ৰাষ্ট্ৰীয়

December 22, 2025 7:49 PM

views 16

কেন্দ্ৰীয় চৰকাৰৰ আৰাৱলী পৰ্বতৰ সংৰক্ষণৰ বাবে আৰাৱলী সেউজ দেৱাল প্ৰকল্পৰ প্ৰয়াসৰ বিষয়টোত উচ্চতম ন্যায়ালয়ৰ স্বীকৃতি

কেন্দ্ৰীয় পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন দপ্তৰৰ মন্ত্ৰী ভূপেন্দ্ৰ যাদৱে আজি কৈছে যে, উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰৰ আৰাৱলী পৰ্বতৰ সংৰক্ষণৰ বাবে আৰাৱলী সেউজ দেৱাল প্ৰকল্পৰ প্ৰয়াসৰ বিষয়টো স্বীকৃতি দিছে। নতুন দিল্লীত আজি সংবাদ মাধ্যমৰ আগত মন্ত্ৰীগৰাকীয়ে কয় যে ৰাষ্ট্ৰীয় ৰাজধানী ক্ষেত্ৰকে ধৰ...

December 22, 2025 8:10 PM

views 12

ভাৰত আৰু বিশ্ব স্বাস্থ্য সংস্থাই গোলকীয় স্বাস্থ্য যতন খণ্ডত ভাৰতীয় পৰম্পৰাগত ঔষধ চিকিৎসাৰ ক্ষেত্ৰত উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰিছে

ভাৰত আৰু বিশ্ব স্বাস্থ্য সংস্থাই গোলকীয় স্বাস্থ্য যতন খণ্ডত ভাৰতীয় পৰম্পৰাগত ঔষধ চিকিৎসাৰ ক্ষেত্ৰত এটা উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰিছে। আয়ুষ মন্ত্ৰালয় আৰু বিশ্ব স্বাস্থ্য সংস্থাই এই সন্দৰ্ভত নতুন দিল্লীত দুদিনীয়া বিশেষ বৈঠকৰ আয়োজন কৰে। বৈঠকত স্বাস্থ্য যতনৰ ক্ষেত্ৰত পৰম্পৰাগত ঔষধক আন্তৰাষ্ট্ৰীয...

December 22, 2025 7:54 PM

views 18

প্রধানমন্ত্ৰী মোদীৰ নেতৃত্বত বিগত এঘাৰ বছৰত দেশত স্বাস্থ্য খণ্ডত উল্লেখযোগ্য ৰূপান্তৰ হৈছে

স্বাস্থ্য আৰু পৰিয়াল কল্যান দপ্তৰৰ ৰাজ্যমন্ত্ৰী অনুপ্রিয়া পেটেলে কৈছে যে, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিগত ১১ বছৰত দেশত স্বাস্থ্য খণ্ডত উল্লেখযোগ্য ৰূপান্তৰ হৈছে। তেওঁ কয় যে কেন্দ্ৰীয় চৰকাৰে সমগ্ৰ দেশতে প্ৰাথমিকৰ পৰা স্বাস্থ্য যতন ব্যৱস্থাক তিনি গুণ ৰূপান্তৰ সাধন কৰিছে। নতুন দিল্লীৰ বৰ...

December 22, 2025 11:52 PM

views 13

ডি আৰ ডি অ’ আৰু ৰাষ্ট্ৰীয় সুৰক্ষা বিশ্ববিদ্যালয়ৰ প্ৰতিৰক্ষা আৰু আভ্যন্তৰীণ সুৰক্ষাৰ সহযোগিতাৰ বাবে চুক্তিত স্বাক্ষৰ

প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা ডি আৰ ডি অ' আৰু ৰাষ্ট্ৰীয় সুৰক্ষা বিশ্ববিদ্যালয়ে প্ৰতিৰক্ষা আৰু আভ্যন্তৰীণ সুৰক্ষাৰ ক্ষেত্ৰত গৱেষণা শিক্ষা, প্রশিক্ষণ আৰু প্ৰযুক্তিগত সহযোগিতাৰ বাবে এখন চুক্তি স্বাক্ষৰ কৰিছে। নতুন দিল্লীত আজি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ উপস্থিতিত বিশিষ্ট বিজ্ঞানী আৰু প্ৰতিৰ...

December 23, 2025 12:02 AM

views 12

শক্তি স্কলাৰ্ছ শীৰ্ষক জলপানি প্ৰদানৰ ব্যৱস্থা ৰাষ্ট্ৰীয় মহিলা আয়োগৰ

ৰাষ্ট্ৰীয় মহিলা আয়োগে যুৱ গৱেষকসকলক জলপানি প্রদানেৰে মহিলাৰ সমস্যা সম্পৰ্কীয় বিষয়ত গৱেষণাৰ বাবে শক্তি স্কলাৰ্ছ শীৰ্ষক জলপানি প্ৰদানৰ ব্যৱস্থা কৰিছে। ইয়াৰ অধীনত মহিলাৰ সুৰক্ষা আৰু মর্যাদা, লিংগভিত্তিক হিংসা, মহিলাৰ আইনী অধিকাৰ আৰু আইনী সুবিধাৰ লভ্যতা, চাইবাৰ সুৰক্ষা, স্বাস্থ্য আৰু পৰিপুষ্টি. অর্...

