰাকীয়ে এই জয়ৰ সুবাদত একেটা ক্রীড়াবৰ্ষত ৰাষ্ট্ৰীয়, এছিয়ান আৰু বিশ্ব স্নুকাৰ চেম্পিয়নশ্বিপৰ খিতাপ দখল কৰি অভূতপূর্ব সাফল্য অর্জন কৰাৰ দিশে অগ্ৰসৰ হৈছে। বিলিয়াৰ্ডছত ইতিমধ্যে এই কৃতিত্ব অৰ্জন কৰা খেলুৱৈগৰাক...

February 20, 2025 8:24 PM

views 31

ভাৰত বিশ্বৰ পঞ্চম বৃহত্তম আৰু দ্ৰুত গতিত বৃদ্ধি পোৱা অৰ্থনীতিঃ ৰাজ্যিক উদ্যোগ মন্ত্ৰী শোভা কাৰাণ্ডোলাজ

মিজোৰামত কেন্দ্ৰীয় ক্ষুদ্র, লঘু আৰু মজলীয়া উদ্যোগৰ ৰাজ্যিক মন্ত্রী শোভা কাৰাণ্ডোলাজে কয়, যে ভাৰত বিশ্বৰ পঞ্চম বৃহত্তম আৰু দ্ৰুত গতিত বৃদ্ধি পোৱা অৰ্থনীতি। আজি বিয়লি আইজলত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে, বিগত ১০ বছৰত দেখা পোৱা সুশাসনৰ বাবেই দেশৰ অর্থনীতি দ্রুত গতি...

February 20, 2025 8:23 PM

views 22

দেশৰ মুখ্য অর্থনৈতিক উপদেষ্টা ড০ ভি অনন্ত নাগেশ্বৰণৰ কাৰ্য্যকাল ২০২৭ চনৰ মাৰ্চলৈ বৃদ্ধি

দেশৰ মুখ্য অর্থনৈতিক উপদেষ্টা ড০ ভি অনন্ত নাগেশ্বৰণৰ কাৰ্য্যকাল ২০২৭ চনৰ মাৰ্চ মাহলৈ বৃদ্ধি কৰা হৈছে। বিত্ত মন্ত্ৰ্যালয়ে আজি এই সম্পর্কে এখন নিৰ্দেশনা জাৰি কৰে। ড০ ভি অনন্ত নাগেশ্বৰণে ২০২২ চনৰ জানুৱাৰীত মুখ্য অর্থনৈতিক উপদেষ্টা হিচাপে কাৰ্য্যভাৰ গ্ৰহণ কৰিছিল৷

February 20, 2025 8:20 PM

views 20

২০১৪ চনৰে পৰা উত্তৰ পূৰ্বাঞ্চলত কমেও চাৰে ১০ হাজাৰ যুৱকে অস্ত্ৰ সম্বৰণ কৰি মূল সূতিলৈ ঘূৰি আহিছেঃ গৃহমন্ত্ৰী

কেন্দ্রীয় গৃহ মন্ত্ৰী অমিত শ্বাহে কয়, যে ২০১৪ চনৰে পৰা উত্তৰ পূৰ্বাঞ্চলত কমেও চাৰে ১০ হাজাৰ যুৱকে অস্ত্ৰ সম্বৰণ কৰি মূল সূতিলৈ ঘূৰি আহিছে। নতুন দিল্লীত আয়োজিত একতা উৎসৱ–এটা কণ্ঠ এটা জাতি অনুষ্ঠানত অংশগ্ৰহণ কৰি মন্ত্ৰী শ্ৰীশ্বাহে কয়, যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ পূৰ্বাঞ্চলক সমগ্রে দেশত...

February 20, 2025 8:18 PM

views 35

জোহান্সবার্গত উপস্থিত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰ

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে জি-২০ বৈদেশিক মন্ত্ৰীসকলৰ বৈঠকত অংশগ্ৰহণ কৰিবলৈ দক্ষিণ আফ্ৰিকাৰ জোহান্সবার্গত উপস্থিত হৈছে। জি টুৱেণ্টি বৈদেশিক মন্ত্ৰীসকলৰ বৈঠকত ড০ এছ জয়শংকৰৰ অংশগ্রহণে জি টুৱেণ্টি দেসসমূহৰ সৈতে ভাৰতৰ সংযোগ শক্তিশালী কৰিব আৰু এই গুৰুত্বপূৰ্ণ মঞ্চত গোলকীয় দক্ষিণৰ কণ্ঠক শক্ত...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।