February 26, 2025 12:01 PM
33
অসমত ভুৱা এনকাউণ্টাৰৰ স্বতন্ত্ৰ তদন্ত বিচাৰি ন্যায়ালয়ত দাখিল হোৱা আবেদনৰ ৰায় উচ্চতম ন্যায়ালয়ে সুৰক্ষিত ৰাখে
উচ্চতম ন্যায়ালয়ে অসমত ভুৱা এনকাউণ্টাৰৰ স্বতন্ত্ৰ তদন্ত বিচাৰি ন্যায়ালয়ত দাখিল হোৱা আবেদনৰ ৰায় কালি সুৰক্ষিত ৰাখে। অসম চৰকাৰে এনকাউণ্টাৰসমূহৰ তদন্তৰ বাবে ২০১৪ চনৰ নীতি-নিৰ্দেশনাসমূহ মানি আহিছে আৰু এইক্ষেত্ৰত নিৰাপত্তা বাহিনীক অনাহকত লক্ষ্য কৰি লোৱাটো দুর্ভাগ্যজনক বুলি কালি সর্বোচ্চ ন্যায়ালয়ত প...