December 22, 2025 12:23 PM

views 41

গণিতজ্ঞ শ্ৰীনিবাস ৰামানুজনৰ জয়ন্তী উপলক্ষে সমগ্র দেশতে আজি ৰাষ্ট্ৰীয় গণিত দিৱস উদযাপন

ভাৰতৰ এগৰাকী বিশিষ্ট তথা সমগ্ৰ বিশ্বতে স্বীকৃত গণিতজ্ঞ শ্ৰীনিবাস ৰামানুজনৰ জয়ন্তী উপলক্ষে সমগ্র দেশতে আজি ৰাষ্ট্ৰীয় গণিত দিৱস উদযাপন কৰা হয়। বৈজ্ঞানিক প্ৰগতি আৰু দৈনন্দিন জীৱন যাত্ৰাত গণিতৰ গুৰুত্বৰ দিশটোত আলোকপাত কৰি শিক্ষানুষ্ঠান, গৱেষণা প্ৰতিষ্ঠান আৰু শৈক্ষিক মঞ্চসমূহত গণিতৰ এই দিৱস ব্যাপকভাৱে ...

December 22, 2025 12:22 PM

views 12

অৰুণাচল প্ৰদেশৰ স্থানীয় নিকায়ৰ নিৰ্বাচনত শাসনাধিস্থিত বিজেপিৰ বৃহৎ জয়

অৰুণাচল প্ৰদেশৰ স্থানীয় নিকায়ৰ নিৰ্বাচনত শাসনাধিস্থিত বিজেপিয়ে বৃহৎ জয় সাব্যস্ত কৰিছে। যোৱা ১৫ ডিচেম্বৰত অনুষ্ঠিত নিৰ্বাচনত জিলা পৰিষদ আৰু গাঁও পঞ্চায়তৰ গৰিষ্ঠসংখ্যক আসন বিজেপিয়ে লাভ কৰিছে। দলটোৱে লগতে ইটানগৰ পৌৰ নিগমৰ নিৰ্বাচনত ২০ টা ৱাৰ্ডৰ ভিতৰত ১৪ টাতে জয়লাভ কৰিছে। অৱশ্যে পাচিঘাট পৌৰ পৰিষদ...

December 22, 2025 12:21 PM

views 7

আৰাৱলীৰ পৰিৱেশতন্ত্ৰ ধ্বংস হোৱাৰ বাতৰিক নস্যাৎ কৰি আৰাৱলীৰ পৰিৱেশতন্ত্ৰ সম্পূৰ্ণৰূপে অটুট থকা বুলি চৰকাৰৰ নিশ্চিতি

আৰাৱলীৰ পৰিৱেশ তন্ত্ৰ ধ্বংস হোৱাৰ ভিত্তিহীন উৰাবাতৰিক নস্যাৎ কৰি চৰকাৰে আৰাৱলীৰ পৰিৱেশ তন্ত্ৰ সম্পূৰ্ণৰূপে অটুট থকা বুলি নিশ্চিত কৰে। এটা প্ৰেছ বিজ্ঞপ্তিত পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ে কয়, যে বনানিকৰণ, জৈৱ সংবেদনশীল অঞ্চলৰ ঘোষণা আৰু খনন তথা নগৰীয়া কাৰ্যকলাপৰ কঠোৰ নীৰিক্ষণৰ বাবে আৰাৱল...

December 22, 2025 12:19 PM

views 14

বাংলাদেশৰ চট্টগ্ৰামত থকা ভাৰতীয় ভিছা আবেদন কেন্দ্ৰৰ সকলো কামকাজ বন্ধ

বাংলাদেশত থকা ভাৰতৰ সহকাৰী উচ্চায়োগৰ সমীপত শেহতীয়াকৈ হোৱা ঘটনাৰ পৰিপ্ৰেক্ষিতত সুৰক্ষা ব্যৱস্থা বৃদ্ধি কৰাৰ মাজতে কালিৰে পৰা চট্টগ্ৰামত থকা ভাৰতীয় ভিছা আবেদন কেন্দ্ৰৰ সকলো কামকাজ বন্ধ কৰি দিয়া হৈছে। কেন্দ্ৰটোৱে প্ৰকাশ কৰা বিবৃতি অনুসৰি পৰৱৰ্তী নির্দেশ নিদিয়া পর্যন্ত চট্টগ্রাম কেন্দ্ৰৰ পৰা সকলো ধ...

December 22, 2025 12:18 PM

views 50

বিকশিত ভাৰত জি ৰাম জী বিধেয়ক ২০২৫ত ৰাষ্ট্ৰপতি দ্রৌপদী মুর্মুৰ অনুমোদন

গ্রাম্য নিয়োগ নীতি পৰিৱৰ্তনৰ ক্ষেত্ৰত উল্লেখযোগ্য মাইলৰ খুঁটি হিচাপে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মুৱে কালি বিকশিত ভাৰত জি ৰাম জী বিধেয়ক ২০২৫ত অনুমোদন জনায়। ৰাষ্ট্ৰপতিৰ স্বাক্ষৰৰ পাছতেই শীতকালীন অধিৱেশনত গৃহীত হোৱা বিধেয়কখন আইনত পৰিণত হয়। উল্লেখযোগ্য যে পূৰ্বৰ এম জি এনৰেগা আইনৰ পৰিৱৰ্তে বিভি ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।